ভাষা সমূহৰ তালিকা
অৱয়ব
এয়া হৈছে প্ৰাকৃতিক ভাষাৰ বিষয়ে থকা ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহৰ এখন আংশিক সূচী, যাক বৰ্ণানুক্ৰমিকভাৱে আৰু (উপ-)ভাষাপৰিয়ালৰ উল্লেখসহ সংগঠিত কৰা হৈছে। তালিকাখনত বিলুপ্ত ভাষাসমূহো অন্তৰ্ভুক্ত কৰা হৈছে।
প্ৰকাশিত ভাষাৰ তালিকাৰ বাবে চাওক ISO 639-1 (ISO 639 ভাষা সংকেতৰ তালিকা – ১৩৬টা মুখ্য ভাষা); আৰু অধিক বিস্তৃত তালিকাৰ বাবে চাওক en:ISO 639-3 (ISO 639-3 সংকেতৰ তালিকা, ২০১৩ চনৰ জুনৰ পৰিসৰ অনুসৰি মুঠ ৭৮৭৪টা ভাষা)। ভাষা আৰু উপভাষাৰ গণনাই সহজে পাঁচ অংকলৈ গৈ পাৰে; Linguasphere Observatory-এ LS-2010 তথ্যভঁৰালত ৩২,৮০০তকৈ অধিক সংকেতযুক্ত তালিকা আৰু ৭০,৯০০তকৈ অধিক ভাষাৰ নাম অন্তৰ্ভুক্ত কৰিছে।
A (অ/আ/এ)
[সম্পাদনা কৰক]- আৰি (ওমোটিক)
- আবান্যোম (বাণ্টু)
- আবাজা (উত্তৰ-পশ্চিম ককেচীয়)
- আবখাজ অথবা আবখাজিয়ান (উত্তৰ-পশ্চিম ককেচীয়)
- আবুজমাৰিয়া (দ্ৰাবিড়ীয়)
- আচেহনিছ (মালয়-পলিনেচিয়ান)
- আডামৰবে চিহ্ন ভাষা (চিহ্নভাষা)
- আডেল (কুৱা)
- আদিগে (উত্তৰ-পশ্চিম ককেশীয়)
- আফাৰ (কুশিটিক)
- আফ্ৰিকান্স (জাৰ্মানীয়)
- আফ্ৰো-ছেমিনোল ক্ৰিঅ’ল (ইংৰাজী-ভিত্তিক ক্ৰিঅ’ল)
- আইমাক অথবা বাৰবাৰী (ইৰানীয়)
- আইনি (তুৰ্কিক)
- আইনু (স্বতন্ত্ৰ ভাষা)
- আকান (কুৱা)
- আকাৱাইঅ (কাৰিব)
- আকলানন (মালয়-পলিনেচিয়ান)
- আলবেনীয় (ইণ্ডো-ইউৰোপীয়)
- আলেউট (এস্কিমো–আলেউট)
- আলগোঙ্কিন (আলগোংকিন)
- আলছাছিয়ান (জাৰ্মানীয়)
- আলতাই (তুৰ্কী ক)
- আলুতোৰ (চুকট’–কামচাট্কান)
- আমেৰিকান চিহ্ন ভাষা (চিহ্নভাষা)
- আমহাৰিক (ছেমিটিক)
- আন্দা (খোইছান)
- আমদাং (নিলো-সাহাৰান)
- এনছিয়েণ্ট মেইতেই / প্ৰাচীন মণিপুৰী (চীন-তিব্বতী)
- অংগিকা (ইণ্ডো-আৰ্য)
- আন্যিন (কুৱা)
- আ’ও (তিব্বত-বৰ্মী)
- আ-পুচিকৱাৰ (আন্দামানী)
- আৰবী (ছেমিটিক)
- আৰাগোনিজ (ৰোমান্স)
- আৰামিক (ছেমিটিক)
- আৰে (মালয়-পলিনেচিয়ান)
- 'আৰে'আৰে (মালয়-পলিনেচিয়ান)
- আৰ্গোবা (ছেমিটিক)
- আৰোমেনিয়ান অথবা মেচেডো-ৰোমানিয়ান (ৰোমান্স)
- আৰ্মেনীয় (ইণ্ডো-ইউৰোপীয়)
- আৰবানিটিক (ইণ্ডো-ইউৰোপীয়)
- আশকুন (ইণ্ডো-ইৰানীয়)
- আসি (মালয়-পলিনেচিয়ান)
- অসমীয়া (ইণ্ডো-আৰ্য)
- আচ্ছিৰিয়ান নিও-আৰামিক ভাষা (ছেমিটিক)
- আস্তুৰিয়ান (ৰোমান্স)
- আটেছো অথবা টেছো (নাইল'টিক)
- আ’টং (তিব্বত-বৰ্মী)
- 'আউহেলাৱা (মালয়-পলিনেচিয়ান)
- অ’জলান (চিহ্নভাষা)
- অষ্ট্ৰ’-বেভেৰিয়ান (জাৰ্মানীয়)
- আৱৰ (উত্তৰ-পূব ককেচীয়)
- আৱেস্তা (ইণ্ডো-ইৰানীয়)
- অৱধী (ইণ্ডো-ইৰানীয়)
- আইমাৰা (আইমাৰান)
- আজাৰবাইজানী (তুৰ্কীক)
B (ব/ভ)
[সম্পাদনা কৰক]- বাবুজা (পশ্চিম সমতল ফৰ্ম’ছান)
- ব্যাক্ট্ৰিয়ান (ইৰানীয়)
- বাদাগা (দ্ৰাবিড়ীয়)
- বাদেশী (ইণ্ডো-ইৰানীয়)
- ব্যেকজে (অশ্ৰেণীকৃত ভাষা; সম্ভৱত কোৰিয়ানিক, পুয়ো, অথবা হান)
- বাহ্নাৰ (অষ্ট্ৰ’এছিয়াটিক)
- বেইলাং (ললো-বৰ্মী)
- বাকৰ (বাণ্টু)
- বালা (তুংগু-চিক)
- বালিনীজ (মালয়-পলিনেচিয়ান)
- বাল্কান গাগাউজ অথবা ৰুমেলিয়ান তুৰ্কী (তুৰ্কী)
- বালুচি (ইণ্ডো-ইৰানীয়)
- বাল্টি (তিব্বত-বৰ্মী)
- বামবাৰা অথবা বামানানকান (মান্দে)
- বানজাৰ (মালয়-পলিনেচিয়ান)
- বান্যুমাছান (মালয়-পলিনেচিয়ান)
- বাৰান্কেন্যো (আলেন্তেজান পোৰ্টুগীজ, এষ্ট্ৰেমাদুৰান স্পেনিচ, আৰু আন্দালুচিয়ান স্পেনিচ ভিত্তিক মিশ্ৰ ভাষা)
- বাৰ্তাংগি (ইৰানীয়)
- বাছা (বাণ্টু)
- বাসে (পূৱ ফৰ্ম’ছান)
- বাছকাৰ্ডি (ইৰানীয়)
- বাছকিৰ (তুৰ্কী)
- বাস্ক বা ইউস্কাৰা (স্বতন্ত্ৰ ভাষা)
- বাটাক কাৰো (মালয়-পলিনেচিয়ান)
- বাটাক টোবা (মালয়-পলিনেচিয়ান)
- বাটছ (উত্তৰ ককেচীয়)
- বেভেৰিয়ান (জাৰ্মানীয়)
- বাৱেয়ান (মাদুৰিজ)
- বেজা (কুশিটিক)
- বেলাৰুছিয়ান (সলাভিক)
- বেলহাৰে (তিব্বত-বৰ্মী)
- বেৰ্তা (নিলো-সাহাৰান)
- বেম্বা (বাণ্টু)
- বাংলা (ইণ্ডো-আৰ্য)
- বেজ্তা (উত্তৰ-পূব ককেচীয়)
- বেৰবাৰ (আফ্ৰো-এছিয়াটিক)
- বেটাভি (মালয়-পলিনেচিয়ান)
- বেতে (নাইজাৰ–কঙো)
- বেতে ভাষাসমূহ (নাইজাৰ–কঙো)
- ভিলি (ইণ্ডো-আৰ্য)
- ভোজপুৰী (ইণ্ডো-আৰ্য)
- বিজিল নিও-আৰামিক ভাষা (ছেমিটিক)
- বিকল (মালয়-পলিনেচিয়ান)
- বিক্যা বা ফুৰু (বাণ্টু)
- বিছা (মান্দে)
- ব্লেকফুট (আলগোংকিন)
- বড়ো (চীন-তিব্বতী)
- বোহোলানো (মালয়-পলিনেচিয়ান)
- বোহটান নিও-আৰামিক ভাষা (ছেমিটিক)
- বোনান বা পাওন (মঙ্গোলিয়)
- বোৰোৰো (বোৰোৰোয়ান)
- বছনিয়ান (সলাভিক)
- ব্ৰাহুই (দ্ৰাবিড়ীয়)
- ব্ৰেটন (চেলটিক)
- ব্ৰিটিছ চিহ্ন ভাষা (BANZSL)
- ব্ৰু (অষ্ট্ৰ’এছিয়াটিক)
- বুয়া (নাইজাৰ–কঙো)
- বুগিনিছ (মালয়-পলিনেচিয়ান)
- বুকুসু (বাণ্টু)
- বুলগাৰ (তুৰ্কী)
- বুলগেৰিয়ান (সলাভিক)
- বুলগেৰিয়ান, বানাট (সলাভিক)
- বুনজেভাচ (সলাভিক)
- বাৰ্মীজ / মান (তিব্বত-বৰ্মী)
- বুৰুছাস্কি (স্বতন্ত্ৰ ভাষা)
- বুৰিয়াট (মঙ্গোলিক)
- বুয়েও (পুয়ো)
- বজ্জিকা (ইণ্ডো-আৰ্য)
- বাগড়ী (ইণ্ডো-আৰ্য)
- বালি
- বিলাসপুৰী (ইণ্ডো-আৰ্য)
- বিষ্ণুপ্ৰিয়া মণিপুৰী
- বিহাৰী (ইণ্ডো-আৰ্য)
- বুক্সা (ইণ্ডো-আৰ্য)
- ব্ৰক্সকাট (ইণ্ডো-আৰ্য)
- ব্ৰজবুলি (ইণ্ডো-আৰ্য)
- ব্ৰজাৱলী (ইণ্ডো-আৰ্য)
- ভত্ৰী (ইণ্ডো-আৰ্য)
