| এই প্ৰবন্ধটোৰ প্ৰধান অৱদানকাৰীৰ প্ৰবন্ধটোৰ বিষয়বস্তুৰ লগত এক ঘনিষ্ঠ সম্পৰ্ক আছে যেন অনুমান হয়। ৱিকিপিডিয়াৰ বিষয়বস্তু নীতিসমূহ মানি চলিবৰ বাবে ইয়াক নিকাকৰণৰ প্ৰয়োজন আছে, বিশেষকৈ নিৰপেক্ষ দৃষ্টিভংগী লৈ ইয়াক সম্পাদনা কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাত আলোচনা কৰে যেন। (২৬ ডিচেম্বৰ ২০২১) |
ভাস্কৰ জ্যোতি নাথ |
---|
 |
জন্ম |
০১ , ১৯৮৪ মাজুলী, অসম |
---|
পেচা |
লেখক, সমালোচক |
---|
শিক্ষা |
ইংৰাজী সাহিত্যত স্নাতকোত্তৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয় |
---|
উল্লেখনীয় কৰ্মৰাজি |
পাঠ আৰু বীক্ষণ (অসম পাব্লিছিঙ কোম্পানী,২০১৯) |
ভাস্কৰ জ্যোতি নাথ (ইংৰাজী: Bhaskar Jyoti Nath; জন্ম: ১৯৮৪)
সাহিত্য সমালোচক আৰু লেখক। তেওঁ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে সাহিত্য চৰ্চা কৰে।[1] মাজুলীত জন্ম গ্ৰহণ কৰা নাথে দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ পিছত ২০০৬ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা একে বিষয়তে স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে।[2] ইংৰাজী ‘দৈনিক দ্য চেণ্টিনেল’ কাকততো নাথে উপ সম্পাদক হিচাপে কাৰ্যনিবাহ কৰিছিল। পৰৱৰ্তীকালত নাথে আৰক্ষী বিষয়া হিচাপে অসম আৰক্ষীত যোগদান কৰে। [3]
- পাঠ আৰু বীক্ষণ (অসম পাব্লিচিঙ কোম্পানী, ২০১৯)[4] সমালোচক ড° হীৰেন গোহাঁয়ে ‘পাঠ আৰু বীক্ষণ’ৰ বিষয়ে মন্তব্য কৰিছে এনেদৰে- ‘পাঠ আৰু বীক্ষণ’ আধুনিক আৰু উত্তৰ আধুনিক তত্ত্বৰ নিৰ্মোহ অধ্যয়নেৰে সম্পৃক্ত এখন স্বাধীনমনা কিতাপ। নাথে তত্ত্বৰ পৰা শিক্ষা লৈছে কিন্তু তাৰ অন্ধ অনুগামীত পৰিণত হোৱা নাই।” [5]