সমললৈ যাওক

বীৰগঞ্জ ৰাষ্ট্ৰীয় উদ্যান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বীৰগঞ্জ ৰাষ্ট্ৰীয় উদ্যান
আই.ইউ.চি.এন শ্ৰেণী IV (বাসস্থান/প্ৰজাতি ব্যৱস্থাপনা অঞ্চল)
অৱস্থান দিনাজপুৰ, বাংলাদেশ
মাটিকালি 168.56 হেক্টৰ (417 একৰs)
প্ৰতিস্থা ১৪ ডিচেম্বৰ ২০১১; ১৪ বছৰ আগত (2011-12-14)

বীৰগঞ্জ ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Birganj National Park) বাংলাদেশৰ দিনাজপুৰ জিলাৰ বীৰগঞ্জ উপজিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান।[1][2] ২০১১ চনৰ ১৪ ডিচেম্বৰত স্থাপন কৰা এই ৰাষ্ট্ৰীয় উদ্যানখন ১৬৮.৫৬ হেক্টৰ মাটিৰে গঠিত।[3]

জীৱ বৈচিত্ৰ্য

[সম্পাদনা কৰক]

বীৰগঞ্জ ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন প্ৰজাতিৰ গছ যেনে শাল, বেত, বাহ, শিমলু, শিশু আৰু সোণাৰু দেখা যায়। অৱশ্যে এই অৰণ্যৰ মূল গছ হৈছে শাল গছ। ইয়াৰ বাহিৰেও এই উদ্যানখনত বিভিন্ন প্ৰজাতিৰ চৰাই, সাপ, সৰীসৃপ আদি পোৱা যায়।[4]

ভূপ্ৰকৃতি

[সম্পাদনা কৰক]

এই শাল অৰণ্যৰ কাষেৰে ঢেপা নদী বৈ গৈছে।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "বাৰ্ষিক প্ৰতিৱেদন ২০১৮-১৯". ১৭ ফেব্ৰুয়াৰি ২০২১. Archived from the original on 2024-04-20. https://web.archive.org/web/20240420224147/http://bforest.portal.gov.bd/sites/default/files/files/bforest.portal.gov.bd/page/2df7f2df_fa89_453f_8058_7efa3bd806f1/2020-08-09-13-46-edeec5c2b5192bef749674278f5baf1f.pdf আহৰণ কৰা হৈছে: 2026-01-08.
  2. "বাৰ্ষিক প্ৰতিৱেদন ২০১৭-১৮". ১৭ ফেব্ৰুয়াৰি ২০২১. Archived from the original on 2024-04-19. https://web.archive.org/web/20240419215039/http://bforest.portal.gov.bd/sites/default/files/files/bforest.portal.gov.bd/page/2df7f2df_fa89_453f_8058_7efa3bd806f1/ANNUAL%20REPORT_2017-18.pdf আহৰণ কৰা হৈছে: 2026-01-08.
  3. "Protected Areas of Bangladesh". বাংলাদেশ বন বিভাগ. August 26, 2013. Archived from the original on August 17, 2013. https://web.archive.org/web/20130817044542/http://bforest.gov.bd/index.php/protected-areas আহৰণ কৰা হৈছে: January 8, 2026.
  4. 1 2 "ঐতিহাসিক বীৰগঞ্জ শালবন জাতীয় উদ্যান" (bn ভাষাত). জাতীয় তথ্য বাতায়ন (ঢাকা: জাতীয় তথ্য বাতায়ন). ২ আগষ্ট ২০১৭. http://birganj.dinajpur.gov.bd/node/198226/ঐতিহাসিক-বীৰগঞ্জ-শালবন-জাতীয়-উদ্যাণ.[সংযোগবিহীন উৎস]সাঁচ:অকাৰ্যকৰ সংযোগ