- ভুঞ্জিয়া (হলবিক) (ইণ্ডো-আৰ্য)
- ভটিয়ালী (ইণ্ডো-আৰ্য)
C (ক/চ/ছ)
[সম্পাদনা কৰক]- কেলুয়ানন বা কেলুয়ানুন (মালয়-পলিনেচিয়ান)
- কেমেৰুনীয় পিজিন ইংৰাজী (ইংৰাজী-ভিত্তিক ক্ৰিঅ’ল)
- কেমফ্ৰাংলাই (মিশ্ৰ ভাষা)
- কেনানো-আক্কাডিয়ান ভাষা (মিশ্ৰ ভাষা)
- কেপ ভাৰ্দিয়ান ক্ৰিঅ’ল বা কাবুভেৰ্ডিয়ানু (পৰ্তুগীজ-ভিত্তিক ক্ৰিঅ’ল)
- কেৰিয়াৰ বা ডাকেল (আথাবাস্কান)
- কাটালান (ৰোমান্স)
- কাটালান চিহ্ন ভাষা (চিহ্নভাষা)
- ককেচীয় চিহ্ন ভাষা (স্বতন্ত্ৰ ভাষা)
- কাভিনেনা (টাকানান)
- কায়ুগা (ইৰোকুৱীয়)
- চেবুৱানো (মালয়-পলিনেচিয়ান)
- চাবাকানো বা চাভাকানো (স্পেনী-ভিত্তিক ক্ৰিঅ’ল)
- চাগা বা কিচাগ্গা (বাণ্টু)
- চাগতাই (তুৰ্কী)
- চাকাভিয়ান (স্লেভিক)
- চাকমা (ইণ্ডো-আৰ্য)
- চাম (চামিক)
- চামোৰো বা চামৰু (মালয়-পলিনেচিয়ান)
- চাওউইয়া বা টাচাৱিত (বাৰ্বাৰ)
- চাটিনো (ওটো-মাংগুৱেন)
- চেচেন (উত্তৰ-পূব ককেচীয়)
- চেঞ্চু (দ্ৰাবিড়ীয়)
- চেনোৱা (বাৰ্বাৰ)
- চেৰোকি (ইৰোকুৱীয়)
- চেয়েন (আলগোংকিন)
- ছত্তিশগড়ী (ইণ্ডো-আৰ্য)
- চিচিমেকা জোনাজ (ওটো-মাংগুৱেন)
- চিকাছা (মুস্ক’জিয়ান)
- চিনটাং বা চিণ্টাং (কিৰান্তি)
- চিলকোটিন বা চিলক'টিন (আথাবাস্কান)
- চিনান্তেক (ওটো-মাংগুৱেন)
- চিনিজ কায়াকালা ভাষা (টুংগুজিক)
- চীনা (চীন-তিব্বতী)
- চীনা, মান্য (চীন-তিব্বতী)
- চীনা, বা-শু (চীন-তিব্বতী)
- চীনা, কেণ্টোনীজ (চীন-তিব্বতী)
- চীনা, গান (চীন-তিব্বতী)
- চীনা, হাক্কা (চীন-তিব্বতী)
- চীনা, মেণ্ডাৰিন (চীন-তিব্বতী)
- চীনা, টাজ (চীন-তিব্বতী)
- চীনা, ৱাক্সিয়াং (চীন-তিব্বতী)
- চীনা, ৱেনঝৌনিজ (চীন-তিব্বতী)
- চীনা, উ (চীন-তিব্বতী)
- চীনা, শিয়াং (চীন-তিব্বতী)
- চীনা, ইউয়ে (চীন-তিব্বতী)
- চিৰিকাহুৱা বা মেস্কালেৰো-চিৰিকাহুৱা এপাচি (আথাবাস্কান)
- চিচেৱা বা নিয়াঞ্জা (বাণ্টু)
- চিমানে বা চিমানে বা মচেতেন (স্বতন্ত্ৰ ভাষা)
- চিপায়া (উৰু-চিপায়া)
- চিপেৱায়ান (আথাবাস্কান)
- চিকুইমুলিয়া (জিনকান)
- চিকুইতানো (স্বতন্ত্ৰ ভাষা)
- চাটগাঁইয়া (ইণ্ডো-আৰ্য)
- চোচো বা চোচোলটেক (ওটো-মাংগুৱেন)
- চকটৱ (মুস্ক’জিয়ান)
- চ’ল (মায়া)
- চণ্টাল ডি ঔআহাকা (টেকুইস্তলাটেকান)
- চণ্টাল ডি টাবাস্কো (মায়া)
- চোৰাজ্মিয়ান বা খোৱাৰিজ্মিয়ান (ইৰানীয়)
- খ্ৰীষ্টান প্যালেষ্টিনীয় আৰামাইক ভাষা (ছেমিটিক)
- চুজ (মায়া)
- চুকচি বা চুক’ট (চুকট’কো-কামচাটকান)
- চুলিম (তুৰ্কী)
- চাৰ্চ চ্লেভনিক (স্লেভিক)
- চুকিজ বা ট্ৰুকিজ (মালয়-পলিনেচিয়ান)
- চুভান (ইউকাঘিৰ)
- চুভাছ (তুৰ্কী)
- কোচিন পোৰ্তুগীজ ক্ৰিঅ’ল বা ভাইপিন ইণ্ডো-পোৰ্তুগীজ (পৰ্তুগীজ-ভিত্তিক ক্ৰিঅ’ল)
- কোকোমা বা কোকামা (টুপীয়)
- কোকোপাহ (ইউমান-কোচিমি)
- কোৰ দালেন (চেলিছান)
- কমাঞ্চে (উটো-আজটেকান)
- কোমোৰিয়ান (বাণ্টু)
- কপ্টিক (ইজিপচিয়ান)
- কোৰা (উটো-আজটেকান)
- কৰ্ণিশ (কেল্টিক)
- কোৰ্ছিকান (ৰোমান্স)
- ক্ৰী (আলগোংকিন)
- ক্ৰী, পূব বা জেমছ বেই ক্ৰী (আলগোংকিন)
- ক্ৰী, মুছ (আলগোংকিন)
- ক্ৰী, প্লেইন্স (আলগোংকিন)
- ক্ৰী, স্বাম্পি (আলগোংকিন)
- ক্ৰী, উডছ বা উডলেণ্ড ক্ৰী (আলগোংকিন)
- ক্ৰিমিয়ান তাতাৰ বা ক্ৰিমিয়ান তুৰ্কী (তুৰ্কী)
- ক্ৰোৱেছিয়ান (স্লেভিক)
- ক্ৰোৱেছিয়ান, বাৰ্গেনলেণ্ড (স্লেভিক)
- কুইকাটেক (ওটো-মাংগুৱেন)
- কুইয়োনোন (মালয়-পলিনেচিয়ান)
- চেক (স্লেভিক)
- চম্বয়ালী (ইণ্ডো-আৰ্য)
- চুৰাহী (ইণ্ডো-আৰ্য)
- চিংফৌ
D (দ/ড/ধ/জ)
[সম্পাদনা কৰক]- দাদানিটিক (ছেমিটিক)
- দাগাৰে (নাইজাৰ-কংগো)
- দাগবানি (গুৰ)
- দাহলিক (ছেমিটিক)
- ডেলেকাৰ্লিয়ান (জাৰ্মানীয়)
- ডালমেচিয়ান (ৰোমান্স)
- দামেলী (ইণ্ডো-আৰ্য)
- ডেনিচ (জাৰ্মানীয়)
- ডাৰ্গিন (উত্তৰ-পূব ককেচীয়)
- দাৰি বা দাৰী ফাৰছী (ইৰানীয়)
- ডাউৰ বা ডাগুৰ (মংগলিক)
- ডেইলামি (ইৰানীয়)
- ডেনাইনা বা টেনাইনা (আথাবাস্কান)
- ধাতকি (ইণ্ডো-আৰ্য)
- দিভেহি বা মালদ্বীপীয় (ইণ্ডো-আৰ্য)
- ডিকামায় আগ্তা (উত্তৰ লুজন)
- ডিডা (ক্ৰু)
- ডিঊলা বা জুলা (মাণ্ডে)
- ডোগ্ৰী (ইণ্ডো-আৰ্য)
- ডোগ্ৰিব বা ট্লি চো (আথাবাস্কান)
- ডোলগান (তুৰ্কীক)
- ডোমাকি বা ডুমাকি (ইণ্ডো-আৰ্য)
- ডংচিয়াং বা চাণ্টা (মংগলিক)
- ডুৱালা (বাণ্টু)
- ডুঙান (চীন-তিব্বতী)
- ডুৰা (মেগাৰিক)
- ডাচ (জাৰ্মানীয়)
- জিডি বা জুডেও-পাৰ্সিয়ান (ইৰানীয়)
- জোংখা (তিব্বতী)
- ডিমাছা
- ডোটেলী (ইণ্ডো-আৰ্য)
- ডোমাৰী (ইণ্ডো-আৰ্য)
- দেউৰী
- দেশিয়া (ইণ্ডো-আৰ্য)
- ঢূণ্ঢাড়ী (ইণ্ডো-আৰ্য)
- ডেক্কানী (ইণ্ডো-আৰ্য)
E (এ/ই)
[সম্পাদনা কৰক]- এব্লাইট (ছেমিটিক)
- এডোমাইট (ছেমিটিক)
- মিছৰীয়া (আফ্ৰ’এছিয়াটিক)
- ইকোটি (বাণ্টু)
- এলামাইট (ছেমিটিক)
- এনেট বা য়েনিচেই সাম’ইয়েদ (সাম’ইয়েডিক)
- ইংৰাজী (জাৰ্মানীয়)
- ইংৰাজী, ইউৰ’ (জাৰ্মানীয়)
- ইংৰাজী, আন্তঃৰাষ্ট্ৰীয় (জাৰ্মানীয়)
- ইংৰাজী, উত্তৰ ইংলেণ্ড (জাৰ্মানীয়)
- ইংৰাজী, নৰ্থাম্ব্ৰিয়ান (জাৰ্মানীয়)
- এৰজ্যা (উৰালিক)
- এষ্ট’নিয়ান (উৰালিক)
- এভেন (টুংগুজিক)
- এভেন্ক বা এভেনকি (টুংগুজিক)
- ইৱে (ভল্টা-নাইজাৰ)
- এক্সট্ৰেমাদুৰান (ৰোমান্স)
F (ফ)
[সম্পাদনা কৰক]- ফায়েতাৰ বা ফায়েতাৰ-চিগ্লিয়াৱে (ৰোমান্স)
- ফাইফি (ছেমিটিক)
