বেলজিয়াম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

উত্তৰ পশ্চিম ইউৰোপৰ এখন দেশ। ই এখন যুুুক্তৰাষ্ট্ৰীয় সাংবিধানিক ৰাজতন্ত্ৰ। বেলজিয়াম ইউৰোপীয় ইউনিয়নৰ প্ৰতিষ্ঠাতা সদস্য।