বৰপেটা ছোৱালী মহাবিদ্যালয়
অৱয়ব
বৰপেটা ছোৱালী মহবিদ্যালয় | |
---|---|
স্থাপিত | ১৯৭৮ |
ধৰণ | স্নাতক মহবিদ্যালয় |
ধৰ্মীয় ভুক্তি | গুৱাহাটী বিশ্ববিদ্যালয় |
সভাপতি | বৰিন্দ্ৰ ভূঞা |
অধ্যক্ষ | আব্দুল জব্বাৰ আলী আহমেদ, ভাৰপ্ৰাপ্ত |
ৱেবছাইট | আধিকাৰিক ৱেবছাইট |
বৰপেটা ছোৱালী মহাবিদ্যালয় অসমৰ বৰপেটা জিলাৰ বৰপেটা নগৰত অৱস্থিত। মহাবিদ্যালয়খন ১৯৭৮ চনত স্থাপিত এখন স্নাতক মহাবিদ্যালয়। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত।[1][2]
বিভাগসমূহ
[সম্পাদনা কৰক]স্বীকৃতি
[সম্পাদনা কৰক]২০১৬ চনত মহাবিদ্যালয়খনক ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদৰ দ্বাৰা "বি" গ্ৰেড প্ৰদান কৰা হয়।[4]মহাবিদ্যালয়খনক বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰাও স্বীকৃতি দিয়া হৈছে।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Affiliated Colleges". Guahati University. Archived from the original on 6 June 2017. https://web.archive.org/web/20170606080313/http://www.gauhati.ac.in/college-affiliated%20colleges.php। আহৰণ কৰা হৈছে: 8 July 2017.
- ↑ "Provincialised colleges affiliated to Guahati University". Directorate of Higher Education, Assam. Archived from the original on 6 July 2017. https://web.archive.org/web/20170706192913/http://www.dheassam.gov.in/gu-college-list.asp। আহৰণ কৰা হৈছে: 8 July 2017.
- ↑ "Departments". Barpeta Girls' College. Archived from the original on 29 June 2017. https://web.archive.org/web/20170629005750/http://barpetagirlscollege.org/bgcollege-departments.html। আহৰণ কৰা হৈছে: 8 July 2017.
- ↑ "CCycle212147" (PDF). National Assessment & Accreditation Council. http://web5.kar.nic.in/naac_ec/ShowPdf.aspx?Field1=College&Field2=Barpeta+Girls'+College&Field3=Barpeta&Field4=AS&Field5=Cycle2&Field6=12147। আহৰণ কৰা হৈছে: 8 July 2017.[সংযোগবিহীন উৎস]
- ↑ "Colleges in Assam". University Grants Commission. Archived from the original on 28 September 2011. https://web.archive.org/web/20110928204615/http://www.ugc.ac.in/inside/browse_reco_colleges.php?st=Assam। আহৰণ কৰা হৈছে: 8 July 2017.