- ফেলিছকান (লেটিন-ফেলিছকান)
- ফাঙ (বাণ্টু)
- ফাৰোৰ (জাৰ্মানীয়)
- ফেভৰলাং (পশ্চিম ফৰ্ম’ছান)
- ফিজি (মালয়-পলিনেচিয়ান)
- ফিজি হিন্দী (ইণ্ডো-আৰ্য)
- ফিলিপিনো (মধ্য ফিলিপিনো)
- ফিনলেণ্ড-চুইডিছ চিহ্ন ভাষা (চুইডিছ চিহ্ন)
- ফিনিছ (উৰালিক)
- ফিনিছ চিহ্ন ভাষা (চুইডিছ চিহ্ন)
- ফ্লেমিছ (জাৰ্মানীয়)
- ফ্লেমিছ, পূব (জাৰ্মানীয়)
- ফ্লেমিছ, ফ্ৰান্স (জাৰ্মানীয়)
- ফ্লেমিছ, পশ্চিম (জাৰ্মানীয়)
- ফুডো (ক্বা)
- ফন (ক্বা)
- ফ্ৰাঙ্ক’-প্ৰ’ভেন্সাল বা আৰ্পিটান (ৰোমান্স)
- ফৰাচী (ৰোমান্স)
- ফ্ৰেন্স চিহ্ন ভাষা (ফ্ৰেঞ্চচাইন)
- ফ্ৰিছিয়ান, পূব (জাৰ্মানীয়)
- ফ্ৰিছিয়ান, হিণ্ডেল’পেন (জাৰ্মানীয়)
- ফ্ৰিছিয়ান, উত্তৰ (জাৰ্মানীয়)
- ফ্ৰিছিয়ান, চাটাৰলেণ্ড (জাৰ্মানীয়)
- ফ্ৰিছিয়ান, শিৰম’নিক’গ (জাৰ্মানীয়)
- ফ্ৰিছিয়ান, টাৰ্সচেলিং (জাৰ্মানীয়)
- ফ্ৰিছিয়ান, পশ্চিম বা মেইনলেণ্ড পশ্চিম ফ্ৰিছিয়ান (জাৰ্মানীয়)
- ফ্ৰিউলিয়ান (ৰোমান্স)
- ফুলা বা ফুলফুল্ডে বা ফুলানি (চেনেগাম্বিয়ান)
- ফুৰ (নিল’-সহাৰান)
- ফুতুনান (পলিনেচিয়ান)
- ফুতুনা-আনিৱা (পলিনেচিয়ান)
G (গ/জ)
[সম্পাদনা কৰক]- গা (ক্বা)
- গাদাবা (দ্ৰাভিড়)
- গাগাউজ (তুৰ্কীক)
- গালাটিয়ান (চেল্টিক)
- গালিচিয়ান (ৰোমান্স)
- গালিণ্ডিয়ান (বাল্টিক)
- গাণ্ডা (বাণ্টু)
- গাংটে (কুকি-চিন)
- গাৰ্ডিঅ’ল (ৰোমান্স)
- গঢ়ৱালী (ইণ্ডো-আৰ্য)
- গাৱাৰ-বাটি বা গোৱাৰি বা নাৰসাতি (ইণ্ডো-আৰ্য)
- গয়া (অশ্ৰেণীকৃত)
- গায়ো (মালয়-পলিনেচিয়ান)
- গেএজ (ছেমিটিক)
- গেলাও (ক্ৰা-দাই)
- জেন বা গেঁ বা মিনা (ভল্টা-নাইজাৰ)
- জৰ্জিয়ান (দক্ষিণ ককেচীয়)
- জাৰ্মান (জাৰ্মানীয়)
- জাৰ্মান চিহ্ন ভাষা (DGSic)
- গিকুয়ু বা কিকুয়ু (বাণ্টু)
- গিলবাৰ্টিজ বা কিৰিবাটি (মালয়-পলিনেচিয়ান)
- গিলাকি (ইৰানীয়)
- গিটক্সান (চিমশ্যেনিক)
- গোৱাৰিয়া (ইণ্ডো-আৰ্য)
- গগুৰিয়ো (পুয়’)
- গোণ্ডি (দ্ৰাভিড়)
- গোৰা বা গোৰানী (স্লাভিক)
- গোৰাল (স্লাভিক)
- গোৰানী বা হাৱৰামী (ইৰানীয়)
- গথিক (জাৰ্মানীয়)
- গ্ৰীনলেণ্ডিক বা কালাল্লিসুত (এস্কেলেউট)
- গ্ৰীনলেণ্ডিক নৰ্স (জাৰ্মানীয়)
- গ্ৰীক (হেলেনিক)
- গ্ৰীক, এইওলিক (হেলেনিক)
- গ্ৰীক, অপুলিয়ান বা গ্ৰিকো (হেলেনিক)
- গ্ৰীক, প্ৰাচীন মেছেডোনিয়ান (হেলেনিক)
- গ্ৰীক, আৰ্কাড’চাইপ্ৰিঅট (হেলেনিক)
- গ্ৰীক, আটিক (হেলেনিক)
- গ্ৰীক, বাইজেণ্টাইন বা মধ্যযুগীয় গ্ৰীক (হেলেনিক)
- গ্ৰীক, কালাব্ৰিয়ান (হেলেনিক)
- গ্ৰীক, কাপাড’চিয়ান (হেলেনিক)
- গ্ৰীক, চাইপ্ৰিঅট (হেলেনিক)
- গ্ৰীক, ড’ৰিক বা পশ্চিম গ্ৰীক (হেলেনিক)
- গ্ৰীক, হোমেৰিক বা মহাকাব্য গ্ৰীক (হেলেনিক)
- গ্ৰীক, আই’নিক (হেলেনিক)
- গ্ৰীক, ইটালিঅ’ট (হেলেনিক)
- গ্ৰীক, জুডেও কয়নি (হেলেনিক)
- গ্ৰীক, কয়নি (হেলেনিক)
- গ্ৰীক, মাৰিউপ’লিটান বা ক্ৰিমিয়ান গ্ৰীক (হেলেনিক)
- গ্ৰীক, মাইচিনিয়ান (হেলেনিক)
- গ্ৰীক, পামফাইলিয়ান (হেলেনিক)
- গ্ৰীক, প’ণ্টিক (হেলেনিক)
- গ্ৰীক, চাক’নিয়ান (হেলেনিক)
- গ্ৰীক, ইভানিক (হেলেনিক)
- গ্ৰীক স্লাভিক (স্লাভিক)
- গুৱাৰানী (টুপীয়)
- গুৱাৰায়ু (টুপীয়)
- গুৱাজাকাপন (ক্সিনকান)
- গিনি-বিছাউ ক্ৰিয়ল (পৰ্তুগীজ-ভিত্তিক ক্ৰিয়ল)
- গুজৰাটী (ইণ্ডো-আৰ্য)
- গুলা ইৰ’ বা কুলাল (আদামাওয়া)
- গুল্লা বা চি আইলেণ্ড ক্ৰিয়ল ইংৰাজী (ইংৰাজী-ভিত্তিক ক্ৰিয়ল)
- গুছী (বাণ্টু)
- গুইচিন (আথাবাস্কান)
- গদী (ইণ্ডো-আৰ্য)
- গাৰো (চীন-তিব্বতী)
- গুজৰী (ইণ্ডো-আৰ্য)
- গৱাৰ-বাতী (ইণ্ডো-আৰ্য)
H (হ)
[সম্পাদনা কৰক]- হাচিজো বা শিমা কোটোবা (জাপোনিক)
- হাদ্ৰামাউটিক (ছেমিটিক)
- হাড্জা বা হাটছা (স্বতন্ত্ৰ)
- হাইডা বা মাচেট (স্বতন্ত্ৰ বা না-দেনে)
- হেইটিয়ান ক্ৰিয়ল (ফ্ৰান্স-ভিত্তিক ক্ৰিয়ল)
- হান (আথাবাস্কান)
- হানি (লোলো-বাৰ্মিজ)
- হাৰাপ্পা (অশ্ৰেণীকৃত)
- হাৰাৰি (ছেমিটিক)
- হাৰাউটি (ইণ্ডো-আৰ্য)
- হাৰচুচি (ছেমিটিক)
- হাৰিয়ানভি (ইণ্ডো-আৰ্য)
- হাৰজানি (ইৰানীয়)
- হাছাইটিক (ছেমিটিক)
- হাট্টিক (অশ্ৰেণীকৃত)
- হাউছা (চাডিক)
- হাৱাছুপাই বা আপলেণ্ড ইউমান (হোকান)
- হাওয়াইয়ান (প'লিনেছিয়ান)
- হাওয়াই চিহ্ন ভাষা (স্বতন্ত্ৰ ভাষা বা সৰু ভাষা পৰিয়াল)
- হাজাৰাগি (ইৰানীয়)
- হিব্ৰু (ছেমিটিক)
- হিব্ৰু, আশকেনাজি (ছেমিটিক)
- হিব্ৰু, বাইবেলীয় (ছেমিটিক)
- হিব্ৰু, ইটালিয়ান (ছেমিটিক)
- হিব্ৰু, মধ্যযুগীয় (ছেমিটিক)
- হিব্ৰু, মিশনাইক (ছেমিটিক)
- হিব্ৰু, মিজ্ৰাহি (ছেমিটিক)
- হিব্ৰু, আধুনিক (ছেমিটিক)
- হিব্ৰু, সামাৰিটান (ছেমিটিক)
- হিব্ৰু, সেফাৰ্ডি (ছেমিটিক)
- হিব্ৰু, টাইবেৰিয়ান (ছেমিটিক)
- হিব্ৰু, ইয়েমেনি (ছেমিটিক)
- হেৰেৰো (বাণ্টু)
- হেৰ্টেভিন (ছেমিটিক)
- হিলিগায়নন (বিশায়ান)
- হিমিয়াৰাইটিক (ছেমিটিক)
- হিন্দী (ইণ্ডো-আৰ্য)
- হিন্দুস্তানী (ইণ্ডো-আৰ্য)
- হিনুখ (উত্তৰ-পূব ককেচীয়)
- হিৰি মোতি (মোতু-ভিত্তিক পিজিন)
- হিছ্মাইক (ছেমিটিক)
- হিট্টাইট (এনাটোলিয়ান)
- হিক্সকাৰায়ানা (কাৰিব)
- হমং (হমং-মিয়েন)
- হমু (হমং-মিয়েন)
- হো (অষ্ট্ৰএছিয়াটিক)
- হোবিয়ট (ছেমিটিক)
- হোককিয়েন (চীন-তিব্বতী)
- হোপি (উটো-আজটেকান)
- হোটি (মালয়-প'লিনেছিয়ান)
- হুৱাষ্টেক বা টিনেক (মায়ান)
