বিহপুৰীয়া বিধানসভা সমষ্টি
| সমষ্টি নং- ৭৩ অসম বিধানসভা সমষ্টি | |
| ৰাষ্ট্ৰ | ভাৰত |
| ৰাজ্য | অসম |
| বিভাগ | উত্তৰ অসম |
| জিলা | লখিমপুৰ |
| লোকসভা সমষ্টি | শোণিতপুৰ |
| প্ৰতিস্থা | ১৯৫১ |
| মুঠ ভোটাৰ | 1,53,050 |
| সংৰক্ষণ | নাই |
ভূপেন কুমাৰ বৰা | |
| দল | বিজেপি |
| মিত্ৰগোট | এনডিএ |
| নিৰ্বাচিত বছৰ | ২০২৬ |
বিহপুৰীয়া বিধানসভা সমষ্টি (ইংৰাজী: Bihpuria Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও লখিমপুৰ জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।
এই সমষ্টিটো লখিমপুৰ জিলাৰ অন্তৰ্গত আৰু ই শোণিতপুৰ লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত (পূৰ্বতে ই তেজপুৰ লোকসভা সমষ্টিৰ অংশ আছিল)। সমষ্টিটো কোনো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত নহয় (অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ)।
বিহপুৰীয়া বিধানসভা সমষ্টিৰ আটাইতকৈ সফল দলসমূহ
বিধানসভাৰ সদস্যসকল
[সম্পাদনা কৰক]| Election | Member | Party affiliation | |
|---|---|---|---|
| ১৯৫১ | সৰ্বেশ্বৰ বৰুৱা | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৬২ | মহানন্দ বৰা | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৬৭ | প্ৰেমধৰ বৰা | স্বতন্ত্ৰ প্ৰাৰ্থী | |
| ১৯৭২ | |||
| ১৯৭৮ | |||
| ১৯৮৩ | বৰগোৰাম দেউৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৮৫ | কেঁহাৰাম বৰা | স্বতন্ত্ৰ প্ৰাৰ্থী | |
| ১৯৯১ | বৰগোৰাম দেউৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৯৬ | কেঁহাৰাম বৰা | অসম গণ পৰিষদ | |
| ২০০১ | প্ৰেমধৰ বৰা | স্বতন্ত্ৰ প্ৰাৰ্থী | |
| ২০০৬ | ভূপেন কুমাৰ বৰা | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০১১ | |||
| ২০১৬ | দেৱানন্দ হাজৰীকা | ভাৰতীয় জনতা পাৰ্টী | |
| ২০২১ | অমিয় কুমাৰ ভূঞা | ভাৰতীয় জনতা পাৰ্টী | |
| ২০২৬ | ভূপেন কুমাৰ বৰা | ভাৰতীয় জনতা পাৰ্টী | |
নিৰ্বাচনী ফলাফল
[সম্পাদনা কৰক]২০২৬ চনৰ বিধানসভা নিৰ্বাচন
[সম্পাদনা কৰক]২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী ভূপেন কুমাৰ বৰাই বিজয় সাব্যস্ত কৰি বিহপুৰীয়া সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| Bharatiya Janata Party | ভূপেন কুমাৰ বৰা | 73,050 | 52.01 | +3.48 | |
| Indian National Congress | নাৰায়ণ ভূঞা | 64,814 | 46.15 | +5.99 | |
| ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনেল | ড° দিগন্ত গগৈ | ৮৫৪ | ০.৬১ | - | |
| নিৰ্দলীয় | হেমেন গগৈ | 532 | 0.38 | ||
| ওপৰৰ এটাও নহয় (নটা) | নটা | ১,২০৩ | ০.৮৬ | +০.১৯ | |
| সংখ্যাগৰিষ্ঠ | ৮,২৩৬ | ৫.৮৬ | −২.৫১ | ||
| মুঠ ভোটদান | ১,৪০,৪৫৩ | ৯১.৭৬ | +১২.২৮ | ||
| ছুইং | - | - | |||
২০২১ চনৰ বিধানসভা নিৰ্বাচন
[সম্পাদনা কৰক]২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত বিহপুৰীয়া সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| Bharatiya Janata Party | অমিয় কুমাৰ ভূঞা | 58,979 | 48.53 | −12.15 | |
| Indian National Congress | ভূপেন কুমাৰ বৰা | 48,801 | 40.16 | +3.36 | |
| Assam Jatiya Parishad | অচ্যুত শইকীয়া (মাধৱ) | 6,510 | 5.36 | ||
| নিৰ্দলীয় | অনুপ শইকীয়া | 2,545 | 2.09 | ||
| নিৰ্দলীয় | তুলেশ্বৰ পেগু | 1,932 | 1.59 | ||
| ওপৰৰ এটাও নহয় (নটা) | নটা | ৮১৪ | ০.৬৭ | −০.০৯ | |
| সংখ্যাগৰিষ্ঠ | ১০,১৭৮ | ৮.৩৭ | −১৫.৫১ | ||
| মুঠ ভোটদান | ১,২১,৫২৬ | ৭৯.৪৮ | |||
| ছুইং | - | - | |||
২০১৬ চনৰ বিধানসভা নিৰ্বাচন
[সম্পাদনা কৰক]২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| Bharatiya Janata Party | দেৱানন্দ হাজৰীকা | 66,563 | 60.68 | ||
| Indian National Congress | ভূপেন কুমাৰ বৰা | 40,376 | 36.80 | ||
| নিৰ্দলীয় | প্ৰেমধৰ বৰা | 754 | 0.68 | ||
| ওপৰৰ এটাও নহয় (নটা) | নটা | ৮৩৪ | ০.৭৬ | - | |
| সংখ্যাগৰিষ্ঠ | ২৬,১৮৭ | ২৩.৮৮ | - | ||
| মুঠ ভোটদান | ১,০৯,৬৯৪ | ৮৩.৩১ | |||
| ৰ Indian National Congressৰ ওপৰত বিজয় সাব্যস্ত | ছুইং | - | - | ||
লগতে চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "General Election to Assembly Constituencies: Trends & Results May-2026 - Constituencywise S0373 (Assam)". Election Commission of India. https://results.eci.gov.in/ResultAcGenMay2026/candidateswise-S0373.htm। আহৰণ কৰা হৈছে: 25 June 2026.