ভান্দিৰবন
অৱয়ব
ভান্দিৰবন | |
|---|---|
|
ওপৰৰ পৰা ঘড়ীৰ কাঁটাৰ দিশতঃ ৰাধা ভান্দিৰ বিহাৰী মন্দিৰ, বংশীৱত গছ, ৰাধা কৃষ্ণ বিবাহ স্থলী মন্দিৰ | |
| উপনাম: ৰাধা-কৃষ্ণৰ বিবাহ স্থলী | |
| স্থানাংক: 27°39′21″N 77°42′27″E / 27.65594°N 77.70737°Eস্থানাংক: 27°39′21″N 77°42′27″E / 27.65594°N 77.70737°E | |
| চৰকাৰ | |
| • ধৰণ | গাঁও পঞ্চায়ত |
| • পৰিচালনা | মন্ত গাঁও পঞ্চায়ত |
| উচ্চতা | ১৮৯ মিটাৰ (৬২০ ফুট) |
ভাৰতৰ উত্তৰ প্ৰদেশৰ মথুৰা জিলাৰ মন্ত তহচিলৰ এক প্ৰাচীন ধৰ্মীয় স্থান ভান্দিৰবন। এই ঠাইডোখৰ হিন্দু দেৱতা কৃষ্ণ আৰু দেৱী ৰাধাৰ কাহিনীৰ সৈতে জড়িত।[1][2][3][4]
পৰিবহন
[সম্পাদনা কৰক]মথুৰা চহৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত আৰু বৃন্দাবন চহৰৰ পৰা ১০ কিলোমিটাৰ দূৰত্বত অৱস্থিত মথুৰা জিলাৰ ভান্দিৰবন বনাঞ্চল অৱস্থিত। ভান্দিৰবনলৈ যাবলৈ বৃন্দাবনৰ পৰা ব্যক্তিগত বাহন পোৱা যায়।[5]
মূল আকৰ্ষণ
[সম্পাদনা কৰক]ৰাধা কৃষ্ণৰ ভক্তসকলৰ মাজত ভান্দিৰবন অতি জনপ্ৰিয়।[6] ই ধৰ্মীয় স্থান; ৰাধা কৃষ্ণ বিবাহ স্থলীৰ বাবে জনাজাত, য’ত ৰাধা কৃষ্ণৰ বিবাহ ব্ৰহ্মা দেৱতা আৰু বংশীৱতে কৰিছিল, যিটো কৃষ্ণই ৰাধা আৰু গোপীসকলক মহাৰাস পাতিবলৈ বাঁহী বজাই মতাৰ কিংবদন্তিৰ সৈতে জড়িত।[7][8][9][10]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ जोशी 'शतायु', अनिरुद्ध. "ये चार चमत्कारिक वट वृक्ष, नहीं होते कभी नष्ट । holy tree of hinduism" (hi ভাষাত). hindi.webdunia.com. https://hindi.webdunia.com/sanatan-dharma-history/holy-tree-of-india-117011000052_1.html। আহৰণ কৰা হৈছে: 10 August 2020.
- ↑ "आज भी गुनगुनाता है वंशीवट का वटवृक्ष" (hi ভাষাত). Dainik Jagran. https://www.jagran.com/spiritual/mukhye-dharmik-sthal-10251.html। আহৰণ কৰা হৈছে: 10 August 2020.
- ↑ "जहां मौजूद हैं राधा-कृष्ण के विवाह के साक्ष्य" (hi ভাষাত). Navbharat Times. https://navbharattimes.indiatimes.com/metro/lucknow/other-news/where-there-is-evidence-of-the-marriage-of-radha-krishna/articleshow/50891395.cms। আহৰণ কৰা হৈছে: 11 August 2020.
- ↑ "मथुरा: छाँहरी में बनाया पिंक सखी बूथ महिलाओ मतदाताओ के लिए बना आकर्षण का केंद्र - Oneindia Hindi" (hi ভাষাত). hindi.oneindia.com. n.d.. https://hindi.oneindia.com/videos/mathura-2022-feb-10-1644477699665124359-2468594.html.
- ↑ "राधा-कृष्ण के विवाह का साक्षी है भांडीरवन" (hi ভাষাত). Dainik Jagran. https://www.jagran.com/uttar-pradesh/agra-city-bhandir-van-radha-krishna-marrieg-place-18083791.html। আহৰণ কৰা হৈছে: 15 August 2020.
- ↑ "जहां मौजूद हैं राधा-कृष्ण के विवाह के साक्ष्य" (hi ভাষাত). Navbharat Times. https://navbharattimes.indiatimes.com/metro/lucknow/other-news/where-there-is-evidence-of-the-marriage-of-radha-krishna/articleshow/50891395.cms। আহৰণ কৰা হৈছে: 11 August 2020.
- ↑ "वंशीवट, भांडीरवन" (hi ভাষাত). hi.krishnakosh.org. Archived from the original on 2020-07-11. https://web.archive.org/web/20200711055329/http://hi.krishnakosh.org/%E0%A4%95%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A3/%E0%A4%B5%E0%A4%82%E0%A4%B6%E0%A5%80%E0%A4%B5%E0%A4%9F,_%E0%A4%AD%E0%A4%BE%E0%A4%82%E0%A4%A1%E0%A5%80%E0%A4%B0%E0%A4%B5%E0%A4%A8। আহৰণ কৰা হৈছে: 2025-09-13.
- ↑ "भांडीरवन में भीड़ रोकने को तैनात होगा पुलिस बल" (hindi ভাষাত). Hindustan. https://www.livehindustan.com/uttar-pradesh/mathura/story-police-force-will-be-deployed-to-stop-the-mob-in-bhandirvan-3357182.html। আহৰণ কৰা হৈছে: 11 August 2020.
- ↑ "Janmashtmi 2020: जानिए उस स्थल के बारे में जहां लिये थे राधा− कृष्ण ने फेरे, आज भी मौजूद हैं प्रमाण" (hi ভাষাত). Dainik Jagran. https://www.jagran.com/uttar-pradesh/agra-city-shri-krishna-janmashtmi-2020-know-about-marriage-place-of-radha-krishna-in-braj-jagran-special-20605338.html। আহৰণ কৰা হৈছে: 11 August 2020.
- ↑ "राधा और कृष्ण का हुआ था विवाह, साक्ष्य हैं मौजूद, देखें वीडियो" (hindi ভাষাত). Patrika News. https://www.patrika.com/mathura-news/radha-krishna-married-evidence-exists-4999163/। আহৰণ কৰা হৈছে: 11 August 2020.