- হুৱাভে (স্বতন্ত্ৰ)
- হুইলিচে (আৰাউকানিয়ান)
- হুলাউলা (ছেমিটিক)
- হাংগেৰীয়ান (উৰালিক)
- হানিক (অশ্ৰেণীকৃত)
- হুটাৰিচ বা টিৰোলীয় (জাৰ্মানীয়)
- হোৱা মিয়াও (হমঙিক)
- হলবী (ইণ্ডো-আৰ্য)
- হাজং (ইণ্ডো-আৰ্য)
- হাফলং হিন্দী (ইণ্ডো-আৰ্য)
- হিণ্ডূৰী (ইণ্ডো-আৰ্য)
- হাড়ৌতী (ইণ্ডো-আৰ্য)
I (ই/আ)
[সম্পাদনা কৰক]- ইবিবিঅ’ (ক্ৰছ ৰিভাৰ)
- ইবান (মালায়িক)
- ইবানাগ (উত্তৰ লুজন)
- আইচলেণ্ডিক (জাৰ্মানীয়)
- ইফে (ইয়ৰুবোইড)
- ইগ্বো বা ইবো বা বিআফ্ৰা (ইগ্বোইড)
- ইকালাংগা বা কালাংগা (বাণ্টু)
- ইলি তুৰ্কি (তুৰ্কীক)
- ইলিৰিয়ান (আলবানয়িড)
- ইলোকানো বা ইলোকানো (উত্তৰ লুজন)
- ইনাবাকনোন (অষ্ট্ৰোনেছিয়ান)
- ইণ্ডোনেছিয়ান (মালায়িক)
- ইণ্ডো-পৰ্তুগীজ ক্ৰিয়ল (বোম্বাই) (পৰ্তুগীজ-ভিত্তিক ক্ৰিয়ল)
- ইংগ্ৰিয়ান বা ইজোৰিয়ান (উৰালিক)
- ইংগুছ (উত্তৰ-পূব ককেচীয়)
- ইনুকটিটুট (এস্কিম’–আলেউট)
- ইনুপিয়াক (এস্কিম’–আলেউট)
- ইনুভিয়ালুকটুন (এস্কিম’–আলেউট)
- ইৰাকৱ (কুশিটিক)
- আইৰিছ বা আইৰিছ গেলিক (কেল্টিক)
- আইৰিছ চিহ্ন ভাষা (ফ্ৰেঞ্চ চিহ্ন)
- ইৰুলা (দ্ৰাবিড়)
- ইসান বা উত্তৰ-পূব থাই (ক্ৰা-দাই)
- ইশ্কাশিমি বা ইশ্কাশমি (ইৰানীয়)
- ইজ্ৰাইলী চিহ্ন ভাষা (DGSic)
- ইষ্ট্ৰিঅ’ট (ৰোমান্স)
- ইষ্ট্ৰো-ৰোমানীয় (ৰোমান্স)
- ইটালীয়ান (ৰোমান্স)
J (জ/য)
[সম্পাদনা কৰক]- জাকালটেক বা জাকালটেকো বা পোপ্তি (মায়ান)
- জালা (অশ্ৰেণীকৃত, সম্ভৱতঃ নাইজাৰ–কংগো)
- জাপানী (জাপোনিক)
- জাফুগ (চীন-তিব্বতী)
- জাকাৰু (আইমাৰা)
- জাৰাই (মালায়ো-পলিনেচিয়ান)
- জাভা (মালায়ো-পলিনেচিয়ান)
- জেজু (কোৰীয়)
- জেমেজ বা টোৱা (টানোয়ান)
- ইহুদী বেবিলোনীয় আৰামিক (আৰামিক)
- ইহুদী নব্য-আৰামিক (জাখো) (ছেমিটিক)
- জিব্বালি বা শেহ্ৰী (ছেমিটিক)
- জিকাৰিয়া (আথাবাস্কান)
- জুৱাং (অষ্ট্ৰ’এছিয়াটিক)
- জুডেও-জৰ্জিয়ান (দক্ষিণ ককেচীয়)
- জুমাইটেপেক (জিনকান)
- জুৰচেন (টুঙুজিক)
- জুমলী (ইণ্ডো-আৰ্য)
- জৌনসাৰী (ইণ্ডো-আৰ্য)
- যোগী (ইণ্ডো-আৰ্য)
K (ক/খ)
[সম্পাদনা কৰক]- কাপছ (জাৰ্মানীয়)
- কাবাৰ্ডিয়ান (উত্তৰ-পশ্চিম ককেশীয়)
- কাবিয়ে (গুৰ)
- কাবাইল (বাৰ্বাৰ)
- কাচিন (তিব্বত-বাৰ্মী)
- কাইনগাং (জে)
- কাইজকেভিয়ান (স্লাভিক)
- কালামী (ইণ্ডো-আৰ্য)
- কালাছা (ইণ্ডো-আৰ্য)
- কালাশ্মা (এনাটলীয়)
- কাল্মিক (মোঙ্গলীয়)
- কালটো (ইণ্ডো-আৰ্য)
- কামাছিয়ান (উৰেলিক)
- কমচাডাল, পূব (চুকটকো-কমচাটকান)
- কমচাডাল, দক্ষিণ (চুকটকো-কমচাটকান)
- কমচাডাল, পশ্চিম (চুকটকো-কমচাটকান)
- কামতাপুৰী /ৰাজবংশী/কোচ-ৰাজবংশী/ৰংপুৰী/দেশী ভাষা/ গোৱালপাৰীয়া (ইণ্ডো-আৰ্য)
- কান্কানায় (উত্তৰ লুজোন)
- কন্নড় (দ্ৰাবিড়ীয়)
- কানুৰী (চাহাৰান)
- কাওন্দে (বাণ্টু)
- কাপাম্পাংগান (মালায়ো-পলিনেচিয়ান)
- কাৰাচাই-বালকাৰ (তুৰ্কী)
- কাৰাগাছ (তুৰ্কী)
- কাৰাইম (তুৰ্কী)
- কাৰাকালপাক (তুৰ্কী)
- কাৰেলিয়ান (উৰেলিক)
- কাৰেন (তিব্বত-বাৰ্মী)
- কাশ্মীৰী (ইণ্ডো-আৰ্য)
- কাশুবিয়ান (স্লাভিক)
- কাছিগুৰানিন (কেণ্ট্ৰেল ফিলিপিনো)
- কাউৱেছকাৰ (ভাষা পৃথক)
- কাজাখ (তুৰ্কী)
- কেৰেক (চুকটকো-কমচাটকান)
- কেৰেছ (ভাষা পৃথক)
- কেত (য়েনিচেই)
- খাকাছ (তুৰ্কী)
- খালাজ (তুৰ্কী)
- খাম (তিব্বত-বাৰ্মী)
- খাণ্ডেশী (ইণ্ডো-আৰ্য)
- খান্তি (উৰেলিক)
- খাচিয়া (অষ্ট্ৰ'এছিয়াটিক)
- খিতান (মোঙ্গলীয়)
- খমেৰ (অষ্ট্ৰ'এছিয়াটিক)
- খমু (অষ্ট্ৰ'এছিয়াটিক)
- খোৱাৰ (ইণ্ডো-আৰ্য)
- কিমাতুম্বি (বাণ্টু)
- কিনাৰায়া (মালায়ো-পলিনেচিয়ান)
- কিনিয়াৰুৱাণ্ডা (বাণ্টু)
- কিৰম্বো (বাণ্টু)
- কিৰুণ্ডি (বাণ্টু)
- কিভুঞ্জো (বাণ্টু)
- ক্লালাম (চেলিছীয়)
- কোআছাটি (মাস্কোগিয়ান)
- কনানিক (স্লাভিক)
- কোডাভা (দ্ৰাভিড়ীয়)
- কোহিস্তানী (ইণ্ডো-আৰ্য)
- কোলামি (দ্ৰাভিড়ীয়)
- কোমী (উৰেলিক)
- কোংকণী (ইণ্ডো-আৰ্য)
- কঙ্গো (বাণ্টু)
- কোৰাগা (দ্ৰাভিড়ীয়)
- কোৰানজে (নিলো-সাহাৰান)
- কোৰীয় (কোৰিয়ানিক)
- কোৰকু (অষ্ট্ৰ'এছিয়াটিক)
- কোৰোৱাই (ট্ৰান্স-নিউ গিনি)
- কোৰৱা (অষ্ট্ৰ'এছিয়াটিক)
- কোৰিয়াক (চুকটকো-কমচাটকান)
- কোছ্ৰায়েন (মালায়ো-পলিনেচিয়ান)
- কোটা (দ্ৰাভিড়ীয়)
- কোইৰা চিনি (নিলো-সাহাৰান)
- কোই ছাঞ্জাক খ্ৰীষ্টান আৰামাইক (ছেমিটিক)
- কোয়া (দ্ৰাভিড়ীয়)
- ক্ৰিমচাক (তুৰ্কী)
- কুজাৰ্গে (অশ্ৰেণীকৃত)
- কুই (অষ্ট্ৰ'এছিয়াটিক)
- কুক্কুজী (উৰেলিক)
- কুমাঊঁনী (ইণ্ডো-আৰ্য)
- কুমেয়ায় (হোকান)
- কুমিক (তুৰ্কী)
- কুমজাৰী (ইৰানীয়)
- কুং (খ্ʼআ)
- কুৰ্দী (ইৰানীয়)
- কুৰ্দী, লাকি (ইৰানীয়)
- কুৰুখ (দ্ৰাভিড়ীয়)
- কুসুন্দা (ভাষা পৃথক)
- কুটেনাই (ভাষা পৃথক)
- কুৱেন (উৰেলিক)
- কুৱাক'ৱালা (ৱাকাশান)
- কুৱানিয়ামা (বাণ্টু)
- কক্সোয়ে (খোয়ে-কৱাডি)
- কিৰ্গিজ (তুৰ্কী)
- ককবৰক
- কলকোটি (ইণ্ডো-আৰ্য)
- কাংগড়ী (ইণ্ডো-আৰ্য)
- কাৰ্বি
- কিশ্তৱাড়ী (ইণ্ডো-আৰ্য)
- কুণ্ডল শ্বাহী (ইণ্ডো-আৰ্য)
- কুমালী (ইণ্ডো-আৰ্য)
- কুৰ্মালী (ইণ্ডো-আৰ্য)
- কেৰিবিয়ান হিন্দুস্তানী (ইণ্ডো-আৰ্য)
- কোচ
- ক্ৰা-ডাই
- খাময়াং
- খোৱাৰ (ইণ্ডো-আৰ্য)
- কমৰ (ইণ্ডো-আৰ্য)
- কাংগড়ী (ইণ্ডো-আৰ্য)
- কুলূঈ (ইণ্ডো-আৰ্য)
- কৰ্মকাৰ (ইণ্ডো-আৰ্য)
- খৰিয়া থাৰ (ইণ্ডো-আৰ্য)
