সমললৈ যাওক

বৰপেটা ৰোড হাউলী মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৰপেটা ৰোড হাউলী মহাবিদ্যালয়
স্থাপিত ১৯৬৬
ধৰণ উ.মা., স্নাতক, স্নাতককোত্ত
ধৰ্মীয় ভুক্তি গুৱাহাটী বিশ্ববিদ্যালয়
অধ্যক্ষ ড° ভূষণ চন্দ্ৰ পাঠক
ৱেবছাইট bhcollege.in

বৰপেটা ৰোড হাউলী মহাবিদ্যালয় চমুকৈ বি.এইচ. কলেজ অসমবৰপেটা জিলাৰ হাউলী নগৰৰ নিচেই কাষত ১৯৬৬ চনত স্থাপিত এখন স্নাতক মহাবিদ্যালয়। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত।[1][2]

স্বীকৃতি

[সম্পাদনা কৰক]

২০১৬ চনত কলেজখনক ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদৰ দ্বাৰা চিজিপিএ ৩.১১ৰ সৈতে "এ" গ্ৰেড প্ৰদান কৰা হৈছে।[3][4]মহাবিদ্যালয়খনক বিশ্ববিদ্যালয় অনুদান আয়োগ (ভাৰত)ৰ দ্বাৰাও স্বীকৃতি দিয়া হৈছে।[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Affiliated Colleges". Guahati University. Archived from the original on 6 June 2017. https://web.archive.org/web/20170606080313/http://www.gauhati.ac.in/college-affiliated%20colleges.php। আহৰণ কৰা হৈছে: 7 July 2017. 
  2. "Provincialised colleges affiliated to Guahati University". Directorate of Higher Education, Assam. Archived from the original on 6 July 2017. https://web.archive.org/web/20170706192913/http://www.dheassam.gov.in/gu-college-list.asp। আহৰণ কৰা হৈছে: 7 July 2017. 
  3. "CCycle210554" (PDF). National Assessment & Accreditation Council. http://web5.kar.nic.in/naac_ec/ShowPdf.aspx?Field1=College&Field2=B.+H.+College&Field3=Barpeta&Field4=AS&Field5=Cycle2&Field6=10554। আহৰণ কৰা হৈছে: 9 June 2017. [সংযোগবিহীন উৎস]
  4. "Search Results for: naac". B.H. College. http://www.bhcollege.in/?s=naac। আহৰণ কৰা হৈছে: 7 July 2017. 
  5. "Colleges in Assam". University Grants Commission. http://www.ugc.ac.in/inside/browse_reco_colleges.php?st=Assam। আহৰণ কৰা হৈছে: 7 July 2017.