মৰিগাঁও জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary |
|||
21 নং শাৰী: | 21 নং শাৰী: | ||
==ভূগোল== |
==ভূগোল== |
||
মৰিগাঁও জিলাৰ মুঠ মাটিকালি হৈছে ১,৭০৪ বৰ্গ কিঃমিঃ ৷ জিলাখনৰ উত্তৰ দিশে [[ব্ৰহ্মপুত্ৰ]] নদী, পূব দিশে [[নগাঁও জিলা]], দক্ষিণ দিশে [[কাৰ্বি আংলং জিলা]] আৰু পশ্চিম দিশে [[কামৰূপ মহানগৰ জিলা]]৷ |
|||
কলং, কপিলি আৰু কিলিং নদী জিলাখনৰ দক্ষিণ দিশে বৈ গৈছে ৷ |
|||
==অৰ্থতন্ত্ৰ== |
==অৰ্থতন্ত্ৰ== |
20:15, 18 June 2012ৰ সংস্কৰণ
মৰিগাঁও জিলা | |
---|---|
— জিলা — | |
অসমৰ মানচিত্ৰত মৰিগাঁও জিলাৰ অৱস্থান | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
সদৰ | মৰিগাঁও |
মাটিকালি | |
- মুঠ | ১,৫৫০ কি.মি.২ (৫৯৮.৫ বৰ্গ মাইল) |
জনসংখ্যা (২০১১) | |
- মুঠ | ৯,৫৭,৮৫৩ জন |
সময় অঞ্চল | IST (গ্ৰী.মা.স.+5:30) |
ৱেবছাইট | www.morigaon.nic.in |
মৰিগাঁও জিলা ভাৰতৰ অসম ৰাজ্যৰ সাতাইশখন জিলাৰ ভিতৰত এখন৷ ইয়াৰ সদৰ স্থানৰ নামো মৰিগাঁও৷ পূৰ্বতে মৰিগাঁও নগাঁও জিলাৰ অন্তৰ্গত আছিল৷ ১৯৮৯ চনত ইয়াক এক সকীয়া জিলাৰূপে স্বীকৃতি দিয়া হয়৷
ভূগোল
মৰিগাঁও জিলাৰ মুঠ মাটিকালি হৈছে ১,৭০৪ বৰ্গ কিঃমিঃ ৷ জিলাখনৰ উত্তৰ দিশে ব্ৰহ্মপুত্ৰ নদী, পূব দিশে নগাঁও জিলা, দক্ষিণ দিশে কাৰ্বি আংলং জিলা আৰু পশ্চিম দিশে কামৰূপ মহানগৰ জিলা৷ কলং, কপিলি আৰু কিলিং নদী জিলাখনৰ দক্ষিণ দিশে বৈ গৈছে ৷
অৰ্থতন্ত্ৰ
অন্য
জনসংখ্যা
২০১১ চনৰ লোকপিয়ল অনুসৰি মৰিগাঁও জিলাৰ মুঠ জনসংখ্যা ৯,৫৭,৮৫৩।
|
|