সমললৈ যাওক

বীণা দেৱী (ৰাজনীতিবিদ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বীণা দেৱী
লোকসভাৰ সাংসদ
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২৩ মে ২০১৯
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
পূৰ্বসূৰী ৰাম কিশোৰ সিং
সমষ্টি বৈশালী
বিহাৰ বিধানসভা
কাৰ্যকাল
নৱেম্বৰ ২০১০ – নৱেম্বৰ ২০১৫
পূৰ্বসূৰী মহেশ্বৰ যাদৱ
উত্তৰসূৰী মহেশ্বৰ যাদৱ
সমষ্টি গাইঘাট
সচিব, উপ সচিব, ভাৰতৰ জিলা সচিব
কাৰ্যকাল
২০০৬ – ২০১০
জিলা মুজফৰপুৰ
সচিব, ভাৰতৰ জিলা সচিব
কাৰ্যকাল
২০০১ – ২০০৬
জিলা মুজফৰপুৰ
লোক জনশক্তি পাৰ্টীৰ তৃতীয় সংসদীয় সচিব
কাৰ্যকাল
২ ছেপ্টেম্বৰ ২০২১ (2021-09-02) – ৫ অক্টোবৰ ২০২১
পূৰ্বসূৰী চিৰাগ পাছোৱান
ব্যক্তিগত তথ্য
জন্ম ২২ এপ্ৰিল, ১৯৬৭ (৫৮ বছৰ)
ৰাজনৈতিক দল লোক জনশক্তি দল

বীণা দেৱী (ইংৰাজী: Veena Devi, জন্ম-২২ এপ্ৰিল ১৯৬৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ বৈশালীৰ পৰা লোক জনশক্তি পাৰ্টীক প্ৰতিনিধিত্ব কৰি বৰ্তমান লোকসভাৰ সংসদ সদস্য হিচাপে দ্বিতীয় কাৰ্যকাল কটাই আছে। তেওঁ গাইঘাট সমষ্টিৰ পৰা টিকটপ্ৰাপ্ত বিহাৰ বিধানসভাৰ প্ৰাক্তন সদস্য। ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত বৈশালীৰ পৰা লোক জনশক্তি পাৰ্টিৰ হৈ তেওঁ প্ৰতিদ্বন্দ্বিতা কৰি ৰঘুবংশ প্ৰসাদ সিঙক পৰাস্ত কৰে।[1]

ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

২০২১ চনৰ ২ ছেপ্টেম্বৰত চিৰাগ কুমাৰ পাছৱানৰ পৰিৱৰ্তে তেওঁ লোক জনশক্তি পাৰ্টিৰ সংসদীয় অধ্যক্ষ হয়।[2][3] ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বীণা দেৱীয়ে ৫,৬৬,২২৫ টা ভোট লাভ কৰি জয়লাভ কৰে। ৰাষ্ট্ৰীয় জনতা দলৰ বিজয় কুমাৰ শুক্লাক তেওঁ ৯০০২৬ টা ভোটত পৰাস্ত কৰে।[4][5]

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

১৯৬৭ চনৰ ২২ এপ্ৰিলত বিহাৰৰ দৰভঙাত উপেন্দ্ৰ প্ৰসাদ সিং আৰু সবুজকলা দেৱীৰ ঘৰত বীণা দেৱীয়ে জন্মগ্ৰহণ কৰিছিল। তেওঁ মেট্ৰিক ডিগ্ৰীধাৰী।.[6] ১৯৮৪ চনৰ ২৭ এপ্ৰিলত মুজাফ্ফৰপুৰৰ এম এল চি দীনেশ প্ৰসাদ সিঙৰ সৈতে তেওঁৰ বিবাহ হয়।[6][7][8]তেওঁলোকৰ দুজন পুত্ৰ আৰু দুগৰাকী কন্যা আছে।তেওঁলোক দৌআদপুৰ গাঁৱত থাকে।[9]