L (ল)
[সম্পাদনা কৰক]- লাল (অশ্ৰেণীকৃত)
- লাকাণ্ডোন (মায়ান)
- লাখ (স্লাভিক)
- লাডাখী (তিব্বত-বাৰ্মী)
- লাডিন (ৰোমান্স)
- লাডিনো বা জুডেও-স্পেনিচ (ৰোমান্স)
- লাক (উত্তৰ-পূৰ্ব ককেশীয়)
- লাকি (ইৰানীয়)
- লাকোটা বা লাখোটা বা টেটন (চিউয়ান)
- লাম্বাডি বা লামানী বা বাঞ্জাৰী (ইণ্ডো-আৰ্য)
- লানুভিয়ান (লাটিন-ফালিস্কান)
- লাও বা লাওচিয়ান (ক্ৰা-দাই)
- লাৰেস্তানি (ইৰানীয়)
- লেটিন (লাটিন-ফালিস্কান)
- লাটগালিয়ান (বাল্টিক)
- লাটভিয়ান (বাল্টিক)
- লাজ বা লাজুৰি (দক্ষিণ ককেশীয়)
- লেমকো (স্লাভিক)
- লেঙ্কা, হণ্ডুৰাছ (লেঙ্কা)
- লেঙ্কা, এল ছালভেদৰ (লেঙ্কা)
- লিয়োনিছ (ৰোমান্স)
- লেজগি বা আগুল (উত্তৰ-পূৰ্ব ককেশীয়)
- লিগবি বা লিগবি (মাণ্ডে)
- লিমবাৰ্গিশ (জাৰ্মানীয়)
- লিংগালা (বাণ্টু)
- লিপান (আথাবাস্কান)
- লিসান আল-দাওয়াত (ইণ্ডো-আৰ্য)
- লিশানিদ নোশান বা লিশানা দিদান (ছেমিটিক)
- লিথুৱেনীয় (বাল্টিক)
- লিভোনিয়ান বা লিভ (উৰেলিক)
- লিভভি-কাৰেলিয়ান বা অলোনেৎস কাৰেলিয়ান বা লিভভি (উৰেলিক)
- লোবালা বা বালা (বাণ্টু)
- লোমাভ্ৰেন (মিশ্ৰ ভাষা — ইণ্ডো-আৰ্য আৰু আৰ্মেনীয়ৰ সংমিশ্ৰণ)
- লোম্বাৰ্ড (ৰোমান্স)
- লোথা (তিব্বত-বাৰ্মী)
- লো আলেমাণিক জাৰ্মান (জাৰ্মানীয়)
- লো জাৰ্মান (জাৰ্মানীয়)
- লোৱাৰ চৰ্বিয়ান (স্লাভিক)
- লোজী বা চিলোজী (বাণ্টু)
- লুডিক বা লুডিয়ান (উৰেলিক)
- লুণ্ডা বা চিলুণ্ডা (বাণ্টু)
- লুৰী (ইৰানীয়)
- লুশুটচিড (চেলিছীয়)
- লুচোগা বা চোগা (বাণ্টু)
- লুভালে (বাণ্টু)
- লুৱাতি (ইণ্ডো-আৰ্য)
- লুকছেমবাৰ্গীয় (জাৰ্মানীয়)
- লুহু
M (ম)
[সম্পাদনা কৰক]- মেচেডোনীয় (স্লেভিক)
- মাচিগুৱেংগা (আৰাওয়াকান)
- মাদি বা জামামাদি বা কাপানা (আৰাওয়ান)
- মাদুৰেছ (মালয়-প'লিনেচিয়ান)
- মগধী /মগহী (ইণ্ডো-আৰ্য)
- মাগধী প্ৰাকৃত (ইণ্ডো-আৰ্য)
- মাৰ্ছো-মাগ্ডেবাৰ্গীয় (স্লেভিক)
- মাটাগি (জাপানী-ভিত্তিক cant)
- মাগুইন্দানাও (মালয়-প'লিনেচিয়ান)
- মৈথিলী (ইণ্ডো-আৰ্য)
- মাকাছাৰ (মালয়-প'লিনেচিয়ান)
- মাখুৱা বা মাকুৱা (বাণ্টু)
- মাখুৱা-মিট্টো (বাণ্টু)
- মালাগাছি (মালয়-প'লিনেচিয়ান)
- মালয় (মালয়িক)
- মালয়, ব্ৰুনেই (মালয়িক)
- মালায়ালম (দ্ৰাভিড়)
- মাল্টিজ বা মাল্টিজ আৰবিক (ছেমিটিক)
- মাল্টো বা ছৌৰিয়া পাহাৰীয়া (দ্ৰাভিড়)
- মালভী বা উজ্জয়িনী (ইণ্ডো-আৰ্য)
- মাম (মায়ান)
- মানচু (টুঙুজিক)
- মাণ্ডাইক (ছেমিটিক)
- মাণ্ডিঙ্কা (মাণ্ডে)
- মান্চি বা ভোগুল (উৰেলিক)
- ম্যানক্স (চেল্টিক)
- মান্যিকা (বাণ্টু)
- মাওৰি (মালয়-প'লিনেচিয়ান)
- মাপুদুংগুন বা মাপুচে (আৰাউকানিয়ান)
- মাৰানাও (মালয়-প'লিনেচিয়ান)
- মাৰাঠী (ইণ্ডো-আৰ্য)
- মাৰী বা চেৰেমিছ (উৰেলিক)
- মাৰিয়া (দ্ৰাভিড়)
- মাৰ্কেছান (মালয়-প'লিনেচিয়ান)
- মাৰ্শালিছ বা এবন (মালয়-প'লিনেচিয়ান)
- মাৰ্থাজ্ ভিনইয়াৰ্ড চাইন (ভাষা পৃথক)
- মাছাবা (বাণ্টু)
- মাছবাটেন্যো বা মিনাছবাটে (মালয়-প'লিনেচিয়ান)
- মাছুৰিয়ান (স্লেভিক)
- মেডিয়ান (ইৰানীয়)
- মেইতেই বা মণিপুৰী বা মেইথেই (তিব্বত-বৰ্মন)
- মৰিছিয়ান ক্ৰিঅ'ল বা মৰিচিয়েন (ফ্ৰেঞ্চ ভিত্তিক)
- মায়ান চাইন (ভাষা পৃথক)
- মায়ো (উটো-আজটেকান)
- মাজান্দাৰানী বা তাবাৰি (ইৰানীয়)
- মাজাহুৱা (অটো-মাংগেউয়ান)
- মাজাটেক (অটো-মাংগেউয়ান)
- মেইনকিয়েলি বা টৰ্ণেডেলিয়ান ফিনিচ (উৰেলিক)
- মেগলানো-ৰোমানীয় (ৰোমাঞ্চ)
- মেগ্ৰেলিয়ান বা মিংগ্ৰেলিয়ান (দক্ষিণ ককেশীয়)
- মেহ্ৰি বা মাহ্ৰি (ছেমিটিক)
- মেনোমিনী (আলগনিক)
- মেণ্টাৱাই (মালয়-প'লিনেচিয়ান)
- মেৰোইটিক (অশ্ৰেণীকৃত ভাষা; সম্ভৱত নিলো-সহাৰান অথবা ভাষা পৃথক)
- মেৰু বা কিমেৰু (বাণ্টু)
- মেছকালেৰো (আথাবাস্কান)
- মেছাপিক (আলবানয়িড)
- মিচিফ (মেটিচ ফ্ৰেঞ্চ আৰু প্লেইন্স ক্ৰী ভিত্তিক মিশ্ৰ ভাষা)
- মিকাছুকি বা মিককচুকি (মাস্ক'গিয়ান)
- মিকম্যাক বা মিকমাক (আলগনিক)
- মিনেইয়ান (ছেমিটিক)
- মিনাংকাবাউ (মালয়-প'লিনেচিয়ান)
- মিৰাণ্ডিজ (ৰোমাঞ্চ)
- মিছকিতো বা মিছকিতু (মিছুমালপান)
- মনং বা এম'নং (অষ্ট্ৰ'এছিয়াটিক)
- ম'বিলিয়ান জাৰ্গন (চ'ক্ত' ভাষা আৰু ফ্ৰেঞ্চ ভাষা ভিত্তিক পিজিন)
- ম'ঘ'ল (মংগোলিক)
- ম'হ'ক (ইৰোকুৱিয়ান)
- ম'কচা (উৰেলিক)
- ম'লেঙি (বাণ্টু)
- মন (অষ্ট্ৰ'এছিয়াটিক)
- মধ্য মংগোল (মংগোলিক)
- মংগোলীয় (মংগোলিক)
- মংগোলীয়, ধ্ৰুপদ (মংগোলিক)
- ম'নো (উবাঙ্গিয়ান)
- ম'নো (উটো-আজটেকান)
- ম'নো (মালয়-প'লিনেচিয়ান)
- ম'ণ্টাগনাই বা ইনু (আলগনিক)
- ম'ণ্টেনেগ্ৰিন (স্লেভিক)
- ম'পান (মায়ান)
- মোতু (পাপুৱান টিপ)
- ম'ক্সো (আৰাওয়াকান)
- মুহেৰ (ছেমিটিক)
- মুণ্ডাৰী (অষ্ট্ৰ'এছিয়াটিক)
- মুন্দুৰুকু (টুপিয়ান)
- মুঞ্জি (ইৰানীয়)
- মুঙ (অষ্ট্ৰ'এছিয়াটিক)
- মুৰিয়া (দ্ৰাভিড়)
- মাস্ক'গি বা ক্ৰিক (মাস্ক'গিয়ান)
- মণ্ডিয়ালী (ইণ্ডো-আৰ্য)
- মহাসু পাহাড়ী (ইণ্ডো-আৰ্য)
- মাং (অষ্ট্ৰ'এছিয়াটিক)
- মাং (লোলো-বাৰ্মী)
- মাঝী (ইণ্ডো-আৰ্য)
- মাল পহাড়িয়া (ইণ্ডো-আৰ্য)
- মালৱী (ইণ্ডো-আৰ্য)
- মাৱেছ
- মিচিং
- মিজো
- মুসাসা (ইণ্ডো-আৰ্য)
- মৰাণ
N (ন/এ)
[সম্পাদনা কৰক]- নাফান্ৰা (চেনুফো)
- নাগাৰচল (দ্ৰাভিড়)
