ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প অসমৰ জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Manjil Konwar (আলোচনা | বৰঙণি) |
|||
106 নং শাৰী: | 106 নং শাৰী: | ||
# [[User:Dipankar Chetia|<span style="text-shadow:gray 4px 4px 3px;"><font color="#663300">'''''দীপাংকৰ চেতিয়া'''''</font></span>]][[User Talk:Dipankar Chetia|<span style="text-shadow:gray 3px 3px 2px;"><sup> বাৰ্তা</sup></span>]] 16:51, 14 জুন 2012 (UTC) |
# [[User:Dipankar Chetia|<span style="text-shadow:gray 4px 4px 3px;"><font color="#663300">'''''দীপাংকৰ চেতিয়া'''''</font></span>]][[User Talk:Dipankar Chetia|<span style="text-shadow:gray 3px 3px 2px;"><sup> বাৰ্তা</sup></span>]] 16:51, 14 জুন 2012 (UTC) |
||
#[[সদস্য:উদ্দীপতালুকদাৰ|উদ্দীপতালুকদাৰ]] ([[সদস্য বাৰ্তা:উদ্দীপতালুকদাৰ|talk]]) 18:45, 15 জুন 2012 (UTC) |
#[[সদস্য:উদ্দীপতালুকদাৰ|উদ্দীপতালুকদাৰ]] ([[সদস্য বাৰ্তা:উদ্দীপতালুকদাৰ|talk]]) 18:45, 15 জুন 2012 (UTC) |
||
#[[সদস্য:Manjil Konwar|Manjil Konwar]] ([[সদস্য বাৰ্তা:Manjil Konwar|talk]]) 08:38, 18 জুন 2012 (UTC) |
|||
{{-}} |
{{-}} |
08:38, 18 June 2012ৰ সংস্কৰণ
এইখন এখন ৱিকিপ্ৰকল্প পৃষ্ঠা। ৱিকিপ্ৰকল্প বা ৱিকিপ্ৰজেক্ট হৈছে ৱিকিপিডিয়াৰ উন্নয়নৰ বাবে সমমনোভাবাপন্ন সম্পাদকসকলে মিলি খোলা একোটা সামাজিক গোট; একোটা প্ৰকল্পই কোনো নিৰ্দিষ্ট বিষয় - যেনে চিকিৎসাবিজ্ঞান বা কোনো নিৰ্দিষ্ট কাৰ্য্য, যেনে "পোখালি" বিলাক পৰীক্ষা কৰা -অৰ ওপৰত মনোনিৱেশ কৰে।
ৱিকিপ্ৰকল্প পৃষ্ঠাসমূহ প্ৰবন্ধ লিখাৰ স্থান নহয়, কিন্তু প্ৰবন্ধ লিখাৰ প্ৰবন্ধনত সহায় কৰা পৃষ্ঠা। এই পৃষ্ঠাসমুহে বিভিন্ন প্ৰকাৰে সম্পাদকসকলক সম্পৰ্কিত প্ৰবন্ধসমূহ লিখাত বা কাৰ্য্যসমূহ কৰাত সহায় কৰে। বৰ্তমান থকা ৱিকিপ্ৰকল্পসমূহৰ তালিকা চাবলৈ ৱিকিপ্ৰকল্প পৃষ্ঠালৈ যাওক। |
লক্ষ্য
এই প্ৰকল্পৰ যোগেদি অসমীয়া ৱিকিপিডিয়াত অসমৰ জিলা আৰু ইয়াৰ অন্তৰ্গত সমূহ চহৰ, নগৰ, মহকুমা, গাঁও পঞ্চায়ত ইত্যাদিৰ বিতং তথ্য সংযোজন আৰু কৰি এনে প্ৰবন্ধৰ মান উন্নীতকৰণ কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা হৈছে। অসমীয়া ৱিকিপিডিয়াৰ প্ৰধান আধাৰেই হৈছে অসম। গতিকে অসমীয়া ৱিকিপিডিয়াৰ লগত জড়িত সমূহ সদস্যক এই প্ৰকল্পলৈ সহায়ৰ হাত আগবঢ়াবৰ বাবে অনুৰোধ জনালোঁ।
গুণগত লক্ষ্য
- জিলা বিষয়ক প্ৰবন্ধ সমূহ কমেও ২০০০ শব্দ থকা কৰা।
- নিম্নোক্ত প্ৰতিটো শাখাতে তথ্য যোগাৰ দিয়া:
- পৰিচয় প্ৰবন্ধ
- তথ্য পেৰা
- ইতিহাস
- অৱস্থান
- ভৌগোলিক বিৱৰণী
- জলবায়ু
- প্ৰশাসনীয় বিভাগ: মহকুমা, ব্লক
- নিৰ্বাচনী বিভাগ: লোকসভা/ বিধান সভাৰ সমষ্টি বিভাগ
- জনগাঁঠনি (বিশেষ জনগোষ্ঠী আদিৰ অতি চমু পৰিচয়, আৰু মূল প্ৰবন্ধলৈ লিংক)
- নগৰ/মহানগৰৰ তালিকা
- গাঁও সমূহৰ তালিকা
- দৰ্শনীয় স্থান
- বিশেষ উল্লেখ কৰিব লগীয়া কাৰ্য/স্থান ইত্যাদি (চমুকৈ, আৰু মূল প্ৰবন্ধলৈ লিংক দিয়া)
- বাহ্যিক সংযোগ
- তথ্য সূত্ৰ
- (ওপৰৰ কেইটামান শাখাৰ মাত্ৰ তালিকা প্ৰস্তুত কৰিলেই হ'ব।)
- মেপসমূহ শুদ্ধকৈ প্ৰস্তুত কৰা।
- সংশ্লিষ্ট বিষয়ৰ ছবি সংযোগ কৰা, প্ৰয়োজন বোধে সংগ্ৰহ কৰা (নিজে তুলি)
- এবাৰ তথ্য সমল যুগুত কৰাৰ পাছত অনুলিপি সম্পাদনা (ভাষা মসৃণ কৰা) কৰা বা প্ৰবন্ধৰ বিভাগসমূহ প্ৰয়োজন মতে আন ধৰণে সজোৱা
- গুণগত লক্ষ্যখিনি ২ মাহৰ ভিতৰত অৰ্জন কৰা
- অসমীয়া ৱিকিত হোৱাৰ পাছত এইকেইটা প্ৰবন্ধৰ তথ্যৰে ইংৰাজী ৱিকিত প্ৰবন্ধ লিখা। (ইংৰাজীখনৰ বেছি ভাগ প্ৰবন্ধ্ই সুলিখিত নহয়)
- তথ্য উৎস সমূহ ইয়াত উপযুক্ত নামেৰে সংলগ্ন কৰি থোৱা, (মানে ধৰি লওঁক মই আসমৰ জিলা সমূহৰ নিৰ্ভৰযোগ্য তথ্য থকা ৱেবছাইট এটা পালোঁ বা কিতাপ এখন পালোঁ, তেন্তে মই তাৰ উল্লেখ কৰি যাম। তেতিয়া অইন এজন সদস্যই সেইখিনি সহজে পোৱাকৈ থাকিব আৰু একেটা উৎসৰপৰা তথ্য আহৰণ কৰিবলৈ সহজ হ'ব।
