সমললৈ যাওক

বৰনদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৰনদী
মোহনা ব্ৰহ্মপুত্ৰ নদী

বৰনদী অসমৰ পশ্চিম-উত্তৰ দিশত অৱস্থিত। ব্ৰিটিছসকলৰ শাসন কালত অসমৰ এই নদীখনে কামৰূপ জিলা আৰু দৰং জিলাক পৃথক কৰিছিল। ইয়াৰ নামটো বাৰা/বড়ো/বদা নদীৰপৰা উৎপত্তি হৈছে।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Maṇḍala, Satyendra Nātha (2011) (en ভাষাত). History and Culture of the Bodos. Satyendranath Mondal. ISBN 9788190358415. https://books.google.com/books?id=TirUMwEACAAJ&q=the+history+and+cultures+of+bodos.