বিশ্ব সংবাদ মাধ্যম স্বতন্ত্ৰতা দিৱস
সংবাদ মাধ্যমৰ স্বাধীনতা নিশ্চিত কৰা, সংবাদ মাধ্যমৰ ওপৰত চলা আক্ৰমণৰ বিৰুদ্ধে জনমত গঠন কৰা আৰু কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা সাংবাদিকসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে প্ৰতি বছৰ ৩ মে’ তাৰিখে বিশ্ব সংবাদ মাধ্যম স্বতন্ত্ৰতা দিৱস (ইংৰাজী: World Press Freedom Day) পালন কৰা হয়।