- নাহুৱাটল (উটো-আজ্টেকান)
- নামা বা খোৱেখোৱে (খোৱে)
- নানাই (টুঙুজিক)
- নাউৰুয়ান (মাইক্ৰোনেছিয়ান)
- নাভাহো বা নাভাহো (না-ডেনে)
- এনডাউ বা দক্ষিণ-পূব শোনা (বাণ্টু)
- এনডোঙা (বাণ্টু)
- নিয়াপোলিটান (ৰোমান্স)
- নেগিডাল (টুঙুজিক)
- নেনেট বা ইউৰাক (ছামোয়েদিক)
- নেপাল ভাষা বা নেৱাৰী (নেৱাৰিক)
- নেপালী (ইণ্ডো-আৰ্য)
- নিউজিলেণ্ড চাইন (BANZSL)
- নিহালি বা নহালি (ভাষা পৃথক)
- নিজ্গা (চিম্শিয়ানিক)
- নগানাছান বা টাভগি (ছামোয়েদিক)
- এনগুম্বা (বাণ্টু)
- নিহেংগাতু বা জেৰাল বা আধুনিক টুপী (টুপিয়ান)
- নিয়াচ (NW চুমাত্ৰা)
- নিকাৰাগুৱান চাইন (ভাষা পৃথক)
- নিয়েল্লিম (আডামাৱা)
- নাইজেৰিয়ান পিজিন (ইংৰাজী-ভিত্তিক পিজিন)
- নিছেনান (মেইডুৱান)
- নিউইয়ান বা নিউই (প'লিনেচিয়ান)
- নিভখ বা গিলিয়াক (ভাষা পৃথক)
- নোগাই (টাৰ্কিক)
- নৰফুক বা নৰফল্ক (ইংৰাজী-টাহিতিয়ানভিত্তিক)
- নৰিক (চেল্টিক)
- নৰমান বা নৰমান-ফ্ৰেঞ্চ (ৰোমান্স)
- নৰ্ণ (জাৰ্মানীয়)
- নৰ্থ ন্দেবেলে (বাণ্টু)
- নৰ্থ পেইউট (উটো-আজ্টেকান)
- নৰ্থ সোথো বা ছেপেদি (বাণ্টু)
- নৰ্থ ষ্ট্ৰেইটছ চেলিচ (চেলিছীয়)
- নৰৱেজীয় (বোকমল, নিন'ৰ্ক, ৰিস্কমল) (জাৰ্মানীয়)
- নৰ্থ-ইষ্ট মালাকুলা (মধ্য ভানুয়াটু)
- এন/উ (টু)
- নুৱেৰ (নাইল'টিক)
- নুক্সাল্ক বা বেলা কুলা (চেলিছীয়)
- নিয়াব্বোৱা (ক্ৰু)
- নিয়া কুৰ (অষ্ট্ৰ’এছিয়াটিক)
- নিয়াংগুমাৰ্টা (পামা-নিউঙ্গান)
- নিঅ'ৰো (বাণ্টু)
- নঙলামী (ইণ্ডো-আৰ্য)
- নহৰী (ইণ্ডো-আৰ্য)
- নাগপুৰী (ইণ্ডো-আৰ্য)
- নাগামিজ (ইণ্ডো-আৰ্য)
- নিচি
- নেফামিজ (ইণ্ডো-আৰ্য)
O (অ/ও)
[সম্পাদনা কৰক]- অক্সিতান বা প্ৰোভেন্সাল (ৰোমান্স)
- ওড়িয়া (ইণ্ডো-আৰ্য)
- অজিবৱে বা অজিবৱা বা চিপৱা (আলগোন্কুইয়ান)
- অকিনাৱা (জাপোনিক)
- অকো-জুৱোই (মহা আন্দামানীয়)
- ওল্ড লিয়োনিছ বা মধ্যযুগীয় লিয়োনিছ (ৰোমান্স)
- ওল্ড প্ৰুশিয়ান (বাল্টিক)
- অমাগুৱা (টুপীয়)
- অমোক (ইউকাগিৰ)
- অংগোটা (অশ্ৰেণীকৃত)
- অʼঅধাম (উটো-এজটেকান)
- অৰমুৰি (ইৰানীয়)
- অৰোচ (টুঙুজিক)
- অৰোক (টুঙুজিক)
- অৰোমো বা আফান অৰোমো (কুশিটিক)
- অ'চেটিয়ান বা অ'চেটিক (ইৰানীয়)
- অ'চেটিয়ান, ডিগোৰ (ইৰানীয়)
- অ'চেটিয়ান, জাসিক বা জাচ (ইৰানীয়)
- অ'চেটিয়ান, আয়ৰন (ইৰানীয়)
- অৱডালিয়ান (জাৰ্মানীয়)
P (প/ফ)
[সম্পাদনা কৰক]- পায়েজ বা নাছা ইউৱে (ভাষা পৃথক)
- পালাউয়ান (মালয়-প'লিনেচিয়ান)
- পামে (অটো-মাংগেউয়ান)
- পাংগাছিনান (মালয়-প'লিনেচিয়ান)
- পাপিয়ামেণ্টো বা পাপিয়ামেন্তু (আইবেৰিয়ান ৰোমাঞ্চ ভিত্তিক ক্ৰিঅ'ল)
- পাৰাচি (ইৰানীয়)
- পাৰ্থিয়ান (ইৰানীয়)
- পাৰ্যা (ইণ্ডো-আৰ্য)
- পশ্তু বা পুষ্টো বা পশ্তু (ইৰানীয়)
- পেয়া বা পেচ (চিব্চান)
- পেনিনচুলাৰ জাপোনিক (জাপোনিক)
- পেনছিলভেনিয়া ডাচ বা পেনছিলভেনিয়া জাৰ্মান (জাৰ্মাণিক)
- পাৰ্চী বা পাৰ্চিয়ান (ইৰানীয়)
- ফাৰ্ছি, কৌলী (ইৰানীয়)
- ফালুৰা (ইণ্ডো-আৰ্য)
- ফিনিচিয়ান (ছেমিটিক)
- ফুতি (বাণ্টু)
- পিকাৰ (ৰোমাঞ্চ)
- পিপিল বা নাৱাট (উটো-আজটেকান)
- পিৰাহা (মুৰা)
- প্লাউটডিচ বা মেননাইট লো জাৰ্মান (জাৰ্মাণিক)
- পডলাচিয়ান বা পডলাচুক (স্লেভিক)
- পোলাবিয়ান (স্লেভিক)
- প'লিচ (স্লেভিক)
- প'লিচ চাইন (জাৰ্মান চাইন ভাষা গোট)
- পোমাক (স্লেভিক)
- প'মেৰেনিয়ান (স্লেভিক)
- প'পোলোকা (অটো-মাংগেউয়ান)
- পৰ্তুগীজ (ৰোমাঞ্চ)
- পথোৱাৰী বা পাহাৰী-পথোৱাৰী (ইণ্ডো-আৰ্য)
- প্ৰধান বা পাৰ্ধান (দ্ৰাভিড়)
- প্ৰেনেষ্টিনিয়ান (লাটিন'-ফালিস্কান)
- পুচিকৱাৰ (বৃহৎ আন্দামানীয়)
- পুৱেলচে (ভাষা পৃথক বা চোনান)
- পুমা (তিব্বত-বৰ্মন)
- পুনিক বা ফিনিচিয়ো-পুনিক বা কাৰ্থাজিনিয়ান (ছেমিটিক)
- পঞ্জাবী (ইণ্ডো-আৰ্য)
- পুৰেপেচা বা তাৰাস্কান (ভাষা পৃথক)
- প্ৰাচীন হিন্দী (ইণ্ডো-আৰ্য)
- পংগৱাড়ী (ইণ্ডো-আৰ্য)
- পালি (ইণ্ডো-আৰ্য)
- পালুলা (ইণ্ডো-আৰ্য)
- পাশ্বায়ী (ইণ্ডো-আৰ্য)
- পাহাড়ী কিনৌৰী (ইণ্ডো-আৰ্য)
- পূব মৈথিলী (ইণ্ডো-আৰ্য)
- পৈশাচী (ভাষা) (ইণ্ডো-আৰ্য)
Q (ক)
[সম্পাদনা কৰক]- কʼআনখʼবল (মায়ান)
- কাছকাই বা ঘাসঘাই (তুৰ্কিক)
- কাটাবাণীয় (ছেমিটিক)
- কʼএকচিʼ (মায়ান)
- কুৱেবেক সাংকেতিক ভাষা (ফ্ৰাংকোচিহ্নভাষা)
- কেঁচুৱা (কেঁচুৱা)
- কুৱেলিয়া (জাৰ্মান আৰু ৰাছিয়ান-ভিত্তিক মিশ্ৰ ভাষা)
R (ৰ)
[সম্পাদনা কৰক]- ৰাজস্থানী – ইণ্ডো-আৰ্য
- ৰাণী – স্লাভিক
- ৰাটাগ্নন – বিশয়ান
- ৰাজি – ইৰানীয়
- ৰাজিহি – চেমিটিক
- ৰেছিয়ান – স্লাভিক
- ৰেউনিঅঁ ক্ৰিঅ'ল – ফ্ৰেঞ্চ-ভিত্তিক ক্ৰিঅ'ল
- ৰিজাল আলমা – চেমিটিক
- ৰোমানীয় – ৰোমান্স
- ৰোমান্স – ৰোমান্স
- ৰোমানী – ইন্দো-আৰ্য
- ৰোমানী, বাল্কান – ইন্দো-আৰ্য
- ৰোমানি, বাল্টিক – ইন্দো-আৰ্য
- ৰোমানি, বোহেমিয়ান – ইণ্ডো-আৰ্য
- ৰোমানী, কাৰপাথিয়ান – ইণ্ডো-আৰ্য
- ৰোমানী, প্ৰাচীন – ইণ্ডো-আৰ্য
- ৰোমানী, ইংৰাজী – ইংৰাজী আৰু ব্ৰিটিছ ৰোমানীৰ মিশ্ৰ ভাষা
- ৰোমানী, এৰ্ৰোমিনচেলা – বাস্ক আৰু কাল্দেৰাশ ৰোমানীৰ মিশ্ৰ ভাষা
- ৰোমানী, ফিনিছ – ইণ্ডো-আৰ্য
- ৰোমানী, গ্ৰীক – গ্ৰীক আৰু ৰোমানী মিশ্ৰ ভাষা
- ৰোমানী, আইবেৰিয়ান বা কালো – আইবেৰিয়ান ৰোমানী আৰু ৰোমানীৰ মিশ্ৰ ভাষা
- ৰোমানী, কাল্দেৰাশ – ইন্দো-আৰ্য
