বেদৱতী বুঢ়াগোহাঁই
অৱয়ব
বেদৱতী বুঢ়াগোহাঁই | |
|---|---|
| ৰাজ্যসভাৰ সাংসদ | |
| কাৰ্যকাল ১৯৫৪-১৯৬৬ | |
| সমষ্টি | অসম |
| ব্যক্তিগত তথ্য | |
| জন্ম | ১৯ নৱেম্বৰ, ১৯১১ |
| ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
বেদৱতী বুঢ়াগোহাঁই আছিল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে ভাৰতৰ সংসদৰ উচ্চ সদনত ৰাজ্যসভাত অসমক প্ৰতিনিধিত্ব কৰিছিল৷