বৰমা সমষ্টি
অৱয়ব
| সমষ্টি নং- ৬২ অসম বিধানসভা সমষ্টি | |
| ৰাষ্ট্ৰ | ভাৰত |
| ৰাজ্য | অসম |
| জিলা | বাক্সা |
| লোকসভা সমষ্টি | কোকৰাঝাৰ |
| প্ৰতিস্থা | ১৯৫১ |
| সংৰক্ষণ | অনুসুচিত জনজাতি |
| নিৰ্বাচিত বছৰ | ২০২১ চনৰ বিধানসভা নিৰ্বাচন |
বৰামা বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম।[1][2] বৰমা সমষ্টি নামনি অসমৰ বাক্সাৰ অন্তৰ্গত[3][4] বৰমা সমষ্টি কোকৰাঝাৰলোকসভা সমষ্টিৰ অংশ।[5]
বিধানসভাৰ সদস্য
[সম্পাদনা কৰক]- ১৯৫১: ৪৬ নং পাটাছাৰকুছি সমষ্টিৰ অংশ বৰামা সমষ্টি (১) হোমশ্বৰ দেৱ চৌধুৰী বিজয়ী ১ সমাজবাদী দল, (২) বৈকুণ্ঠনাথ দাস বিজয়ী ২ ভাৰতীয় জাতীয় কংগ্ৰেছ। ১৯৫২ চনৰ আৰম্ভণিতে ভোটদান হৈছিল।
- ১৯৫৭: ৪৫ নং পাটাছাৰকুছি সমষ্টিৰ অংশ (১) বীৰেন্দ্ৰ কুমাৰ দাস বিজয়ী ১ প্ৰজা সমাজবাদী দল, (২) সুৰেন্দ্ৰ নাথ দাস, বিজয়ী ২ ভাৰতীয় জাতীয় কংগ্ৰেছ।
- ১৯৬২: সুৰেন্দ্ৰ নাথ দাস, ভাৰতীয় জাতীয় কংগ্ৰেছ.[6]
- ১৯৬৭: সুৰেন্দ্ৰ নাথ দাস, ভাৰতীয় জাতীয় কংগ্ৰেছ।
- ১৯৭২: সুৰেন্দ্ৰ নাথ দাস, ভাৰতীয় জাতীয় কংগ্ৰেছ।
- ১৯৭৮: বৈকুণ্ঠ নাথ দাস, ভাৰতীয় জাতীয় কংগ্ৰেছ।
- ১৯৭৮: অলিত চন্দ্ৰ বড়ো, পিটিচি।
- ১৯৮৫: ৰেখা ৰাণী দাস বড়ো, নিৰ্দলীয়।
- ১৯৯১: পানী ৰাম ৰাভা, এনএজিপি।
- ১৯৯৬: ৰেখা ৰাণী দাস বড়ো, অগপ।
- ২০০১: পানীৰাম ৰাভা, ভাৰতীয় জাতীয় কংগ্ৰেছ।
- ২০০৬: মনেশ্বৰ ব্ৰহ্ম, নিৰ্দলীয়।
- ২০১১: মনেশ্বৰ ব্ৰহ্ম, বি.পি.এফ
- ২০১৬: মনেশ্বৰ ব্ৰহ্ম, বি. পি. এফ।
উৎস
[সম্পাদনা কৰক]- ↑ "List of Assembly constituencies showing their Parliamentary constituences wise break-up". www.ceoassam.nic.in. http://www.ceoassam.nic.in/information/pdf/2_PC%20wise%20LAC%20breakup.pdf। আহৰণ কৰা হৈছে: ৩ জুলাই ২০২৫.
- ↑ "Map of Assam showing District-wise assembly and Parliamentary constituencies". www.ceoassam.nic.in. http://www.ceoassam.nic.in/information/pdf/3_Assembly_HPC_wise_MapA1.pdf। আহৰণ কৰা হৈছে: ৩ জুলাই ২০২৫.
- ↑ "Delimitation of Parliamentary & Assembly Constituencies Order - 2008". Election Commission of India. 26 November 2008. https://old.eci.gov.in/files/file/3931-delimitation-of-parliamentary-assembly-constituencies-order-2008/। আহৰণ কৰা হৈছে: 12 February 2021.
- ↑ "Assam Elections 2021: Constituency Wise Live Result, Tally". News18. 2 May 2021. https://www.news18.com/assembly-elections-2021/assam/barama-wise-election-results-live-s03a062/.
- ↑ "Assam Legislative Assembly - 11th Assembly, Members 2001-2006". assamassembly.gov.in. http://assamassembly.gov.in/mla-2001-06.html। আহৰণ কৰা হৈছে: ৩ জুলাই ২০২৫.
- ↑ "বৰমা নিৰ্বাচনৰ ফলাফল ২০১৬, প্ৰাৰ্থীৰ তালিকা, বিজয়ী, ৰানাৰ্ছ আপ আৰু বৰ্তমানৰ বিধায়ক". ভাৰতত নিৰ্বাচন. ৪ আগষ্ট ২০২১. https://www.elections.in/assam/assembly-constituencies/barama.html.