- ৰোমানী, লাইউচে – ইষ্ট'নিয়ান আৰু ফিনিচ ৰোমানী মিশ্ৰ ভাষা
- ৰোমানী, ৰুমেলিয়ান – ইণ্ডো-আৰ্য
- ৰোমানী, স্কেণ্ডিনেভিয়ান – উত্তৰ জাৰ্মাণিক আৰু ৰোমানি মিশ্ৰ ভাষা
- ৰোমানী, স্কটিচ – স্কটছ আৰু ব্ৰিটিছ ৰোমানিৰ মিশ্ৰ ভাষা
- ৰোমানী, চাৰ্বিয়ান – চাৰ্বিয়ান আৰু ৰোমানিৰ মিশ্ৰ ভাষা
- ৰোমানী, চিণ্টে – ইণ্ডো-আৰ্য
- ৰোমানী, ভ্লাক্স – ইণ্ডো-আৰ্য
- ৰোমানী, ৱেল্ছ – ইণ্ডো-আৰ্য
- ৰোমানী, জাৰ্গাৰী – ইন্দো-আৰ্য
- ৰোম্বলোমানন – বিশয়ান
- ৰোতোকাছ – পূৱ পাপুৱান
- ৰোতুমান – মধ্য পেছিফিক
- ৰোৰান – মঙ্গোলিক
- ৰুন্যানক'ল বা নিয়াঙ্কৰে – বাণ্টু
- ৰুছ/ৰাছিয়ান – স্লাভিক
- ৰাছিয়ান, আলাস্কান – স্লাভিক
- ৰাছিয়ান, ওডেছান – স্লাভিক
- ৰাছিয়ান চাইন ভাষা – ফ্ৰেঞ্চ চাইন
- ৰুচিন, কাৰপাথিয়ান – স্লাভিক
- ৰুচিন, পেনোনিয়ান – স্লাভিক
- ৰুতুল – উত্তৰ-পূব ককেচীয়
- ৰুথেনীয় – স্লাভিক
- ৰহিঙীয়া (ইণ্ডো-আৰ্য)
- ৰাভা
- ৰেলী (ইণ্ডো-আৰ্য)
S (চ/ছ/শ/স)
[সম্পাদনা কৰক]- চাবাইক – চেমিটিক
- চাফাইটিক – চেমিটিক
- ছালাৰ – তুৰ্কীক
- চামেৰিটান আৰামাইক – চেমিটিক
- ছামোয়ান – মালয়-পলিনেছিয়ান
- ছানডাৱি – ভাষা-পৃথক
- ছাংগো – ঙবান্দি-ভিত্তিক ক্ৰিঅ'ল
- সংস্কৃত – (ইণ্ডো-আৰ্য)
- চাঁওতালি – অষ্ট্ৰ'এছিয়াটিক
- ছাৰা বকাটি' – লেণ্ড দায়াক
- চৰায়িকি – ইণ্ডো-আৰ্য
- ছাৰামাক্কান – ইংৰাজী-ভিত্তিক ক্ৰিঅ'ল
- ছাৰ্ডিনিয়ান – ৰোমান্স
- ছাৰ্ডিনিয়ান, কাম্পিদানিজ – ৰোমান্স
- ছাৰ্ডিনিয়ান, ল’গুদোৰেজ – ৰোমান্স
- ছাৰিকলি – ইৰানীয়
- চাৰ্ট কালমিক – মংগোলিক
- সৌৰাষ্ট্ৰ – ইণ্ডো-আৰ্য
- চাভি – (ইণ্ডো-আৰ্য)
- ছাৱাই – দক্ষিণ হালমাহেৰাৰ-ৱেষ্ট নিউ গিনি
- স্কটছ – জাৰ্মানীয়
- স্কটছ, চেটলেণ্ডিক – জাৰ্মানীয়
- স্কটছ, আলষ্টাৰ – জাৰ্মানীয়
- স্কটিচ গেলিক – কেল্টিক
- চেলেঙোৰ সাংকেতিক ভাষা – ফ্ৰেঞ্চ-ভিত্তিক সাংকেতিক
- চেলকুপ – সামোয়েডিক
- চেমনানি – ইৰানীয়
- চেনায়া – চেমিটিক
- চাৰ্বিয়ান – স্লেভিক
- সিন্ধী - (ইণ্ডো-আৰ্য)
- সিংহল – ইণ্ডো-আৰ্য
- ছিঅক্স – ছিঅৱান
- চিভান্দী – ইৰানীয়
- চামি, আক্কালা – উৰালিক
- চামি, ইনাৰি – উৰালিক
- চামি, কাইনু – উৰালিক
- চামি, কেমি – উৰালিক
- চামি, কিলডিন – উৰালিক
- চামি, লুলে – উৰালিক
- চামি, উত্তৰ – উৰালিক
- চামি, পিতে – উৰালিক
- চামি, স্কল্ট – উৰালিক
- চামি, দক্ষিণ – উৰালিক
- চামি, টেৰ – উৰালিক
- চামি, উমে – উৰালিক
- চেণ্টিনেলীজ – অশ্ৰেণীবদ্ধ
- ছ্লেভী – আথাবাস্কান
- ছ্লাভোমোলিছানো – স্লেভিক
- ছ্লোভাক – স্লেভিক
- ছ্লোভাক, পূব – স্লেভিক
- ছ্লোভেন – স্লেভিক
- ছ্লোভেন, প্ৰেকমুৰিয়ে – স্লেভিক
- ছ্লোভিনচিয়ান – স্লেভিক
- চোড্ডো – চেমিটিক
- ছোমালি – কুশিটিক
- ছোনজো – বাণ্টু
- ছন্সৰলিজ – মাইক্ৰ'নেছিয়ান
- চোক'ট্ৰি – চেমিটিক
- চোৰা – অষ্ট্ৰ'এছিয়াটিক
- চৰ্বিয়ান, লৱাৰ – স্লেভিক
- আপাৰ, ওপৰ – স্লেভিক
- ছাউথ ণ্ডেবেলে – বাণ্টু
- দক্ষিণ এছ্ট'নিয়ান – উৰালিক
- স্পেনীছ – ৰোমান্স
- স্পেনীছ, আমাজনিক – ৰোমান্স
- স্পেনীছ, আন্দালুচিয়ান – ৰোমান্স
- স্পেনীছ, কানাৰিয়ান – ৰোমান্স
- স্পেনীছ, কাৰিবিয়ান – ৰোমান্স
- স্পেনীছ, কাষ্টিলিয়ান – ৰোমান্স
- স্পেনীছ, কাটালান – ৰোমান্স
- স্পেনীছ, চিলোটে – ৰোমান্স
- স্পেনীছ, এক্সট্ৰেমাদুৰান – ৰোমান্স
- স্পেনীছ, গালিচিয়ান – ৰোমান্স
- স্পেনীছ, গিব্ৰাল্টাৰ – ৰোমান্স
- স্পেনীছ, মেক্সিকান – ৰোমান্স
- স্পেনীছ, মাৰ্চিয়ান – ৰোমান্স
- স্পেনীছ, পেনিনচুলাৰ – ৰোমান্স
- স্পেনীছ, চাবিন নদী – ৰোমান্স
- স্পেনীছ, চাহাৰান – ৰোমান্স
- স্পেনীছ, মানক – ৰোমান্স
- চ্ৰানান টংগো – ইংৰাজী-ভিত্তিক ক্ৰিঅ'ল
- ষ্ট'আট'ইমচেট – চেলিশান
- চুচিতে – চেনুফো
- চুবা – বাণ্টু
- চুন্দানিজ – মালয়-পলিনেছিয়ান
- চুপিয়েৰে – চেনুফো
- চুৰেট – চেমিটিক
- চুৰিগাওনোন – বিচায়ান
- চুচু – মাণ্ডে
- চভান – দক্ষিণ ককেশীয়
- স্বাহিলী – বাণ্টু
- ছোৱাটি – বাণ্টু
- ছুইডিছ – জাৰ্মাণিক
- চুইচ-জাৰ্মান সাংকেতিক ভাষা – অশ্ৰেণীবদ্ধ
- চিৰিয়াক – চেমিটিক
- শুমশ্তী (ইণ্ডো-আৰ্য)
- শ্বিনা (ইণ্ডো-আৰ্য)
- সম্বলপুৰী (ইণ্ডো-আৰ্য)
- সিৰমৌৰী (ইণ্ডো-আৰ্য)
- ছাৱী (ইণ্ডো-আৰ্য)
- ছিলঠীয়া (ইণ্ডো-আৰ্য)
T (চ/ট/ঠ/ত/থ)
[সম্পাদনা কৰক]- তা – তু
- তাবাছাৰান – উত্তৰ-পূৰ্ব ককেশীয়
- টাকানা – টাকানান
- টাচেলহিট – বাৰবাৰ
- টাগালগ – কেন্দ্ৰীয় ফিলিপিনো
- টাহিটিয়ান – পলিনেছিয়ান
- তাই লুৱে – ক্ৰা–দাই
- টাইনৰ – আৰাৱাকান
- তাইৱানী চিহ্ন ভাষা – জেএসএলিক
- তাজিক – ইৰানীয়
- তাকেস্তানী – ইৰানীয়
- তালিশ – ইৰানীয়
- তামিল – দ্ৰাবিড়
- টানাক্ৰছ – আথাবাস্কান
- টাংগুট – তিব্বত-বৰ্মীয়
- টাওচ – টানোয়ান
- টাৰাহুমাৰা – ইউটো-আজটেকান
- টাৰামা – জাপোনিক
- টাৰিফিত – বাৰবাৰ
- তাতি – ইৰানীয়
- তাতাৰ – তুৰ্কীক
- তাওচুগ – বিসয়ান
- তাইমানিটিক – চেমিটিক
- তেহুৱেলচে – চন
- তেলুগু – দ্ৰাবিড়
- তেতুম – মালয়-পলিনেছিয়ান
- তেপেহুৱা – ট’টোনাকান
- তেপেহুৱান – ইউটো-আজটেকান
- টেৱা – টানোয়ান
- থাই – ক্ৰা–দাই
- থমুদিক – চেমিটিক
- থাৰু – (ইণ্ডো-আৰ্য)
- তিব্বতী, লাছা – তিব্বতীয়
- টিকুনা – ভাষা-পৃথক
- টিগ্ৰে – চেমিটিক
