সমললৈ যাওক

বোকাখাত বিধানসভা সমষ্টি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বোকাখাত
সমষ্টি নং- ১০৫ অসম বিধানসভা সমষ্টি
সমষ্টিৰ বিৱৰণ
ৰাষ্ট্ৰভাৰত
ৰাজ্যঅসম
বিভাগউজনি অসম
জিলাগোলাঘাট
লোকসভা সমষ্টিকাজিৰঙা
প্ৰতিস্থা১৯৭৮
সংৰক্ষণনাই
বিধান সভাৰ সদস্য
পদাধিকাৰী
অতুল বৰা
দল Asom Gana Parishad
মিত্ৰগোট National Democratic Alliance
নিৰ্বাচিত বছৰ২০২৬

বোকাখাত বিধানসভা সমষ্টি (ইংৰাজী: Bokakhat Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও গোলাঘাট জিলাৰ অন্তৰ্গত এই সমষ্টিটো ১০৫ নম্বৰ সমষ্টি হিচাপে বাহাল ৰখা হয়।

এই সমষ্টিটো গোলাঘাট জিলাৰ অন্তৰ্গত আৰু ই কাজিৰঙা লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত (পূৰ্বতে ই কলিয়াবৰ লোকসভা সমষ্টিৰ অংশ আছিল)। বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এক বৃহৎ অংশ এই সমষ্টিটোৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত পৰে। সমষ্টিটো কোনো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত নহয় (অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ)।



বোকাখাত বিধানসভা সমষ্টিৰ আটাইতকৈ সফল দলসমূহ

বিধানসভাৰ সদস্যসকল

[সম্পাদনা কৰক]
নিৰ্বাচন সদস্য দলৰ সংযোগ
১৯৭৮ ছত্ৰগোপাল কৰ্মকাৰ জনতা পাৰ্টি
১৯৮৩ ধৰ্মেশ্বৰ হাজৰিকা স্বতন্ত্ৰ প্ৰাৰ্থী
১৯৮৫ বলোভৰাম গোৱালা স্বতন্ত্ৰ প্ৰাৰ্থী
১৯৯১ ভূপেন্দ্ৰ নাথ ভূঞা ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৬ ভূপেন্দ্ৰ নাথ ভূঞা অসম গণ পৰিষদ
২০০১ জিতু গোৱালা স্বতন্ত্ৰ প্ৰাৰ্থী
২০০৬ জিতু গোৱালা ভাৰতীয় জাতীয় কংগ্ৰেছ
২০১১ অৰুণ ফুকন স্বতন্ত্ৰ প্ৰাৰ্থী
২০১৬ অতুল বৰা অসম গণ পৰিষদ
২০২১
২০২৬

নিৰ্বাচনী ফলাফল

[সম্পাদনা কৰক]

২০২৬ চনৰ বিধানসভা নিৰ্বাচন

[সম্পাদনা কৰক]

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত এনডিএ মিত্ৰজোঁটৰ সমৰ্থিত অসম গণ পৰিষদ (AGP) দলৰ কেন্দ্ৰীয় সভাপতি অতুল বৰাই বিজয় সাব্যস্ত কৰি বোকাখাত সমষ্টিৰ পৰা একেৰাহে তৃতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:

২০২৬ৰ অসম বিধানসভা নিৰ্বাচন: বোকাখাত[1]
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
Asom Gana Parishad অতুল বৰা 78,412 54.26 +1.47
Indian National Congress প্ৰণব দলে 54,125 37.45 −3.20
নিৰ্দলীয় মনোজ শইকীয়া 8,550 5.92
ওপৰৰ এটাও নহয় (নটা) নটা ৩,৩৯৭ ২.৩৭ -
সংখ্যাগৰিষ্ঠ ২৪,২৮৭ ১৬.৮১ -
মুঠ ভোটদান ১,৪৪,৪৮৪ ৮৩.১৫
ছুইং - -

২০২১ চনৰ বিধানসভা নিৰ্বাচন

[সম্পাদনা কৰক]

২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত বোকাখাত সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:

২০২১ৰ অসম বিধানসভা নিৰ্বাচন: বোকাখাত
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
Asom Gana Parishad অতুল বৰা 72,930 52.79
নিৰ্দলীয় প্ৰণব দলে 27,749 20.09
Indian National Congress ৰসৰেখা বৰা 25,690 18.60
ওপৰৰ এটাও নহয় (নটা) নটা ২,৬৭৩ ১.৯৩ -
সংখ্যাগৰিষ্ঠ ৪৫,১৮১ ৩২.৭০ -
মুঠ ভোটদান ১,৩৮,১৫৪ ৮১.৩৫
ছুইং - -

২০১৬ চনৰ বিধানসভা নিৰ্বাচন

[সম্পাদনা কৰক]

২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:

২০১৬ৰ অসম বিধানসভা নিৰ্বাচন: বোকাখাত
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
Asom Gana Parishad অতুল বৰা 62,969 51.52
Indian National Congress অৰুণ ফুকন 34,776 28.45
নিৰ্দলীয় প্ৰণব দলে 18,512 15.15
ওপৰৰ এটাও নহয় (নটা) নটা ২,৩৩০ ১.৯১ -
সংখ্যাগৰিষ্ঠ ২৮,১৯৩ ২৩.০৭ -
মুঠ ভোটদান ১,২২,২১৭ ৮৪.১৫
ছুইং - -

লগতে চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]