২০১০ চনত গাইঘাটত বিজেপিৰ সৈতে বিধানসভা নিৰ্বাচনত তেওঁ বিধায়িকা হৈছিল। ২০১০ চনৰ বিধানসভাৰ নিৰ্বাচনত ঘাইঘাট আসনৰ পৰা বিজেপিৰ টিকটত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেওঁ মুজাফ্ফৰপুৰৰ পৰা প্ৰাক্তন অধ্যক্ষ আছিল।[10][11]২০০১ চনত মুজাফ্ফৰপুৰ জিলাৰ অধ্যক্ষ আৰু ২০০৬ চনত উপ অধ্যক্ষ হয়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Kumar, Abhay (24 March 2019). "For Bihar NDA, blood is thicker than sweat". Deccan Herald. https://www.deccanherald.com/national/national-politics/for-bihar-nda-blood-is-thicker-than-sweat-724832.html. 
  2. Chandra, Vyas (2 September 2021). "Bihar Politics: बिहार में चिराग को नया झटका, वैशाली की सांसद वीणा देवी बनीं LJP पारस गुट संसदीय बोर्ड की अध्‍यक्ष". https://www.jagran.com/bihar/patna-city-bihar-politics-vaishali-mp-veena-devi-becomes-the-chairperson-of-ljp-parliamentary-board-paras-gave-the-responsibility-21983630.html. 
  3. Kamal, Neel (2 September 2021). "पशुपति पारस ने भतीजे को दिया एक और झटका, LJP के एक और अहम पद से चिराग पासवान की छुट्टी" (hi ভাষাত). News18 Hindi. https://hindi.news18.com/news/bihar/patna-pashupati-kumar-paras-removed-chirag-paswan-from-post-of-ljp-parliamentary-board-chairman-also-bramk-3722490.html. 
  4. "Parliamentary Constituency 16 - Vaishali (Bihar)". ECI. https://results.eci.gov.in/PcResultGenJune2024/ConstituencywiseS0416.htm. 
  5. "Vaishali Constituency Lok Sabha Election Results 2024" (en ভাষাত). Bru Times News. https://www.brutimes.com/news/politics/vaishali-constituency-lok-sabha-election-results-2024. 
  6. 6.0 6.1 "Members : Lok Sabha". loksabhaph.nic.in. http://loksabhaph.nic.in/Members/MemberBioprofile.aspx?mpsno=5223। আহৰণ কৰা হৈছে: 24 February 2020. 
  7. Jamal, Khwaja (21 October 2010). "Hiccup for BJP ahead of election - Party nominee brother caught bribing voters". The Telegraph. https://www.telegraphindia.com/bihar/hiccup-for-bjp-ahead-of-election-party-nominee-brother-caught-bribing-voters/cid/470594. 
  8. "Newly born grandson of JD(U) MLC and BJP MLA kidnapped in Bihar". Daily News and Analysis. 22 November 2014. https://www.dnaindia.com/india/report-newly-born-grandson-of-jdu-mlc-and-bjp-mla-kidnapped-in-bihar-2037449. 
  9. "VEENA DEVI (Bharatiya Janata Party(BJP)):Constituency- Gaighat(MUZAFFARPUR) - Affidavit Information of Candidate". myneta.info. http://myneta.info/bih2010/candidate.php?candidate_id=1078। আহৰণ কৰা হৈছে: 2 February 2020. 
  10. "Assembly Election Result 2016, Assembly Election Schedule Candidate List, Assembly Election Opinion/Exit Poll Latest News 2016". infoelections.com. http://infoelections.com/infoelection/index.php/election-results/bihar-election-resuls/6310-bihar-legislative-council-election-result.html। আহৰণ কৰা হৈছে: 14 March 2022. 
  11. "Member of Parliament - Devi Smt. Veena". https://www.abkibaar.com/candidate/devi-smt-veena। আহৰণ কৰা হৈছে: 2023-08-11.