বুৰোটু
অৱয়ব
ফিজিৰ মেলানেছিয়ান পৌৰাণিক কাহিনীত বুৰোটু হৈছে সৰগীয়-পাতাল। নতুনকৈ মৃত আত্মাবোৰৰ বিচাৰ দেগেইয়ে কৰে আৰু কেইজনমানক বুৰোটুলৈ লৈ যায়। বাকীবোৰ মুৰিমুৰিয়ালৈ যায়।[1]
চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ T. Williams, J. Calvert, Fiji and the Fijians, Heylin, 1858.