মৰিগাঁও জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
22 নং শাৰী: 22 নং শাৰী:
==ভূগোল==
==ভূগোল==
মৰিগাঁও জিলাৰ মুঠ মাটিকালি হৈছে ১,৭০৪ বৰ্গ কিঃমিঃ ৷ জিলাখনৰ উত্তৰ দিশে [[ব্ৰহ্মপুত্ৰ]] নদী, পূব দিশে [[নগাঁও জিলা]], দক্ষিণ দিশে [[কাৰ্বি আংলং জিলা]] আৰু পশ্চিম দিশে [[কামৰূপ মহানগৰ জিলা]]৷
মৰিগাঁও জিলাৰ মুঠ মাটিকালি হৈছে ১,৭০৪ বৰ্গ কিঃমিঃ ৷ জিলাখনৰ উত্তৰ দিশে [[ব্ৰহ্মপুত্ৰ]] নদী, পূব দিশে [[নগাঁও জিলা]], দক্ষিণ দিশে [[কাৰ্বি আংলং জিলা]] আৰু পশ্চিম দিশে [[কামৰূপ মহানগৰ জিলা]]৷

কলং, কপিলি আৰু কিলিং নদী জিলাখনৰ দক্ষিণ দিশে বৈ গৈছে ৷
কলং, কপিলি আৰু কিলিং নদী জিলাখনৰ দক্ষিণ দিশে বৈ গৈছে ৷



10:38, 21 June 2012ৰ সংস্কৰণ

মৰিগাঁও জিলা
—  জিলা  —
অসমৰ মানচিত্ৰত মৰিগাঁও জিলাৰ অৱস্থান
অসমৰ মানচিত্ৰত মৰিগাঁও জিলাৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য অসম
সদৰ মৰিগাঁও
মাটিকালি
 - মুঠ ১,৫৫০ কি.মি. 
(৫৯৮.৫ বৰ্গ মাইল)
জনসংখ্যা (২০১১)
 - মুঠ ৯,৫৭,৮৫৩ জন
সময় অঞ্চল IST (গ্ৰী.মা.স.+5:30)
ৱেবছাইট www.morigaon.nic.in

মৰিগাঁও জিলা ভাৰতঅসম ৰাজ্যৰ সাতাইশখন জিলাৰ ভিতৰত এখন৷ ইয়াৰ সদৰ স্থানৰ নামো মৰিগাঁও৷ পূৰ্বতে মৰিগাঁও নগাঁও জিলাৰ অন্তৰ্গত আছিল৷ ১৯৮৯ চনত ইয়াক এক সকীয়া জিলাৰূপে স্বীকৃতি দিয়া হয়৷

ভূগোল

মৰিগাঁও জিলাৰ মুঠ মাটিকালি হৈছে ১,৭০৪ বৰ্গ কিঃমিঃ ৷ জিলাখনৰ উত্তৰ দিশে ব্ৰহ্মপুত্ৰ নদী, পূব দিশে নগাঁও জিলা, দক্ষিণ দিশে কাৰ্বি আংলং জিলা আৰু পশ্চিম দিশে কামৰূপ মহানগৰ জিলা

কলং, কপিলি আৰু কিলিং নদী জিলাখনৰ দক্ষিণ দিশে বৈ গৈছে ৷

অৰ্থতন্ত্ৰ

অন্য

জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি মৰিগাঁও জিলাৰ মুঠ জনসংখ্যা ৯,৫৭,৮৫৩।