সমললৈ যাওক

বৰ্ষা প্ৰিয়দৰ্শিনী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৰ্ষা প্ৰিয়দৰ্শিনী

বৰ্ষা প্ৰিয়দৰ্শিনী
জন্ম ৭ আগষ্ট, ১৯৮৪ (৪১ বছৰ)[1]
কটক, ওড়িশা, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম বৰ্ষা[2]
শিক্ষানুষ্ঠান সৈলবল মহিলা মহাবিদ্যালয়, কটক
পেচা
  • অভিনেত্ৰী
  • মডেল
সক্ৰিয় হৈ থকা সময় ২০০১–বৰ্তমান
উচ্চতা ৫ ফুট ৬ ইঞ্চি
দাম্পত্যসঙ্গী অনুভৱ মহান্তি (বি. ২০১৪; বিবি. ২০২৩)[3][4]

বৰ্ষা প্ৰিয়দৰ্শিনী (জন্ম ৭ আগষ্ট ১৯৮৪)[1] এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে প্ৰধানকৈ ওড়িয়া চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ বাংলা চলচ্চিত্ৰতো কাম কৰিছে।

তেওঁ তেওঁৰ সমাজসেৱামূলক প্ৰতিষ্ঠান সন্মানিতাৰ জৰিয়তে দৰিদ্ৰ শিশুসকলৰ শিক্ষাৰ লগতে মহিলাৰ ক্ষমতায়নৰ ক্ষেত্ৰত কাম কৰে।

চলচ্চিত্ৰৰ তালিকা

[সম্পাদনা কৰক]
বছৰ চলচ্চিত্ৰ ভূমিকা ভাষা
২০০১ বাজী ওড়িয়া
২০০৩ এ যুগৰ কৃষ্ণ সুদামা ওড়িয়া
২০০৩ সাবতা মা ওড়িয়া
২০০৫ ততে মো ৰাণ ওড়িয়া
২০০৫ তু মো আঁখিৰ তাৰা ওড়িয়া
২০০৫ থেংক ইউ ভগৱান ওড়িয়া
২০০৭ এ মন মানেনা ওড়িয়া
২০০৭ অগ্নিশিখা ওড়িয়া
২০০৮ নেই যাৰে মেঘ মোতে ওড়িয়া
২০০৮জোৰ বাংলা
২০০৮গোলমাল বাংলা
২০০৮লভ ষ্ট'ৰী বাংলা
২০০৮টক্কৰ বাংলা
২০০৯হঁশি খুশি ক্লাব বাংলা
২০১০টাপুৰ টুপুৰ বৃষ্টি পৰে বাংলা
২০১১ অচেনা প্ৰেম বাংলা
২০০৯ সুণা চঁড়েই মো ৰূপা চঁড়েই ওড়িয়া
২০১৯ নিমকি ওড়িয়া
২০১৯ কুইন ওড়িয়া
২০২১ বিজয়িনী ওড়িয়া

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]