সমললৈ যাওক

বৰপেটা লোকসভা সমষ্টি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৰপেটা লোকসভা সমষ্টি
লোকসভা সমষ্টি
Barpeta Lok Sabha constituency
Map
বৰপেটা লোকসভা সমষ্টিৰ মানচিত্ৰ
দেশ ভাৰত
ৰাজ্য অসম
প্ৰতিষ্ঠা ১৯৫২
চৰকাৰ
  বৰ্তমানৰ সাংসদ ফণীভূষণ চৌধুৰী (অসম গণ পৰিষদ)
জনসংখ্যা
 (২০২৪)
  মুঠ ভোটাৰ
১৯৬৬৯৫৬
সমষ্টিৰ অন্তৰ্গত বিধানসভা মণ্ডলীসমূহ:
অভয়াপুৰীবঙাইগাঁওভৱানীপুৰ-সৰভোগবৰপেটাপকাবেতবাৰীবজালীহাজো-শুৱালকুছিবৰক্ষেত্ৰীনলবাৰীতিহু


বৰপেটা লোকসভা সমষ্টি (ইংৰাজী: Barpeta Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।

বিধানসভাৰ সমষ্টিসমূহ

[সম্পাদনা কৰক]

লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে[1]

সমষ্টিৰ ক্ৰমিক নং সমষ্টিৰ নাম (অনুসূচিত জাতি/অনুসূচিত জনজাতি)ৰ বাবে সংৰক্ষিত জিলা ভোটাৰ (২০১১)[2]
৩২ বঙাইগাঁও বিধানসভা সমষ্টি নহয় বঙাইগাঁও ১৪৪,৪৮৪
৩৪ অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টি নহয় বঙাইগাঁও ১২৫,৩০৪
৩৫ অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টি অনুসূচিত জাতি বঙাইগাঁও ১৪৫,৯২৫
৪২ পাটছাৰকুছি বিধানসভা সমষ্টি নহয় বৰপেটা ১২৪,৯৯৩
৪৩ বৰপেটা বিধানসভা সমষ্টি নহয় বৰপেটা ১৫৪,৩৪৩
৪৪ জনিয়া বিধানসভা সমষ্টি নহয় বৰপেটা ১৩৬,৯৩৯
৪৫ বাঘবাৰ বিধানসভা সমষ্টি নহয় বৰপেটা ১০৮,০৭৬
৪৬ সৰুক্ষেত্ৰী বিধানসভা সমষ্টি নহয় বৰপেটা ১৪৯,৫৪৭
৪৭ চেঙা বিধানসভা সমষ্টি নহয় বৰপেটা ১০৫,৪৮২
৬১ ধৰ্মপুৰ বিধানসভা সমষ্টি নহয় নলবাৰী ১২৭,০০৫

লোকসভাৰ সদস্যসকল

[সম্পাদনা কৰক]
ক্ৰমবৰ্ষপ্ৰাৰ্থীদল
১৯৫১বেলি ৰাম দাসভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬২ৰেণুকা দেৱী বৰকটকীভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬৭ফকৰুদ্দিন আলি আহমেদভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭১ফকৰুদ্দিন আলি আহমেদভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭৭ইছমাইল হুচেইন খানভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯১উদ্ধৱ বৰ্মনকমিউনিষ্ট পাৰ্টী অফ ইণ্ডিয়া
১৯৯৬উদ্ধৱ বৰ্মনকমিউনিষ্ট পাৰ্টী
১৯৯৮এ এফ গুলাম ওচমানিভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৯এ এফ গুলাম ওচমানিভাৰতীয় জাতীয় কংগ্ৰেছ
১০২০০৪এ এফ গুলাম ওচমানিভাৰতীয় জাতীয় কংগ্ৰেছ
১১২০০৯ইছমাইল হুচেইনভাৰতীয় জাতীয় কংগ্ৰেছ
১২২০১৪চিৰাজুদ্দিন আজমল[3]এ আই ইউ ডি এফ
১৩ ২০১৯ আব্দুল খালেক ভাৰতীয় জাতীয় কংগ্ৰেছ
১৪ ২০২৪ ফণীভূষণ চৌধুৰী অসম গণ পৰিষদ

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]