ভাবী (১৯৫৭ চলচ্চিত্ৰ)
অৱয়ব
| ভাবী | |
|---|---|
পোষ্টাৰ | |
| পৰিচালক | কৃষ্ণণ-পাঞ্জু |
| ৰচনা | ৰাজেন্দ্ৰ কৃষ্ণন |
| প্ৰযোজক | এ ভি মেয়াপ্পান |
| অভিনয়ত | বলৰাজ সাহনী পাণ্ডাৰী বাই নন্দা ওম প্ৰকাশ দুৰ্গা খোটে |
| চিত্ৰগ্ৰহণকাৰী | এচ মাৰুতি ৰাও |
| সম্পাদনা | এচ পাঞ্জাবী |
| সংগীত পৰিচালক | [চিত্ৰগুপ্ত |
প্ৰযোজনা কোম্পানী |
এ ভি এম প্ৰডাকচনছ |
| পৰিবেশক | এ ভি এম প্ৰডাকচনছ |
মুক্তি |
১৯৫৭ |
দৈৰ্ঘ্য |
১৬৮ মিনিট |
| দেশ | ভাৰত |
| ভাষা | হিন্দী/উৰ্দু |
| সৰ্বমুঠ আয়-45 কোটি টকা | Rs. 1,15,00,000 [1] |
ভাবী' (ইংৰাজী: Bhabhi ) ১৯৫৭ চনৰ কৃষ্ণন–পাঞ্জুৱে এভিএম প্ৰডাকচনৰ বাবে পৰিচালনা কৰা এখন হিন্দী ভাষাৰ ছবি। ইয়াত বলৰাজ সাহনী, পাণ্ডাৰী বাই আৰু নন্দাই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।
এই ছবিখনে বছৰৰ অষ্টম সৰ্বাধিক উপাৰ্জন কৰা বলীউডী ছবি হিচাপে পৰিগণিত হয়।[1] এই ছবিখন ১৯৫৪ চনৰ বাংলা ছবি “ভাঙাগঢ়া”ৰ[2] পুনৰ্নিৰ্মাণ আছিল, যিখন প্ৰভাৱতী দেৱী সৰস্বতীৰ “বিজিতা” নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত। ইয়াৰ পূৰ্বে বাংলা ছবিখন তামিল ভাষাত “কুলদেৱম” নামেৰে আৰু পিছলৈ কানাড়া ভাষাত “জেনু গুডু” হিচাপে পুনৰ নিৰ্মাণ কৰা হৈছিল। বাংলা ভাষাৰ বাহিৰে সকলো সংস্কৰণতে পাণ্ডাৰী বায়ে পুনৰ অভিনয় কৰিছিল।
মনোনয়ন
[সম্পাদনা কৰক]| বৰ্ষ | মনোনয়ন/প্ৰাপক | বঁটা | ফলাফল |
|---|---|---|---|
| ১৯৫৪ | নন্দা | শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ মনোনয়ন | মনোনীত |
প্ৰসংগ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Box Office India. "Top Earners 1957". boxofficeindia.com. Archived from the original on 18 September 2010. https://web.archive.org/web/20100918075442/http://boxofficeindia.com/showProd.php?itemCat=163&catName=MTk1Nw==। আহৰণ কৰা হৈছে: 22 February 2010.
- ↑ "Tamil cinema's bong connection". The Times of India. 23 April 2018. https://timesofindia.indiatimes.com/blogs/tracking-indian-communities/tamil-cinemas-bong-connection/.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Bhabhi সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Songs of Bhabhi
- Bhabhi, a Synopsis