সমললৈ যাওক

বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য
সংসদ
ৰাজ্যসভা
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১৫ জুন ২০১৯
পূৰ্বসূৰী চেণ্টিউছ খুজুৰ
সমষ্টি অসম
কাৰ্যকাল
২০০৮ – ২০১৪
উত্তৰসূৰী সঞ্জয় সিনহ
সমষ্টি অসম
তীখা আৰু খনি মন্ত্ৰী & খনি মন্ত্ৰালয়
ভাৰত চৰকাৰ
কাৰ্যকাল
২৯ জুন ১৯৯৬ – ১৯ মাৰ্চ ১৯৯৮
প্ৰধানমন্ত্ৰী এইচ. ডি দেৱে গৌড়া
আই. কে গুজৰাল
পূৰ্বসূৰী এইচ. ডি দেৱে গৌড়া
উত্তৰসূৰী নবীন পাটনায়ক
সংসদ
লোকসভা
কাৰ্যকাল
১৯৯৬ – ১৯৯৮
পূৰ্বসূৰী প্ৰবিন ডেকা
উত্তৰসূৰী মাধব ৰাজবংশী
সমষ্টি মংগলদৈ
ব্যক্তিগত তথ্য
জন্ম ২৯ জানুৱাৰী, ১৯৫৬ (৬৮ বছৰ)
ৰাষ্ট্ৰীয়তা  ভাৰত
ৰাজনৈতিক দল অসম গণ পৰিষদ
শিক্ষা দৰং কলেজ গুৱাহাটী বিশ্ববিদ্যালয়

বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য (ইংৰাজী: Birendra Prasad Baishya) ভাৰতবৰ্ষৰ এজন ৰাজনীতিবিদ। তেওঁ ১৯৯৬ চনত লোকসভা নিৰ্বাচনত অসমৰ মংগলদৈ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হয় আৰু কেন্দ্ৰীয় তীখা আৰু খনিৰ মন্ত্ৰী পদৰ দায়িত্ব লাভ কৰে। তেওঁ ২০০৮ চনৰ পৰা ২০১৪ চনলৈ আৰু জুন ২০১৯ চনত আকৌ ৰাজ্যসভা সাংসদ হিচাপে নিৰ্বাচিত হয়। বৈশ্যদেৱে ভাৰতীয় ভাৰোত্তোলন ফেডাৰেচনৰ সভাপতি আছিল।[1][2][3][4][5]

fourth from left side,in middle between Keshab Mahanta and Atul Bora.

[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Detailed Profile: Shri Birendra Prasad Baishya". Archived from the original on 2019-02-16. https://web.archive.org/web/20190216035337/https://archive.india.gov.in/govt/rajyasabhampbiodata.php?mpcode=2064। আহৰণ কৰা হৈছে: 2024-11-23. 
  2. Retired but an untiring Baishya who Sir could never ignore
  3. Newly-elected Indian Weightlifting Federation President Birendra Prasad Baishya
  4. "AGP has not drifted away from goals: Atul Bora". Archived from the original on 7 December 2018. https://web.archive.org/web/20181207145905/http://www.assamtribune.com/scripts/detailsnew.asp?id=oct1516/state053। আহৰণ কৰা হৈছে: 27 October 2016. 
  5. AGP forges poll pact with BJP, happy with 20 seats
  6. EXECUTIVE COMMITTEE OF INDIAN WEIGHTLIFTING FEDERATION EFFECTIVE 2017-2021