ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
r2.7.2) (ৰবট যোগ দিছে :yi:אונעסקא
163 নং শাৰী: 163 নং শাৰী:
[[wuu:联合国教育科学文化组织]]
[[wuu:联合国教育科学文化组织]]
[[xmf:იუნესკო]]
[[xmf:იუნესკო]]
[[yi:אונעסקא]]
[[yo:UNESCO]]
[[yo:UNESCO]]
[[zh:联合国教育、科学及文化组织]]
[[zh:联合国教育、科学及文化组织]]

06:35, 28 June 2012ৰ সংস্কৰণ


জাতিসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা
ধৰণ বিশেষজ্ঞ সংস্থা
সক্ৰিয়তা সক্ৰিয়
ৱেবছাইট www.unesco.org

জাতিসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা (United Nations Educational, Scientific, and Cultural Organization) বা ইউনেস্কো (UNESCO) হৈছে জাতিসংঘৰ এটা বিশেষ সংস্থা। বিশ্বৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতিৰ প্ৰসাৰ আৰু উন্নয়নৰ মাধ্যমত মানুহৰ জীৱন মানৰ উন্নয়ন ঘটোৱা এই সংস্থাৰ প্ৰধান লক্ষ্য। ১৯৪৫ চনৰ নৱেম্বৰ মাহত লণ্ডনত হোৱা এখন সন্মিলনত ইউনেস্কো প্ৰতিষ্ঠাৰ সিদ্ধান্ত লোৱা হয়। ১৯৪৬ চনত এই সংস্থা জাতিসংঘৰ সহায়ক সংস্থা হিচাপে স্বীকৃতি লাভ কৰে। পেৰিছত ইয়াৰ সদৰ দপ্তৰ অৱস্থিত।[1]

তথ্যসূত্ৰ

বাহ্যিক সংযোগ