বিৰসিং জৰুৱা বিধানসভা সমষ্টি
অৱয়ব
| সমষ্টি নং- ৯ অসম বিধানসভা সমষ্টি | |
| ৰাষ্ট্ৰ | ভাৰত |
| ৰাজ্য | অসম |
| বিভাগ | নামনি অসম |
| জিলা | ধুবুৰী অসম দক্ষিণ শালমাৰা মানকাচৰ |
| লোকসভা সমষ্টি | ধুবুৰী |
| প্ৰতিস্থা | ২০২৩[1] |
| মুঠ ভোটাৰ | ২,৭৪,২৬৩ |
| সংৰক্ষণ | নাই |
| দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| নিৰ্বাচিত বছৰ | ২০২৬ |
বিৰসিং জৰুৱা বিধানসভা সমষ্টি উত্তৰ-পূৱ ভাৰতৰ অসম ৰাজ্যৰ ১২৬ বিধানসভা আসনৰ এখন সমষ্টি। বিৰসিং জৰুৱা ধুবুৰী (লোকসভা সমষ্টি)ৰ অন্তৰ্গত। ই ২০২৩ চনৰ আগত ২২ নং দক্ষিণ শালমাৰা বিধানসভা সমষ্টিৰ অংশ আছিল।[2]
বিস্তাৰ
[সম্পাদনা কৰক]২০২৩ চনৰ পিছত
[সম্পাদনা কৰক]ইয়াৰ বিস্তৃত এলেকাসমূহ দক্ষিণ শালামা আৰু নস্কৰা জামাদাৰহাট উন্নয়ন খণ্ড আৰু বিলাসীপাৰা, বিৰসিং জৰুৱা আৰু চাপৰ শালকোচা উন্নয়ন খণ্ডৰ অংশ।
বিধানসভাৰ সদস্যসকল
[সম্পাদনা কৰক]| চন | নিৰ্বাচন | সদস্য | দলসমূহ | পৰা | লৈ | সময় | |
|---|---|---|---|---|---|---|---|
| ২০২৬ | প্ৰথম বিধানসভা | ৱাজেদ আলী চৌধুৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ | ০৪ মে' ২০২৬ | বৰ্তমান | ০ বছৰ, ১০৪ দিন | |
উৎস : [3]
নিৰ্বাচন ফলাফল
[সম্পাদনা কৰক]উৎস:[4]
২০২৬
[সম্পাদনা কৰক]| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| BJP | মাধৱী দাস | ৮,০৮৩ | ২.৯৫ | { secret_অপ্ৰযোজ্য } | |
| Indian National Congress | ৱাজেদ আলী চৌধুৰী | ১,১৩,৯০১ | ৪১.৫৩ | - | |
| All India United Democratic Front | আলী আকবৰ মিঞা | ৭৮,০১৬ | ২৮.৭৫ | - | |
| নিৰ্দলীয় | ড° ৰেজা আমিন | ৬৮,৫৫৬ | ২৫ | { secret_অপ্ৰযোজ্য } | |
| Others | অন্যান্য | - | - | ||
| None of the above | ওপৰৰ কোনো নহয় | ২,২২৫ | ০.৮১ | - | |
| বিজয়ৰ পাৰ্থক্য | ৩৫,৮৮৫ | ||||
| মুঠ ভোটদান | ২,৭৪,২৬৩ | ||||
| বাতিল হোৱা বেলট | |||||
| পঞ্জীকৃত ভোটাৰ | |||||
| All India United Democratic Frontৰ ওপৰত Indian National Congressৰ বিজয় সাব্যস্ত | ছুইং | ||||
লগতে চাওক
[সম্পাদনা কৰক]তথ্যসমূহ
[সম্পাদনা কৰক]- ↑ "Birsing-Jarua Assembly Election Results 2026". indiatime.com. https://timesofindia.indiatimes.com/elections/assembly-elections/assam/constituency-show/birsing-jarua। আহৰণ কৰা হৈছে: 2026-04-02.
- ↑ https://www.eci.gov.in/Documents/Delimitation/DELIMITATIONASSAM_UPDATED.pdf[সংযোগবিহীন উৎস]
- ↑ "General Election to Assembly Constituencies: Trends & Results May-2026". ECINET. https://results.eci.gov.in/ResultAcGenMay2026/ConstituencywiseS039.htm। আহৰণ কৰা হৈছে: 4 May 2026.
- ↑ "Mankachar Assembly constituency Election Result - Legislative Assembly constituency". resultuniversity.com. https://resultuniversity.com/election/mankachar-assam-assembly-constituency। আহৰণ কৰা হৈছে: 2021-06-14.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- "Results of all Assam Assembly elections". Election Commission of Indiaeci.gov.in. https://old.eci.gov.in/files/category/67-assam/। আহৰণ কৰা হৈছে: 15 March 2022.