সমললৈ যাওক

বৰছলা বিধানসভা সমষ্টি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৰছলা
সমষ্টি নং- ৬৬ অসম বিধানসভা সমষ্টি
সমষ্টিৰ বিৱৰণ
ৰাষ্ট্ৰভাৰত
ৰাজ্যঅসম
বিভাগউত্তৰ অসম
জিলাশোণিতপুৰ
লোকসভা সমষ্টিশোণিতপুৰ
প্ৰতিস্থা১৯৫৭
সংৰক্ষণনাই
বিধান সভাৰ সদস্য
পদাধিকাৰী
ঋতু বৰণ শৰ্মা
দল বিজেপি
মিত্ৰগোট এনডিএ
নিৰ্বাচিত বছৰ২০২৬

বৰছলা বিধানসভা সমষ্টি (ইংৰাজী: Barchalla Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও শোণিতপুৰ জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।

এই সমষ্টিটো শোণিতপুৰ জিলাৰ অন্তৰ্গত আৰু ই শোণিতপুৰ লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত (পূৰ্বতে ই তেজপুৰ লোকসভা সমষ্টিৰ অংশ আছিল)। সমষ্টিটো কোনো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত নহয় (অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ)।

বিধানসভাৰ সদস্যসকল

[সম্পাদনা কৰক]
Election Member Party affiliation Margin
১৯৭৮ কমল চন্দ্ৰ বসুমতাৰী প্লেইন ট্ৰাইবেলছ কাউঞ্চিল অৱ অসম
১৯৮৫ প্ৰফুল্ল গোস্বামী স্বতন্ত্ৰ প্ৰাৰ্থী
১৯৯১ ৰুদ্ৰ পৰাজুলী ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৬ প্ৰফুল্ল গোস্বামী অসম গণ পৰিষদ
২০০১ টংকা বাহাদুৰ ৰায় ভাৰতীয় জাতীয় কংগ্ৰেছ
২০০৬
২০১১
২০১৬ গণেশ কুমাৰ লিম্বু ভাৰতীয় জনতা পাৰ্টী ২৩,৬৮২
২০২১ ১৭,৭৮২
২০২৬ ঋতু বৰণ শৰ্মা ভাৰতীয় জনতা পাৰ্টী ২৪,৫৬২

নিৰ্বাচনী ফলাফল

[সম্পাদনা কৰক]

২০২৬ চনৰ বিধানসভা নিৰ্বাচন

[সম্পাদনা কৰক]

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী ঋতু বৰণ শৰ্মায়ে বিজয় সাব্যস্ত কৰি বৰছলা সমষ্টিৰ নতুন বিধায়ক হিচাপে নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:

২০২৬ৰ অসম বিধানসভা নিৰ্বাচন: বৰছলা[1]
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
Bharatiya Janata Party ঋতু বৰণ শৰ্মা 84,495 53.15
Indian National Congress ৰিপুন বৰা 59,933 37.70
Jharkhand Mukti Morcha আবুল মাজন 8,558 5.38
United People's Party Liberal বাবুৰাম বসুমতাৰী 1,714 1.08
ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনেল মহেন্দ্ৰ ওৰাং ৮৮৫ ০.৫৬ -
নিৰ্দলীয় মনোজ বৰা 719 0.45
চোচিয়েলিষ্ট ইউনিটি চেন্টাৰ অৱ ইণ্ডিয়া (কমিউনিষ্ট) চম্পা কুৰ্মী ৪২২ ০.২৭ -
গণ সুৰক্ষা পাৰ্টী জচুৱা বাৰ্জো ৪০১ ০.২৫ -
ওপৰৰ এটাও নহয় (নটা) নটা ১,৮৪৫ ১.১৬ -
সংখ্যাগৰিষ্ঠ ২৪,৫৬২ ১৫.৪৫ -
মুঠ ভোটদান ১,৫৮,৯৭২
ছুইং - -

২০২১ চনৰ বিধানসভা নিৰ্বাচন

[সম্পাদনা কৰক]

২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত বৰছলা সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:

২০২১ৰ অসম বিধানসভা নিৰ্বাচন: বৰছলা
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
Bharatiya Janata Party গণেশ কুমাৰ লিম্বু 70,574 51.50
Indian National Congress ৰাম প্ৰসাদ শৰ্মা 52,792 38.52
ওপৰৰ এটাও নহয় (নটা) নটা ১,৫২১ ১.১১ -
সংখ্যাগৰিষ্ঠ ১৭,৭৮২ ১২.৯৮ -
মুঠ ভোটদান ১,৩৭,০৩৮ ৭৯.০০
ছুইং - -

২০১৬ চনৰ বিধানসভা নিৰ্বাচন

[সম্পাদনা কৰক]

২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:

২০১৬ৰ অসম বিধানসভা নিৰ্বাচন: বৰছলা
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
Bharatiya Janata Party গণেশ কুমাৰ লিম্বু 53,949 45.00
Indian National Congress টংকা বাহাদুৰ ৰায় 30,267 25.23
ওপৰৰ এটাও নহয় (নটা) নটা ১,২১১ ১.০১ -
সংখ্যাগৰিষ্ঠ ২৩,৬৮২ ১৯.৭৭ -
মুঠ ভোটদান ১,১৯,৮৮৬ ৮৩.০৭
ৰ Indian National Congressৰ ওপৰত বিজয় সাব্যস্ত ছুইং - -

লগতে চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]