সমললৈ যাওক

বীৰ টিকেন্দ্ৰজিৎ বিশ্ববিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বীৰ টিকেন্দ্ৰজিৎ বিশ্ববিদ্যালয়
স্থাপিত ২০২০
ধৰণ ব্যক্তিগত বিশ্ববিদ্যালয়
আচাৰ্য বি. এন. মিশ্ৰ
উপাচাৰ্য খালী
স্থান ইম্ফল, মণিপুৰ
ৱেবছাইট www.birtikendrajituniversity.ac.in

বীৰ টিকেন্দ্ৰজিৎ বিশ্ববিদ্যালয় ভাৰতবৰ্ষৰ মণিপুৰ ৰাজ্যৰ ইম্ফলত অৱস্থিত এখন ব্যক্তিগত বিশ্ববিদ্যালয়।[1][2][3]

শৈক্ষিক বিষয়

[সম্পাদনা কৰক]

বীৰ টিকেন্দ্ৰজিৎ বিশ্ববিদ্যালয়ে বিভিন্ন শাখাৰ বাবে ডিপ্লমা, স্নাতক আৰু স্নাতকোত্তৰ কাৰ্যসূচী প্ৰদান কৰে। বিশ্ববিদ্যালয়খনে নিম্ন ধাৰাসমূহৰ বহু-বিষয়ক পাঠ্যক্ৰম আগবঢ়ায় :

  • বাণিজ্য আৰু ব্যৱস্থাপনা
  • কম্পিউটাৰ এপ্লিকেচন
  • অভিযান্ত্ৰিক
  • মানৱীয় বিজ্ঞান
  • ব্যৱস্থাপনা
  • ফাৰ্মাচী
  • স্কুলীয়া শিক্ষা
  • বিজ্ঞান

স্বীকৃতিসমূহ

[সম্পাদনা কৰক]
  • বিশ্ববিদ্যালয় অনুদান আয়োগৰ (UGC) অনুমোদন
  • বিশ্ববিদ্যালয় গেজেট
  • সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ (AICTE)
  • ভাৰতীয় বিশ্ববিদ্যালয় সংস্থা (AIU)
  • ভাৰতীয় বাৰ পৰিষদ (BCI)
  • ভাৰতীয় ফাৰ্মাচী পৰিষদ (PCI)

কেম্পাছ

[সম্পাদনা কৰক]
চাঞ্চীপুৰ, মণিপুৰ বিশ্ববিদ্যালয়ৰ ওচৰৰ চাউথ ভিউৰ কাষত, ইম্ফল পশ্চিম, মণিপুৰ-৭৯৫০০৩

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Private University Manipur". University Grants Commission. https://www.ugc.ac.in/privateuniversitylist.aspx?id=22&Unitype=3। আহৰণ কৰা হৈছে: 19 October 2017. 
  2. "Manipur". UNI India. 10 August 2020. http://www.uniindia.com/manipur-n-biren-singh-govt-wins-confidence-motion-with-voice-note/east/news/2116578.html। আহৰণ কৰা হৈছে: 6 September 2020. 
  3. "Total No. of Universities in the Country as on 04.08.2020". University Grants Commission. https://www.ugc.ac.in/oldpdf/Consolidated%20list%20of%20All%20Universities.pdf। আহৰণ কৰা হৈছে: 6 September 2020.