বৰ্তিকা ঝা
| বৰ্তিকা ঝা | |
|---|---|
২০২০ চনত এটা নৃত্য কৰ্মশালাত ঝা | |
| জন্ম | ০৮ এপ্ৰিল, ২০০০ (২৬ বছৰ) ৰেণু সাগৰ, সোণভদ্ৰ জিলা, উত্তৰ প্ৰদেশ |
| পেচা | নৃত্যাংগনা, কৰিঅ’গ্ৰাফাৰ |
| সক্ৰিয় হৈ থকা সময় | ২০১৮- বৰ্তমান |
| শৈলী |
|
বৰ্তিকা ঝা (ইংৰাজী: Vartika Jha ; জন্ম: ৮ এপ্ৰিল ২০০০) এগৰাকী ভাৰতীয় কৰিঅ’গ্ৰাফাৰ, নৃত্যশিল্পী, আৰু অভিনেত্ৰী। তেওঁ ২০১৮ চনৰ ষ্টাৰ প্লাছৰ ডান্স ৰিয়েলিটি শ্ব' ডান্স প্লাছ, ৪ৰ্থ ছিজনৰ প্ৰতিযোগী আৰু ৰানাৰ্ছ আপ আছিল। [1] তেতিয়াৰ পৰাই ভাৰতৰ অন্যতম জনপ্ৰিয় নৃত্যশিল্পী আৰু কৰিঅ’গ্ৰাফাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।
কৰ্মজীৱন
[সম্পাদনা কৰক]কেইবাবাৰো প্ৰত্যাখ্যানৰ সন্মুখীন হোৱাৰ পিছত ২০১৮ চনত ষ্টাৰ প্লাছত প্ৰচাৰিত ধৰ্মেশ য়েলাণ্ডেৰ দলত ডান্স প্লাছ ছিজন ৪-ত ঝাক নিৰ্বাচিত কৰা হয়। শ্ব’টোত তেওঁ ফাইনেলত প্ৰৱেশ কৰে য’ত তেওঁ ২য় ৰানাৰ্ছ আপ হয়।
দ্য ডান্স প্লাছৰ বিচাৰক, কৰিঅ’গ্ৰাফাৰ আৰু বলীউডৰ পৰিচালক ৰেমো ডিছুজাই তেওঁৰ ছবি ‘ষ্ট্ৰীট ডান্সাৰ থ্ৰীডি’ত বৰুণ ধাৱান আৰু শ্ৰদ্ধা কাপুৰৰ সৈতে বৰ্তিকাক অভিনয়ৰ বাবে নিৰ্বাচিত কৰিছিল। [2] [3] [4] [5]
ইয়াৰ পিছত তেওঁ চনী টিভিৰ নৃত্য অনুষ্ঠান ইণ্ডিয়াজ বেষ্ট ডান্সাৰ ছিজন-১ৰ কৰিঅ’গ্ৰাফাৰ হিচাপে অংশগ্ৰহণ কৰে, য'ত বৰ্তিকা প্ৰতিযোগী টাইগাৰ পপৰ (অজয় সিং) বিজয়ী কৰিঅ'গ্ৰাফাৰ আছিল। [6] [7]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Dharmesh Yelande: Dance reality shows make dreams come true". The Times of India. 30 January 2019. https://timesofindia.indiatimes.com/tv/news/hindi/dharmesh-yelande-dance-reality-shows-make-dreams-come-true/articleshow/67740707.cms। আহৰণ কৰা হৈছে: 15 July 2022.
- ↑ "Sonbhadra Daughter Got Varun Dhawan Next Film ABCD 3 On Dancing Talent". amarujala.com. 6 June 2019. https://www.amarujala.com/photo-gallery/uttar-pradesh/varanasi/sonbhadra-daughter-got-varun-dhawan-next-film-abcd-3-on-dancing-talent। আহৰণ কৰা হৈছে: 15 July 2022.
- ↑ "Varun Dhawan, Katrina Kaif's ABC3D marks debut of an international dancer, Shakti Mohan and Vartika Jha". The Times of India. 22 November 2018. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/varun-dhawan-katrina-kaifs-abc3d-marks-debut-of-an-international-dancer-shakti-mohan-and-vartika-jha/articleshow/66745074.cms। আহৰণ কৰা হৈছে: 15 July 2022.
- ↑ "Meet Shraddha Kapoor's 'Rule Breakers' from Street Dancer 3D!". The Times of India. 14 January 2020. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/meet-shraddha-kapoors-rule-breakers-from-street-dancer-3d/articleshow/73239508.cms। আহৰণ কৰা হৈছে: 15 July 2022.
- ↑ "Street Dancer 3D: 'Dance Plus 4' finalist Vartika Jha on the sets in London, Posts behind-the-scene pics with Shraddha Kapoor!". ABP News Bureau. 4 March 2019. https://news.abplive.com/entertainment/television/street-dancer-3d-dance-plus-4-finalist-contestant-vartika-jha-shooting-in-london-with-varun-dhawan-shraddha-kapoor-remo-dsouza-posts-behind-the-scene-pics-933360। আহৰণ কৰা হৈছে: 15 July 2022.
- ↑ "India's Best Dancer winner: Tiger Pop lifts the trophy of the first season; takes home cash prize of Rs 15 lakh". The Times of India. 22 November 2020. https://timesofindia.indiatimes.com/tv/news/hindi/indias-best-dancer-winner-tiger-pop-lifts-the-trophy-of-the-first-season-takes-home-cash-prize-of-rs-15-lakh/articleshow/79357190.cms। আহৰণ কৰা হৈছে: 15 July 2022.
- ↑ "Tiger Pop from Gurgaon Wins India's Best Dancer Season 1, Takes Home Rs 15 Lakhs and a Car". news18. 23 November 2020. https://www.news18.com/news/movies/tiger-pop-from-gurgaon-wins-indias-best-dancer-season-1-takes-home-rs-15-lakhs-and-a-car-3106976.html। আহৰণ কৰা হৈছে: 15 July 2022.