বেহেলা
অৱয়ব
(ভায়লিনৰ পৰা পুনঃনিৰ্দেশিত)
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
এটা আদৰ্শ আধুনিক বেহেলাৰ সন্মুখৰ ভাগ আৰু পাৰ্শ ভাগ | |
| পংক্তি | |
|---|---|
| আন নাম | ফিদল (জাৰ্মান) ভায়লিন বা গেইজ (তুৰ্কী) কেমান (ফ্ৰেঞ্চ) ভায়লিন (ইটালিয়ান) ভায়লিন' |
| Hornbostel–Sachs classification | ৩২১.৩২২-৭১ (এটি যৌগিক কৰ্ডফোন দ্বাৰা মাপা (নম সংগীত)) |
| বিকাশ | প্ৰাৰম্ভিক ১৬শ শতিকা |
| পৰিবেশনৰ সীমা | |
|
| |
| আনুষঙ্গিক বাদ্য | |
![]() | |
বেহেলা (ইংৰাজী: Violin) একপ্ৰকাৰৰ বাদ্যযন্ত্ৰ। ধনুক তন্তুৰ সম্মিলনেৰে বেহেলাত সুৰ সৃষ্টি কৰা হয়। সাধাৰণতে বেহেলা চাৰি বাদ্য-যন্ত্ৰৰ গুণা বা নিখুঁত টিউনৰ বাবে পাঁচ বাদ্য-যন্ত্ৰৰ গুণা থাকে। ই ক্ষুদ্ৰতম, বাদ্য-যন্ত্ৰৰ গুণাযুক্ত বেহেলা পৰিয়াল, যি বেহেলাজাতীয় বীণাবিশেষ, বাদ্যযন্ত্ৰবিশেষ, আৰু দ্বৈত খাদ অন্তৰ্ভূক্ত সৰ্বোচ্চ আৰু তীক্ষ্ণ স্বৰবিশিষ্ট সদস্য। বেহেলা প্ৰায় সকলোধৰণৰ সংগীতৰ লগত ব্যৱহৃত হয়।
ইতিহাস
[সম্পাদনা কৰক]বেহেলাৰ ইতিহাস সম্পৰ্কে বিভিন্ন জনে বিভিন্ন অভিমত প্ৰকাশ কৰা দেখা যায়। সংক্ষেপত কেইটামান অভিমত উল্লেখ কৰা হ’ল-
- ভাৰতীয় (হিন্দু) বিশ্বাসৰ মতে, লংকাপতি ৰাৱণ কৰ্তৃক এক তাঁৰ বিশিষ্ট "ৰাৱণ স্ত্ৰম" নামৰে এটি বাদ্যযন্ত্ৰ সৃষ্টি হয়। পিছত একাদশ শতিকাৰ শেষৰ ফালে পাৰস্য, আৰৱ আৰু স্পেইন হৈ ইউৰোপ পায় গৈ বৰ্তমান প্ৰচলিত নাম "বেহেলা" হৈছে।
- পাশ্চাত্যৰ বিদ্বানসকলৰ মতে, ৪০০ বছৰ পূৰ্বে ইউৰোপত ভইল(Voil) নামৰ একপ্ৰকাৰ বাদ্যযন্ত্ৰ আৱিষ্কাৰ কৰা হয়। পিছত এই যন্ত্ৰৰ আকাৰত বৰ্তমান "বেহেলা" তৈয়াৰ কৰা হয়।
- অন্য এক মতবাদ মতে, ১৫৬৩ চনত ভেনিচ নগৰৰ এজন গ্ৰামীণ লোক, লিনাবলিয়ে "টেনৰ ভায়লিন" নামেৰে এক বাদ্যযন্ত্ৰ প্ৰচলন কৰে। তাৰপিছত, ইটালীৰ কোনো এজন নাম নজনা বিদ্বানে ইয়াৰ উন্নতি সাধন কৰি বেহেলাৰ আধুনিক ৰূপ দিয়ে।


