দীপালী বৰঠাকুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
10 নং শাৰী: 10 নং শাৰী:
| alias =
| alias =
| birth_date = {{birth date and age|1981|01|30}}
| birth_date = {{birth date and age|1981|01|30}}
| birth_place = নীলমনি বাগান, [[সোণাৰি]], [[শিৱসাগৰ জিলা]]
| birth_place =
| origin =
| origin =
| death_date = <!-- {{death date and age|YYYY|MM|DD|YYYY|MM|DD}} (death date 1st) -->
| death_date = <!-- {{death date and age|YYYY|MM|DD|YYYY|MM|DD}} (death date 1st) -->
| death_place =
| death_place =
| genre =
| genre =
| occupation =
| occupation = গায়িকা
| instrument =
| instrument =
| years_active = ১৯৫৫-১৯৬৯
| years_active = ১৯৫৫-১৯৬৯
24 নং শাৰী: 24 নং শাৰী:
}}
}}


'''দীপালী বৰঠাকুৰ''' অসমৰ এগৰাকী কণ্ঠশিল্পী।১৯৪১ চনৰ ৩০ জানুৱাৰী তাৰিখে [[সোণাৰি]]ৰ নীলমনি বাগানত এখেতৰ জন্ম হৈছিল<ref name=aa>শুচিব্ৰত ৰয়, ''শিল্পী দীপালী বৰঠাকুৰৰ ৭১সংখ্যক জন্মদিন'', আমাৰ অসম, ৩১ জানুৱাৰী, ২০১২ আহৰণ কৰা তাৰিখঃ ০৩-০২-২০১২</ref>।
'''দীপালী বৰঠাকুৰ''' ({{lang-en|Deepali Borthakur}}, জন্ম:৩০ জানুৱাৰী, ১৯৪১) অসমৰ এগৰাকী কণ্ঠশিল্পী। ১৯৪১ চনৰ ৩০ জানুৱাৰী তাৰিখে [[শিৱসাগৰ জিলা]]ৰ [[সোণাৰি]]ৰ নীলমনি বাগানত এখেতৰ জন্ম হৈছিল<ref name=aa>শুচিব্ৰত ৰয়, ''শিল্পী দীপালী বৰঠাকুৰৰ ৭১সংখ্যক জন্মদিন'', আমাৰ অসম, ৩১ জানুৱাৰী, ২০১২ আহৰণ কৰা তাৰিখঃ ০৩-০২-২০১২</ref>।


==সাংগীতিক জীৱন==
==সাংগীতিক জীৱন==
নৱম শ্ৰেণীৰ ছাত্ৰী হৈ থাকোঁতে তেখেতে বাণীবদ্ধ কৰিছিল 'বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা'। ইয়াৰ পাছতে তেখেতৰ কণ্ঠই জনপ্ৰিয়তা লাভ কৰে।<ref name=aa />
নৱম শ্ৰেণীৰ ছাত্ৰী হৈ থাকোঁতে তেখেতে বাণীবদ্ধ কৰিছিল ''বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা''। ইয়াৰ পাছতে তেখেতৰ কণ্ঠই জনপ্ৰিয়তা লাভ কৰে।<ref name=aa />


দীপালী বৰঠাকুৰে [[পদ্মশ্ৰী]] সন্মান (১৯৯৮)<ref name=art>http://www.artslant.com/ind/events/show/131548-hieroglyphs<> </ref>, [[অসম চৰকাৰ]]ৰ [[শিল্পী বঁটা]](২০১০)<ref name=ast>[http://www.assamtribune.com/scripts/details.asp?id=jan1810/at04 Staff reporter, ''Silpi Bota conferred on Dipali Barthakur, Archana Mahanta'', Assam Tribune, 18 January, 2010 আহৰণ কৰা তাৰিখঃ ০৩-০২-২০১২]</ref>, 'লিঅ' এক্সপো শিল্পী সন্মান (২০০৭)<ref name=acv>http://assam2007.blogspot.in/2008/01/achievers-of-assam-in-2007.html আহৰণ কৰা তাৰিখঃ ০৩-০২-২০১২</ref> লাভ কৰিছে। ইয়াৰোপৰি প্ৰতি মাহে ৫,০০০ টকাকৈ অসম চৰকাৰৰ ফালৰপৰা পেন্সন লাভ কৰে।<ref name=aa />।
দীপালী বৰঠাকুৰে [[পদ্মশ্ৰী]] সন্মান (১৯৯৮)<ref name=art>http://www.artslant.com/ind/events/show/131548-hieroglyphs<> </ref>, [[অসম চৰকাৰ]]ৰ [[শিল্পী বঁটা]](২০১০)<ref name=ast>[http://www.assamtribune.com/scripts/details.asp?id=jan1810/at04 Staff reporter, ''Silpi Bota conferred on Dipali Barthakur, Archana Mahanta'', Assam Tribune, 18 January, 2010 আহৰণ কৰা তাৰিখঃ ০৩-০২-২০১২]</ref>, 'লিঅ' এক্সপো শিল্পী সন্মান (২০০৭)<ref name=acv>http://assam2007.blogspot.in/2008/01/achievers-of-assam-in-2007.html আহৰণ কৰা তাৰিখঃ ০৩-০২-২০১২</ref> লাভ কৰিছে। ইয়াৰোপৰি প্ৰতি মাহে ৫,০০০ টকাকৈ অসম চৰকাৰৰ ফালৰপৰা পেন্সন লাভ কৰে।<ref name=aa />।
39 নং শাৰী: 39 নং শাৰী:


