ভট্ট পৰিয়াল
অৱয়ব
এইটো এটা অনূদিত বা অনুবাদ চলি থকা প্ৰবন্ধ। ইয়াৰ তাৎপৰ্য্য কেইবাটাও হ'ব পাৰে। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল। |
ভট্ট পৰিয়াল এটা বিখ্যাত ভাৰতীয় পৰিয়াল, এই পৰিয়ালৰ লোকসকল বেছিভাগেই চিনেমা, অভিনেতা, চলচ্চিত্ৰ পৰিচালক আৰু চলচ্চিত্ৰ প্ৰযোজকৰ সৈতে জড়িত ৷ এই পৰিয়ালটোৰ বহু প্ৰজন্মই হিন্দী ছবিৰ বিকাশত অতি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। হিন্দী চিনেমা আৰু বলীউডত এই পৰিয়ালটোৱে অপৰিসীম সন্মান আৰু জনপ্ৰিয়তা লাভ কৰিছে ৷ [1] [2] [3] [4] [5] [6]
নানাভাই ভাট পৰিয়ালৰ সদস্য
[সম্পাদনা কৰক]প্ৰথম প্ৰজন্ম
[সম্পাদনা কৰক]- নানাভাই ভাট-পৰিচালক আৰু প্ৰযোজক
- বলৱন্ত ভাট-পৰিচালক
- শ্বিৰিন মহম্মদ আলী-ছিয়া মুছলমান অভিনেত্ৰী তথা নানাভাই ভাটৰ প্ৰথম পত্নী
- মেহাৰভানো মহম্মদ আলী - অভিনেত্ৰী আৰু শ্বিৰিন মহম্মদ আলীৰ ভগ্নী [7]
দ্বিতীয় প্ৰজন্ম
[সম্পাদনা কৰক]- মহেশ ভট্ট - পৰিচালক আৰু প্ৰযোজক, নানাভাই ভাট আৰু শ্বিৰিন মহম্মদ আলীৰ পুত্ৰ, কিৰণ ভাট আৰু ছোনী ৰাজদানৰ সৈতে বিবাহপাশত আবদ্ধ
- ছোনী ভাট- অভিনেত্ৰী, মহেশ ভাটৰ দ্বিতীয় পত্নী
- মুকেশ ভাট -প্ৰযোজক, নানাভাই ভাট আৰু শ্বিৰিন মহম্মদ আলীৰ পুত্ৰ, নীলিমা ভাটৰ সৈতে বিবাহপাশত আবদ্ধ
- ৰবিন ভাট- চিত্ৰনাট্যকাৰ, নানাভাই ভাট আৰু হেমলতা ভাটৰ পুত্ৰ
তৃতীয় প্ৰজন্ম
[সম্পাদনা কৰক]- सुनील दर्शन-फिल्म निर्माता, निर्देशक और लेखक, दर्शन सभरवाल और शीला भट्ट के बेटे, उन्होंने सोनिया दर्शन से शादी की है।
- धर्मेश दर्शन-निर्माता, निर्देशक और लेखक, दर्शन सभरवाल और शीला भट्ट के बेटे, उन्होंने बिंदिया दर्शन से शादी की है।
- इमरान हाशमी-अभिनेता, मेहरभानो मोहम्मद अली के पोते
- विशेष भट्ट-फिल्म निर्माता, मुकेश भट्ट और नीलिमा भट्ट के बेटे, कनिका परब से विवाहित [8]
- पूजा भट्ट-अभिनेत्री, निर्माता और निर्देशक, महेश भट्ट और किरण भट्ट की बेटी
- राहुल भट्ट-बॉलीवुड फिटनेस ट्रेनर, महेश भट्ट और किरण भट्ट के बेटे
- आलिया भट्ट-अभिनेत्री, निर्माता और उद्यमी, महेश भट्ट और सोनी राजदान की बेटी, रणबीर कपूर से शादी की
- रणबीर कपूर-अभिनेता, आलिया भट्ट के पति
- मोहित सूरी-निर्देशक, हीना भट्ट और दक्ष सूरी के बेटे, उदिता गोस्वामी से विवाहित
- उदिता गोस्वामी-अभिनेत्री, मोहित सूरी की पत्नी [9]
- स्माइली सूरी-अभिनेत्री, हीना भट्ट और दक्ष सूरी की बेटी
সন্দৰ্ভ
[সম্পাদনা কৰক]- ↑ .
- ↑ .
- ↑ "Mahesh Bhatt's father didn't abandon either of his two wives, his claims about being illegitimate are 'dishonest': Nephew Dharmesh Darshan". 25 October 2023. https://indianexpress.com/article/entertainment/bollywood/mahesh-bhatt-claims-of-being-an-illegitimate-child-are-dishonest-triggered-sister-sheila-fatal-illness-dharmesh-darshan-comments-8998459/.
- ↑ Gurovar, Raj (2018). "8". The Legends of Bollywood: Tales of Madness, Mischief & Mayhem. Jaico Publishing House. ISBN 978-9386867995. Archived from the original on 2 February 2024. https://web.archive.org/web/20240202075151/https://books.google.com/books?id=zd5qDwAAQBAJ। আহৰণ কৰা হৈছে: 10 December 2023.
- ↑ Chandra, Anupama (October 31, 1993). "Mahesh, Mukesh and Robin Bhatt: Bollywood's one-family film factory". India Today. Archived from the original on 15 September 2019. https://web.archive.org/web/20190915081641/https://www.indiatoday.in/magazine/indiascope/story/19931031-mahesh-mukesh-and-robin-bhatt-bollywood-one-family-film-factory-811693-1993-10-31.
- ↑ .
- ↑ Mahesh Bhatt [@MaheshNBhatt]. "My aunt Poornima, the first star of our family & who happens to be Emraan Hashmi's grandmother has entered the sunset moments of her life.". https://twitter.com/MaheshNBhatt/status/367531969992986624. Missing or empty |date= (help)
- ↑ "Vishesh Bhatt to turn director". Businessofcinema.com. http://www.businessofcinema.com/news.php?newsid=315। আহৰণ কৰা হৈছে: 2011-02-16.
- ↑ "Remember Udita Goswami from Zeher? Actress gave up Hollywood dream, married into big Bollywood family, now performs at..". https://www.dnaindia.com/bollywood/photo-gallery-remember-udita-goswami-zeher-actress-gave-up-hollywood-dream-married-into-big-bollywood-family-performs-at-3098226&sa=U&ved=2ahUKEwid0MfMo5iJAxVEhlYBHV4qOpsQFnoECAcQAg&usg=AOvVaw2AorloVU4cAibNN4tS5cLp.