- উদ্দীপতালুকদাৰ (talk) 19:49, 17 জুন 2012 (UTC)
নিৰ্ধাৰিত কৰ্মসূচী
- অসমৰ জিলা শীৰ্ষক প্ৰবন্ধৰ নিয়মিত পৰিচৰ্যা আৰু লগতে নিম্নোক্ত ২৭ খন জিলাৰ বিষয়ে বিতং তথ্য সংযোজন।
- অনুগ্ৰহ কৰি তলৰ তালিকাখনত চকু ফুৰাওক। প্ৰতিটো অংশৰ কাম সমাপ্ত হোৱাৰ পিছত সেই অংশৰ Username লিখা ঠাইত আপোনাৰ সদস্যনাম বা প্ৰকৃত নাম লিখি ৰাখক।
Sr. Nr. | জিলাৰ নাম | পৰিচয়/আৰম্ভণিৰ অনুচ্ছেদ | তথ্যপেৰা (Infobox) | তথ্যপেৰা চিত্ৰ | ইতিহাস | ভূগোল | জনগাঁথনি | প্ৰশাসন | যাতায়ত | শৈক্ষিক প্ৰতিষ্ঠান | উল্লেখযোগ্য স্থান | অন্যান্য চিত্ৰ | তথ্যসূত্ৰ |
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
1 | ডিমা হাছাও | username | username | username | উদ্দীপতালুকদাৰ (talk) 19:29, 17 জুন 2012 (UTC) | উদ্দীপতালুকদাৰ (talk) 19:29, 17 জুন 2012 (UTC) | username | username | username | username | username | username | username |
2 | ওডালগুৰি | username | username | username | username | username | username | username | username | username | username | username | username |
3 | কৰিমগঞ্জ | username | username | username | username | username | username | username | username | username | username | username | username |
4 | কাছাৰ | username | username | username | username | username | username | username | username | username | username | username | username |
5 | কামৰূপ | username | username | username | username | username | username | username | username | username | username | username | username |
6 | কামৰূপ মহানগৰ | username | username | username | username | username | username | username | username | username | username | username | username |
7 | কাৰ্বি আংলং | username | username | username | username | username | username | username | username | username | username | username | username |
8 | কোকৰাঝাৰ | username | username | username | username | username | username | username | username | username | username | username | username |
9 | গোলাঘাট | username | username | username | username | username | username | username | username | username | username | username | username |
10 | গোৱালপাৰা | username | username | username | username | username | username | username | username | username | username | username | username |
11 | চিৰাং | username | username | username | username | username | username | username | username | username | username | username | username |
12 | ডিব্ৰুগড় | username | username | username | username | username | username | username | username | username | username | username | username |
13 | তিনিচুকীয়া | Git | Git | Git | Git | Git | Git | Git | Git | Git | Git | Git | Git |
14 | দৰং | username | username | username | username | username | username | username | username | username | username | username | username |
`15 | ধুবুৰী | username | username | username | username | username | username | username | username | username | username | username | username |
16 | ধেমাজি | username | username | username | username | username | username | username | username | username | username | username | username |
17 | নগাঁও | username | username | username | username | username | username | username | username | username | username | username | username |