==উপসংহাৰ==
==উপসংহাৰ==
১৯৬৯ চনত তেখেতে শেষবাৰৰ বাবে পৰিৱেশন কৰিছিল 'লুইত নেযাবি ঐ।'<ref name=aa /> এইখিনি সময়তে দীপালী বৰঠাকুৰ '[[মটৰ নিউৰণ ৰোগ]]'ত আক্ৰান্ত হয় আৰু গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফিৰা কৰিবলৈকো 'হুইল চকী'ৰ আশ্ৰয় ল'বলগীয়া হয়। ১৯৭৬ চনত অসমৰ খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ লগত বিবাহ পাশত আৱদ্ধ হয় শিল্পীগৰাকী। বিয়াৰ পাছত বৰুৱাই দীপালী বৰঠাকুৰৰ যাৱতীয় যত্ন লৈ আহিছে।<ref name=art />
১৯৬৯ চনত তেখেতে শেষবাৰৰ বাবে পৰিৱেশন কৰিছিল 'লুইত নেযাবি ঐ।'<ref name=aa /> এইখিনি সময়তে দীপালী বৰঠাকুৰ ''[[মটৰ নিউৰণ ৰোগ]]''ত আক্ৰান্ত হয় আৰু গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফুৰা কৰিবলৈকো হুইল চকীৰ আশ্ৰয় ল'বলগীয়া হয়। ১৯৭৬ চনত অসমৰ খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ লগত বিবাহ পাশত আৱদ্ধ হয় শিল্পীগৰাকী। বিয়াৰ পাছত বৰুৱাই দীপালী বৰঠাকুৰৰ যাৱতীয় যত্ন লৈ আহিছে।<ref name=art />


==তথ্যসূত্ৰ==
==তথ্যসূত্ৰ==

13:48, 2 October 2012ৰ সংস্কৰণ

দীপালী বৰঠাকুৰ
প্ৰাথমিক তথ্য
জন্ম ৩০ জানুৱাৰী, ১৯৮১ (৪৩ বছৰ)
নীলমনি বাগান, সোণাৰি, শিৱসাগৰ জিলা
পেচা গায়িকা
কাৰ্যকাল ১৯৫৫-১৯৬৯


দীপালী বৰঠাকুৰ (ইংৰাজী: Deepali Borthakur, জন্ম:৩০ জানুৱাৰী, ১৯৪১) অসমৰ এগৰাকী কণ্ঠশিল্পী। ১৯৪১ চনৰ ৩০ জানুৱাৰী তাৰিখে শিৱসাগৰ জিলাসোণাৰিৰ নীলমনি বাগানত এখেতৰ জন্ম হৈছিল[1]

সাংগীতিক জীৱন

নৱম শ্ৰেণীৰ ছাত্ৰী হৈ থাকোঁতে তেখেতে বাণীবদ্ধ কৰিছিল বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা। ইয়াৰ পাছতে তেখেতৰ কণ্ঠই জনপ্ৰিয়তা লাভ কৰে।[1]

দীপালী বৰঠাকুৰে পদ্মশ্ৰী সন্মান (১৯৯৮)[2], অসম চৰকাৰশিল্পী বঁটা(২০১০)[3], 'লিঅ' এক্সপো শিল্পী সন্মান (২০০৭)[4] লাভ কৰিছে। ইয়াৰোপৰি প্ৰতি মাহে ৫,০০০ টকাকৈ অসম চৰকাৰৰ ফালৰপৰা পেন্সন লাভ কৰে।[1]

দীপালী বৰঠাকুৰৰ কণ্ঠৰ কেইটামান জনপ্ৰিয় গানঃ

  • সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই
  • জোনধনে জোনালীতে
  • কণমান বৰশীৰে চিপ
  • চেনাই মই যাওঁ দেই
  • অ' বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা

উপসংহাৰ

১৯৬৯ চনত তেখেতে শেষবাৰৰ বাবে পৰিৱেশন কৰিছিল 'লুইত নেযাবি ঐ।'[1] এইখিনি সময়তে দীপালী বৰঠাকুৰ মটৰ নিউৰণ ৰোগত আক্ৰান্ত হয় আৰু গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফুৰা কৰিবলৈকো হুইল চকীৰ আশ্ৰয় ল'বলগীয়া হয়। ১৯৭৬ চনত অসমৰ খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ লগত বিবাহ পাশত আৱদ্ধ হয় শিল্পীগৰাকী। বিয়াৰ পাছত বৰুৱাই দীপালী বৰঠাকুৰৰ যাৱতীয় যত্ন লৈ আহিছে।[2]

তথ্যসূত্ৰ

  1. 1.0 1.1 1.2 1.3 শুচিব্ৰত ৰয়, শিল্পী দীপালী বৰঠাকুৰৰ ৭১সংখ্যক জন্মদিন, আমাৰ অসম, ৩১ জানুৱাৰী, ২০১২ আহৰণ কৰা তাৰিখঃ ০৩-০২-২০১২
  2. 2.0 2.1 http://www.artslant.com/ind/events/show/131548-hieroglyphs<>
  3. Staff reporter, Silpi Bota conferred on Dipali Barthakur, Archana Mahanta, Assam Tribune, 18 January, 2010 আহৰণ কৰা তাৰিখঃ ০৩-০২-২০১২
  4. http://assam2007.blogspot.in/2008/01/achievers-of-assam-in-2007.html আহৰণ কৰা তাৰিখঃ ০৩-০২-২০১২