বৰা (উপাধি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা


বৰা (ইংৰাজী: Bora) হৈছে আহোম ৰাজ্যআহোম সেনাবাহিনীপাইক কৰ্মচাৰী[1]। বৰা বংশধৰ সকলে ইয়াক এটা উপাধি হিচাপে বৰ্তমান ব্যৱহাৰ কৰে।

উৎপত্তি[সম্পাদনা কৰক]

বৰা উপাধিটো আহোম ৰজাই দিয়া। আহোম ৰজাই অসমত পাইক প্ৰথাৰ প্ৰচলন কৰে। এক পাইক (এজন সৈন্য) হৈছে আহোম সামৰিক বাহিনীৰ আটাইতকৈ ক্ষুদ্ৰতম একক। বিশজন পাইক পৰিচালনা কৰা বিষয়া জনক বৰা বোলা হৈছিল।

সাম্প্ৰতিক কালত ব্যৱহাৰ[সম্পাদনা কৰক]

বৰ্তমান এই উপাধিটো অসমৰ হিন্দু আৰু মুছলিম লোকসকলে ব্যৱহাৰ কৰে।

বৰা উপাধিৰ প্ৰসিদ্ধ ব্যক্তি[সম্পাদনা কৰক]

লগতে চাওক[সম্পাদনা কৰক]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]