18 | নলবাৰী | username | username | username | username | username | username | username | username | username | username | username | username |
19 | বঙাইগাঁও | username | username | username | username | username | username | username | username | username | username | username | username |
20 | বৰপেটা | username | username | username | username | username | username | username | username | username | username | username | username |
21 | বাক্সা | username | username | username | username | username | username | username | username | username | username | username | username |
22 | মৰিগাঁও | username | username | username | username | username | username | username | username | username | username | username | username |
23 | যোৰহাট | Git | Git | Git | Git | Git | Git | Git | Git | Git | Git | Git | Git |
24 | লখিমপুৰ | username | username | username | username | username | username | username | username | username | username | username | username |
25 | শিৱসাগৰ | username | username | username | username | username | username | username | username | username | username | username | username |
26 | শোণিতপুৰ | username | username | username | username | username | username | username | username | username | username | username | username |
27 | হাইলাকান্দি | username | username | username | username | username | username | username | username | username | username | username | username |
অংশগ্ৰহণকাৰী সদস্যসকলৰ নাম
- বিষ্ণু শইকীয়া বাৰ্তা 17:38, 13 জুন 2012 (UTC)
- — গীতাৰ্থ বৰদলৈ (talk) 18:31, 13 জুন 2012 (UTC)
- Anjal Borah (talk) 07:20, 14 জুন 2012 (UTC)
- ধ্ৰুৱজ্যোতি শৰ্ম্মা (talk) 08:50, 14 জুন 2012 (UTC)
- দীপাংকৰ চেতিয়া বাৰ্তা 16:51, 14 জুন 2012 (UTC)
- উদ্দীপতালুকদাৰ (talk) 18:45, 15 জুন 2012 (UTC)
- Manjil Konwar (talk) 08:38, 18 জুন 2012 (UTC)
নবাগতসকলৈ একাষাৰ
ৱিকিপিডিয়া প্ৰবন্ধ লিখা একেবাৰে সহজ কাম, ইয়াৰ বাবে আপোনাৰ কম্পিউটাৰৰ বিশেষ অৰ্হতাৰ প্ৰয়োজন নাই। যিকোনো ধৰণৰ অসুবিধা পালে আপোনাক সহায় কৰিবলৈ অভিজ্ঞ সদস্যসকল আগবাঢ়ি আহিবই। গতিকে হেলা কিহৰ? আহক সকলোৱে মিলি অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধ লিখা আৰম্ভ কৰোঁ। প্ৰবন্ধৰ সৰল সম্পাদনাত আপুনি এবাৰ চকু ফুৰাব পাৰে।
ব্যৱহাৰযোগ্য তথ্য উৎসৰ সমল তালিকা
- http://nchills.gov.in/ ডিমা-হাছাও ইজলাৰ বাবে তথ্য সংগ্ৰহ কৰিবলৈ এইটো অত্যন্ত কামৰ ৱেবছাইট।
- http://incredibleassam.in/ অসম বিষয়ক তথ্যৰ বাবে উল্লেখযোগ্য সমল। ঘাইকৈ জিলা সমূহৰ প্ৰাকৃতিক বিৱৰণৰ কথুআ সুন্দৰকৈ পোৱা যায়।
- http://incredibleassam.in/html/rivers.htm কোনখন জিলাৰ মাজেৰে কি কি নৈ বৈ গৈছে পাবলৈ।
- http://online.assam.gov.in/web/population-census/ লোকপিয়ল ২০১১-ৰ প্ৰথম পৰ্যায়ৰ ফলাফল
http://online.assam.gov.in/documents/63733/0/Districtwise+Provisional+Population+Totals+for+Assam+2011+Census?version=1.0 লোকপিয়ল ২০১১-ৰ ফলাফলৰ পূৰ্ণাংগ ফাইল (কেৱল অসম সম্বন্ধে)। ফাইলছাইজটো প্ৰায় ১৬ এম.বি. সেয়ে এবাৰ ডাউনলোড কৰি ছেভ কৰি ৰাখিলে সহজতে হ'ব।
- http://www.census2011.co.in/district.php সমগ্ৰ ভাৰতৰ জিলাসমূহৰ ২০১১ লোকপিয়লৰ তথ্য, আতি চমুকৈ
অভিজ্ঞ সদস্যসকলৰ বাবে
অসম ভূগোল সম্পৰ্কীয় পোখালিসমূহৰ চিনাক্ত কৰি সঠিক শ্ৰেণীবিভাজন কৰে যেন। লগতে চুটি প্ৰবন্ধসমূহত {{Assam-geo-stub}} যোগ দিবলৈ আহ্বান জনোৱা হ’ল।
বাহ্যিক অনুসন্ধান
|