সমললৈ যাওক

বিহাৰ সংগ্ৰহালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিহাৰ সংগ্ৰহালয়
প্ৰতিষ্ঠা ১৫ আগষ্ট ২০১৫ (2015-08-15)
অৱস্থিতি পাটনা, বিহাৰ
প্ৰকাৰ শিল্প, পুৰতত্ত্ব, আৰু শিশু সংগ্ৰহালয়
সঞ্চালক অজিত কুমাৰ সিং
গৰাকী যুৱ কলা আৰু সংস্কৃতি বিভাগ, বিহাৰ চৰকাৰ [1]
নিকটতম কাৰ পাৰ্ক আছে
ৱেবছাইট biharmuseum.org

বিহাৰ সংগ্ৰহালয় (ইংৰাজী: Bihar Museum) পাটনাত অৱস্থিত এটা ৰাজ্যিক সংগ্ৰহালয়।}}[2][3] ২০১৫ চনৰ আগষ্ট মাহত ইয়াক আংশিকভাৱে মুকলি কৰা হয়।[4] 'শিশুৰ সংগ্ৰহালয়', মূল প্ৰৱেশদ্বাৰ আৰু এটা অৰিয়েণ্টেচন থিয়েটাৰ ২০১৫ চনৰ আগষ্ট মাহত জনসাধাৰণৰ বাবে মুকলি কৰা একমাত্ৰ অংশ আছিল।[5][6] পিছলৈ ২০১৭ চনৰ অক্টোবৰ মাহত বাকী থকা গেলেৰীও মুকলি কৰা হয়। পাটনা সংগ্ৰহালয়ৰ পৰা ইয়ালৈ ১০০ৰো অধিক শিল্পকৰ্ম স্থানান্তৰ কৰা হৈছিল।[7]

ইয়াক বিহাৰ ৰাজ্যৰ ইতিহাস সংগ্ৰহালয় হিচাপে পৰিকল্পনা কৰা হৈছিল,[8] আৰু ২০১৩ চনৰ অক্টোবৰ মাহত পাটনাৰ বেইলী ৰোডত আনুমানিক ৪৯৮ কোটি টকা (৫৮ মিলিয়ন মাৰ্কিন ডলাৰ) বাজেটেৰে নিৰ্মাণ আৰম্ভ কৰা হৈছিল।[9]

প্ৰদৰ্শন

[সম্পাদনা কৰক]

বিহাৰ সংগ্ৰহালয়ত কেইবাটাও গেলেৰী আছে। ইয়াৰ ভিতৰত অৰিয়েণ্টেচন গেলেৰী, শিশুৰ গেলেৰী, আঞ্চলিক গেলেৰী, সমকালীন গেলেৰী, ঐতিহাসিক কলা গেলেৰী, বিহাৰী ডায়স্পোৰা গেলেৰী আৰু ভিজিৱ’ল ষ্ট’ৰেজ গেলেৰী। বিভিন্ন বিষয়ৰ প্ৰদৰ্শনীসমূহ পৃথক পৃথক গেলেৰীত প্ৰদৰ্শন কৰা হয়। প্ৰতিখন গেলেৰী বিশাল আৰু ইয়াত চতুৰ্থ শতিকাৰ সামগ্ৰীকে ধৰি বহুতো শিল্পকৰ্ম প্ৰদৰ্শিত কৰা হৈছে।[20]

  1. "कैसा होगा बिहार का नया museum?, iconic museum in Patna, New Bihar Museum in Patna | Biharplus". Biharplus.in. Archived from the original on 4 January 2014. https://web.archive.org/web/20140104131035/http://www.biharplus.in/resources/new-bihar-museum-in-patna/। আহৰণ কৰা হৈছে: 3 January 2014. 
  2. "'Kohbar' painting at Bihar Museum wows PM - Times of India". The Times of India. https://timesofindia.indiatimes.com/city/patna/kohbar-painting-at-bihar-museum-wows-pm/articleshow/61083800.cms। আহৰণ কৰা হৈছে: 20 January 2018. 
  3. "'Who says museum's incomplete?'". Telegraphindia.com. 14 September 2015. http://www.telegraphindia.com/1150914/jsp/bihar/story_42480.jsp#.VnmddbZ97IU। আহৰণ কৰা হৈছে: 22 December 2015. 
  4. "Bihar Museum a big draw for children, youngsters | Patna News - Times of India". The Times of India. https://timesofindia.indiatimes.com/city/patna/Bihar-Museum-a-big-draw-for-children-youngsters/articleshow/48518595.cms। আহৰণ কৰা হৈছে: 20 December 2019. 
  5. "Museum galleries in bihar: Opening of 4 Bihar Museum galleries deferred to October | Patna News - Times of India". The Times of India. https://timesofindia.indiatimes.com/city/patna/opening-of-4-bihar-museum-galleries-deferred-to-october/articleshow/57318672.cms। আহৰণ কৰা হৈছে: 20 December 2019. 
  6. "Nitish Kumar inaugurates 'Bihar Museum'". Jagran Post. 8 August 2015. http://post.jagran.com/nitish-kumar-inaugurates-bihar-museum-1439018092. 
  7. "Now, Bihar Museum to reopen on October 2 | Patna News - Times of India". The Times of India. https://timesofindia.indiatimes.com/city/patna/now-bihar-museum-to-reopen-on-october-2/articleshow/59777874.cms। আহৰণ কৰা হৈছে: 20 December 2019. 
  8. "BIHAR MUSEUM — Lord Cultural Resources". lord.ca. http://lord.ca/india/downloads/BiharMuseumPatna.pdf। আহৰণ কৰা হৈছে: 3 January 2014. 
  9. Our Correspondent (10 July 2013). "First brick for heritage home". Telegraphindia.com. http://www.telegraphindia.com/1130710/jsp/bihar/story_17098004.jsp#.Usbu-YGDkTA। আহৰণ কৰা হৈছে: 3 January 2014. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]