ভানগড়
অৱয়ব
| ভানগড় | |
|---|---|
| পৰিচালক | দিলীপ সুদ |
| ৰচনা | দিলীপ সুদ |
| চিত্ৰনাট্য | দিলীপ সুদ, হৰোশ ব্যাস, তাকাই ইমাম, শিৱানী ঠাকুৰ |
| প্ৰযোজক | দিলীপ সুদ, ময়ংক জৈন, অজয় ৰায় |
| অভিনয়ত | আদিল চৌধুৰী, দেৱনীতা সুৰ, সুজানা মুখাৰ্জী, টম অলটাৰ |
| চিত্ৰগ্ৰহণকাৰী | সুহাস ৰাও |
| সম্পাদনা | চাৰু শ্ৰী ৰয় |
| সংগীত পৰিচালক | আদিল চৌধুৰী, অনিকেত কৰ |
মুক্তি |
৫ ছেপ্টেম্বৰ ২০১৪ (ভাৰত) |
| দেশ | ভাৰত |
| ভাষা | হিন্দী |
ভনগড় হ'ল দিলীপ সুদৰ পৰিচালনা তথা মায়ংক জৈন আৰু অজয় ৰায়ৰ সহ-প্ৰযোজনাত ২০১৪ চনত মুক্তি লাভ কৰা ভাৰতীয় ভয়ানক চলচ্চিত্ৰ (হোৰোৰ ফিল্ম)। এই ছবিখন নিৰ্মাণ হৈছে এছিয়াৰ আটাইতকৈ ভূতুনী ঠাই হিচাপে পৰিচিত ৰাজস্থানৰ ভংগড় দুৰ্গৰ আধাৰত।[1][2]
প্লটৰ ৰূপৰেখা
[সম্পাদনা কৰক]ছয়জনীয়া এদল বন্ধুৰ দলে ভনগড় দুৰ্গ দৰ্শন কৰে৷ দুৰ্গটো ভ্ৰমণ কৰি থাকোতে ভুলবশতঃ দুৰ্গৰ কঠোৰ নিষিদ্ধ আৰু ভূতুনী অঞ্চলত প্ৰৱেশ কৰি আবদ্ধ হৈ পৰে।[3]
অভিনয়
[সম্পাদনা কৰক]- শক্তিৰ চৰিত্ৰত আদিল চৌধুৰী
- ৰহীৰ চৰিত্ৰত চুজানা মুখাৰ্জী
- টম অলটাৰ
- দীপকৰ চৰিত্ৰত পুনীত
- জাজৰ চৰিত্ৰত অনীত কৌৰ চেখন
- পিয়াৰ চৰিত্ৰত ডেবনিটা ছুৰ
- গোল্ডিৰ চৰিত্ৰত হেৰী টাংগিৰি
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ভানগড় সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ IANS (৪ জুন ২০১৪). "'Bhaangarh' set to spook audiences". হিন্দুস্তান টাইমছ. http://timesofindia.com/entertainment/hindi/bollywood/news/Bhaangarh-set-to-spook-audiences/articleshow/36052786.cms। আহৰণ কৰা হৈছে: ১৭ নৱেম্বৰ ২০১৫.[সংযোগবিহীন উৎস]
- ↑ Ali Hassan (১৩ জন ২০১৫). "Bhaangarh Trailer, Posters and all you need to know!". Tajveez News. Archived from the original on 2016-03-05. https://web.archive.org/web/20160305160127/http://tajveez.com/bhaangarh-trailer-posters-all-you-need-to-know/। আহৰণ কৰা হৈছে: ১৭ নৱেম্বৰ ২০১৫.
- ↑ "Bhaangarh Movie Wiki, Starcast, Release Date, Story line, Trailer". Bollywood Gang. 29 August 2014. http://www.bollywoodgang.com/2014/bhaangarh-2014-movie-wiki-starcast-release-date-story-line-preview-hd-official-teaser/। আহৰণ কৰা হৈছে: 17 November 2015.