সমললৈ যাওক

বৰসনা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৰসনা
বৰসনা ধাম
Town
ওপৰৰ পৰা ঘড়ীৰ কাঁটাৰ দিশত: : ৰাধা ৰাণী মন্দিৰৰ বাহিৰৰ দৃশ্য, ৰাধাৰাণী মন্দিৰৰ ভিতৰৰ দৃশ্য, বৰসনাৰ প্ৰৱেশদ্বাৰ, ব্ৰহ্মচল পাহাৰ আৰু শ্ৰীজি মন্দিৰত হোলী উদযাপন
উপনাম: 
The Birthplace of Goddess Radha
বৰসনা is located in Uttar Pradesh
বৰসনা
বৰসনা
Location in Uttar Pradesh, India
স্থানাংক: 27°38′56″N 77°22′44″E / 27.64889°N 77.37889°E / 27.64889; 77.37889স্থানাংক: 27°38′56″N 77°22′44″E / 27.64889°N 77.37889°E / 27.64889; 77.37889
Country  ভাৰত
State Uttar Pradesh
District Mathura
উচ্চতা
১৮২ মিটাৰ (৫৯৭ ফুট)
জনসংখ্যা
 (2001)
  মুঠ
৯,২১৫

বৰসনা, (অসমীয়া উচ্চাৰণ বৰচনা) ভাৰতউত্তৰ প্ৰদেশ ৰাজ্যৰ মথুৰা জিলাৰ এখন ঐতিহাসিক চহৰ আৰু নগৰ পঞ্চায়ত।[1] কৃষ্ণৰ মুখ্য পত্নী হিন্দু দেৱী ৰাধাৰ জন্মস্থান হিচাপে এই চহৰখনে সাংস্কৃতিক আৰু ধৰ্মীয় তাৎপৰ্য লাভ কৰিছে। বৰসনা ব্ৰজ অঞ্চলত অৱস্থিত।[2] চহৰখনৰ মূল আকৰ্ষণ হৈছে ঐতিহাসিক ৰাধা ৰাণী মন্দিৰ যিয়ে বছৰটোৰ ভিতৰতে বিপুলসংখ্যক ভক্তক আকৰ্ষণ কৰে।[3]

মথুৰা, বৃন্দাবন, গোবৰ্ধন, কুৰুক্ষেত্ৰ আৰু দ্বাৰকাকো সামৰি লোৱা কৃষ্ণ তীৰ্থ চক্ৰৰ এক অবিচ্ছেদ্য অংগ বৰসনা।

জনগাঁথনি

[সম্পাদনা কৰক]

২০০১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি[4] বৰসনাৰ জনসংখ্যা ৯২১৫ জন। জনসংখ্যাৰ ৫৩% পুৰুষ আৰু ৪৭% মহিলা। বৰসনাৰ গড় সাক্ষৰতাৰ হাৰ ৫৩%, যিটো ৰাষ্ট্ৰীয় গড় ৫৯.৫%তকৈ কম; ৬৬% পুৰুষ আৰু ৩৪% মহিলা সাক্ষৰ। ১৯% জনসংখ্যা ৬ বছৰৰ তলৰ।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Barsana, India". Falling Rain Genomics. http://www.fallingrain.com/world/IN/36/Barsana.html আহৰণ কৰা হৈছে: 9 December 2018.
  2. "Barsana | Welcome to UP Tourism-Official Website of Department of Tourism, Government of Uttar Pradesh, India". www.uptourism.gov.in. https://www.uptourism.gov.in/en/post/barsana আহৰণ কৰা হৈছে: 2023-03-07.[সংযোগবিহীন উৎস]
  3. "Historical town Barsana set to celebrate 'Lathmar Holi' Tuesday" (en ভাষাত). Financialexpress. https://www.financialexpress.com/lifestyle/historical-town-barsana-set-to-celebrate-lathmar-holi-tuesday/2993719/ আহৰণ কৰা হৈছে: 2023-03-07.
  4. "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. https://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999 আহৰণ কৰা হৈছে: 2008-11-01.