- টিগ্ৰিনিয়া – চেমিটিক
- টিম্বিশা – ইউটো-আজটেকান
- টিভ – টিভ’ইড
- ট্লিংগিট – না-দেনে
- টোবিয়ান – মাইক্ৰোনেছিয়ান
- তোদা – দ্ৰাবিড়
- তোজোলাব’আল – মায়ান
- টক পিচিন – ইংৰাজী-ভিত্তিক ক্ৰিঅ'ল
- তোড়া – দ্ৰাবিড়
- তোহোলাবʼাল – মায়ান
- টক পিচিন – ইংৰাজী-ভিত্তিক ক্ৰিঅ'ল
- টোকে'লাউ – পলিনেছিয়ান
- টোল – জিকাক
- টংগা (জাম্বিয়া) – বান্তু
- টংগান – পলিনেছিয়ান
- টোৰলাকিয়ান – শ্লেভিক
- টোৰৱালি – ইণ্ডো-আৰ্য
- ট্ৰেগামি – ইণ্ডো-আৰ্য
- ট্ৰিক/ট্ৰিকুই – অ’টো-মাংগুয়ান
- ছাট – চামিক
- চেজ – উত্তৰ-পূৰ্ব ককেশীয়
- ছিলুবা – বান্তু
- ট্সিমশিয়ান, উপকূলীয় – ট্সিমশিয়ানিক
- ট্সিমশিয়ান, দক্ষিণী – ট্সিমশিয়ানিক
- চঙা – বান্তু
- চ্বানা – বান্তু
- টু – মংগোলিক
- টুৱাৰেগ – বাৰবাৰ
- তুলু – দ্ৰাবিড়
- টুম্বুকা – বান্তু
- তুপিনিকুইম – তুপিয়ান
- তুৰ্কী – তুৰ্কীক
- তুৰ্কী, চাইপ্ৰিয়ট – তুৰ্কীক
- তুৰ্কী, কাৰামানলি – তুৰ্কীক
- তুৰ্কী, অটোমান – তুৰ্কীক
- তুৰ্কী, ছাল্কা – তুৰ্কীক
- তুৰ্কমেন – তুৰ্কীক
- টুৰোয়ো – চেমিটিক
- টুৱালুয়ান – পলিনেছিয়ান
- টুৱান – তুৰ্কীক
- চেল্টাল – মায়ান
- চটজিল – মায়ান
- তঞ্চঙ্গ্যা (ইণ্ডো-আৰ্য)
- তাণ্ডিয়া
- ঠেঠী মৈথিলী - (ইণ্ডো-আৰ্য)
- টাই-আহোম
U (উ)
[সম্পাদনা কৰক]- উডিহে বা উডে বা উদেগে (টুঙুজিক)
- উডমুৰ্ট বা ভোটিয়াক (উৰেলিক)
- উগাৰিটিক (ছেমিটিক)
- ইউক্ৰেইনীয় (স্লাভিক)
- উলাডা (মালায়ো-পলিনেচিয়ান)
- উল্চ বা অল্চা (টুঙুজিক)
- উনজাৰডয়চ বা ৰাবাউল ক্ৰিঅল জাৰ্মান (জাৰ্মান-ভিত্তিক ক্ৰিঅল)
- আপাৰ চৰ্বিয়ান (স্লাভিক)
- উৰ্দু (ইণ্ডো-আৰ্য)
- উৰুম (তুৰ্কিক)
- উটে (উটো-এজটেকান)
- উইঘুৰ বা উইঘুৰ (তুৰ্কিক)
- উজবেক (তুৰ্কিক)
- * উশ্ব'জি (ইণ্ডো-আৰ্য)
V (ভ)
[সম্পাদনা কৰক]- ভাফচি – ইৰানীয়
- ভালেনচিয়ান – ৰোমান্স
- ভালেনচিয়ান চাইন – কাটালান চাইন
- ভাছি-ভাৰী বা প্ৰসুনি – ইণ্ডো-আৰ্য
- ভাস্তেজ – ৰোমান্স
- ভেণ্ডা বা চিভেণ্ডা – বাণ্টু
- ভেনেটিয়ান – ৰোমান্স
- ভেপচ – উৰেলিক
- ভিয়েটনামী – অষ্ট্ৰ’এছিয়াটিক
- ভোৰো – উৰেলিক
- ভোটিক বা ভোটিয়ান – উৰেলিক
W (ৱ)
[সম্পাদনা কৰক]- ৱা (অষ্ট্ৰ’এছিয়াটিক)
- ৱাড্ডাৰ (দ্ৰাভিড়)
- ৱাগিমান (ভাষা পৃথক)
- ৱাইগালি বা কালাশা-আলা (ইণ্ডো-আৰ্য)
- ৱাইমা বা ৰোৰো (মালায়ো-পলিনেচিয়ান)
- ৱাখি (ইৰানীয়)
- ৱালিছিয়ান বা পূব উভেঅন (পলিনেচিয়ান)
- ৱালুন (ৰোমান্স)
- ৱাৰায় বা বিনিচায়া (মালায়ো-পলিনেচিয়ান)
- ৱাশো (ভাষা পৃথক)
- ৱেলচ (চেল্টিক)
- ৱেষ্ট নিউ-আৰামিক (ছেমিটিক)
- ৱেষ্ট প'লেছিয়ান বা প'লেছুক (স্লাভিক)
- ৱ'লানে (চিল্ট’এ) (ছেমিটিক)
- ৱ'লফ (নাইজাৰ–কংগো)
- ৱিমিচোৰিছ (জাৰ্মানীয়)
X (খ/জ/শ)
[সম্পাদনা কৰক]Y (ই/য়)
[সম্পাদনা কৰক]- ইয়াকু (আফ্ৰ'এছিয়াটিক)
- ইয়েয়ামা (জাপোনিক)
- য়াঘান বা ইয়ামানা (ভাষা পৃথক)
- য়াঘনোবি (ইৰানীয়)
- য়াকুট (তুৰ্কীক)
- য়াংকুনিটজাটজাৰা (পামা-নিউংগান)
- য়ান্যুৱা (পামা-নিউংগান)
- য়াপিজ (মালায়ো-পলিনেচিয়ান)
- য়াকি (উটো-এজটেক)
- য়াউমা (বাণ্টু)
- য়াভাপাই (ইউমান)
- য়াজদি (ইৰানীয়)
- য়াজগুলিয়াম বা ইয়াজগুলামি (ইৰানীয়)
- য়ে-মেক (পুয়য়?)
- য়েনি (নাইজাৰ–কংগো)
- ই বা নুঅচু (তিব্বত-বাৰ্মী)
- য়িনে বা পিৰো (আৰাৱাকান)
- ইদ্দিচ (জাৰ্মানীয়)
- ইদ্ঘা (ইৰানীয়)
- ইউগুৰ, পূৱ (মংগোলিক)
- ইউগুৰ, পশ্চিম বা নতুন-উইঘুৰ (তুৰ্কীক)
- য়োকুট বা ইয়োকুটচান বা মাৰিপোসা (য়োকুটচান)
- য়োকুট, বুৱেনা ভিষ্টা (য়োকুটচান)
- য়োকুট, ডেল্টা (য়োকুটচান)
- য়োকুট, পালেৱিয়ামি (য়োকুটচান)
- য়োকুট, টুলে–কাৱেয়া (য়োকুটচান)
- য়োকুট, ভেলি (য়োকুটচান)
- য়োনাগুনি (জাপোনিক)
- ইয়ৰুবা (ভোল্টা-নাইজাৰ)
- য়োনুৱো (হ্মোংগিক)
- ইউকাটেক মায়া (ইউকাটেকান)
- ইউচি (ভাষা পৃথক)
- ইউকাৰগিৰ, উত্তৰ বা টুণ্ড্ৰা ইউকাৰগিৰ (ইউকাৰগিৰ)
- ইউকাৰগিৰ, দক্ষিণ বা বন ইউকাৰগিৰ (ইউকাৰগিৰ)
- ইউকজিন (কোৰীয়)
- য়ুপিক (এস্কিমো-আলেউট)
- য়ুপিলটেপেক (জিনকান)
- ইউৰাট (চাময়েদিক)
- ইউৰক (আলজিক)
Z (জ)
[সম্পাদনা কৰক]- জাপাৰো (জাপাৰোয়ান)
- জাপোটেক (অটো-মাংগেউয়ান)
- জাজা বা জাজাকি (ইৰানীয়)
- জিলেণ্ডিক (জাৰ্মানীয়)
- জুৱাং (ক্ৰা-দাই)
- জোক (মিক্সে-জোকীয়)
- জৰাথুস্ত্ৰী দাৰী (ইৰানীয়)
- জুলু (বাণ্টু)
- জুনি (ভাষা পৃথক)
- জুৱেই বা জায় (ছেমিটিক)
নিৰ্মিত ভাষাসমূহ
[সম্পাদনা কৰক]আৰু চাওক
[সম্পাদনা কৰক]- ভাৰতীয় ভাষা
- ভাৰতৰ ভাষাসমূহ
- ভাৰতৰ চৰকাৰী ভাষাসমূহ
- ভাৰত-আৰ্য ভাষা পৰিয়াল
- ভাৰত-ইউৰোপীয় ভাষা পৰিয়াল
- পৃথিৱীৰ প্ৰধান ভাষাসমূহ
- চীনা-তিব্বতীয় ভাষা
- বাংলাদেশৰ ভাষাসমূহ
- নেপালৰ ভাষাসমূহ
- ভূটানৰ ভাষাসমূহ
- ইণ্ডোনেছিয়াৰ ভাষাসমূহ
- আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যৱহৃত ভাষা
- অসমীয়া-বঙালী ভাষাগোষ্ঠী
- বড়ো–গাৰো ভাষা
- নিৰ্মিত ভাষাৰ তালিকা
- স্বাদেশ তালিকা
- লিখন পদ্ধতিসমূহৰ তালিকা
- ৱিকিপিডিয়াৰ তালিকা
- গুগল ট্ৰেন্সলেটৰ
- মাইক্ৰ'ছফ্ট অনুবাদক
- ফেইচবুক
- অমনিগ্ল'ত
- ভাষা
- অপভ্ৰংশ
- ভাষিক সুৰ
- ভাষাবিজ্ঞান উপক্ৰমণিকা
- লোকভাষা
- বিলুপ্ত ভাষা
- বিলুপ্তপ্ৰায় ভাষা