সমললৈ যাওক

বিশ্বাসঘাটক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিশ্বাসঘাটক  
Biswasghatak.jpg
লেখক নাৰায়ণ সান্যাল
অংগসজ্জা নাৰায়ণ সান্যাল
প্ৰচ্ছদ শিল্পী খালেদ চৌধুৰী
দেশ ভাৰত
ভাষা বঙালী
প্ৰকাৰ উপন্যাস
প্ৰকাশক Dey's Publishing
প্ৰকাশ ১৯৭৪
মিডিয়া প্ৰকাৰ Print (Hardcover)
পৃষ্ঠা সংখ্যা ২৫৫
আই.এচ.বি.এন. 978-81-295-0868-3

বিশ্বাসঘাটক ইংৰাজী: Biswasghatak হৈছে ১৯৭৪ চনত নাৰায়ণ সান্যালে লিখা এখন বাংলা উপন্যাস। উপন্যাসখন ম্যানহাটান প্ৰকল্পৰ অধীনত পাৰমাণৱিক বোমা সম্পৰ্কীয় ঘটনাৰ ওপৰত আধাৰিত কৰি লিখা হৈছে।[1][2]

বঙালী শব্দ বিশ্বাসঘাটকৰ আক্ষৰিক অৰ্থ হৈছে কাৰোবাৰ বিশ্বাস ভংগ কৰা ।দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পিছত ক্লাউছ ফুচ নামৰ এজন আমেৰিকাৰ বিজ্ঞানীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰৰ সদায় সতৰ্ক দৃষ্টি প্ৰতিহত কৰি নিজৰ প্ৰচেষ্টাত ইউএছএছআৰক(USSR)ক গোপনীয় তথ্য যোগান ধৰিছিল। মানৱজাতিৰ ইতিহাসত এইটো অৰ্থনৈতিক মূল্যাঙ্কনৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ দেশদ্ৰোহী বুলি ধাৰণা কৰা হয়।[3]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. Sanyal Narayan, 1974, 'Biswasghatak (Traitor)', Dey's Publishing, Calcutta 73, আই.এচ.বি.এন. 81-7612-073-1
  2. Biswasghatak Narayan Sanyal. http://archive.org/details/Biswasghatak-Narayan-Sanyal. 
  3. Biswasghatak cover page