সমললৈ যাওক

ভাৰতীয় চিন্তা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাৰতীয় চিন্তা  
লেখক শিৱনাথ বৰ্মন
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাশক অসম পাব্লিচিং কোম্পানী
প্ৰকাশ ডিচেম্বৰ, ২০১৩
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ২৬১
আই.এচ.বি.এন. 978-81-8638-10-7

ভাৰতীয় চিন্তা অসমৰ এগৰাকী লেখক-সাহিত্যিক, জীৱনীকাৰ শিৱনাথ বৰ্মনৰ ভাৰতীয় ঐতিহ্য বিষয়ক এখন প্ৰৱন্ধমূলক গ্ৰন্থ। এই কিতাপখন ২০১৩ ত অসম পাব্লিচিং কোম্পানীয়ে প্ৰকাশ কৰিছে। কিতাপখনত[1] মুঠ ২৬১টা পৃষ্ঠা আছে।

লেখক পৰিচিতি

[সম্পাদনা কৰক]

শিৱনাথ বৰ্মন একাধাৰে এগৰাকী অসমীয়া অধ্যাপক, লিখক, সম্পাদক, অভিধান প্ৰণেতা আৰু অনুবাদক।[2] তেখেত ‘জনসাধাৰণ’ বাতৰি কাকতৰ মুখ্য সম্পাদকৰূপেও সেৱা আগবঢ়াইছিল। [3] ২০২২ বৰ্ষত তেখেতৰ জীৱনযোৰা সাহিত্যিক অৱদানৰ বাবে ‘ওজা হেমচন্দ্ৰ বৰুৱা ভাষা-সাহিত্য সাধনা বঁটা’ প্ৰদান কৰা হয়। [4]২০২২ চনত, তেখেতক অসম সাহিত্য সভাৰ ছগনলাল জৈন বঁটা প্ৰদান কৰা হৈছিল।[5]

বিষয়বস্তু

[সম্পাদনা কৰক]

ভাৰতীয় ঐতিহ্য বিষয়ক সম্যক জ্ঞান দিয়া এখন প্ৰৱন্ধমূলক গ্ৰন্থ।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. শিৱনাথ বৰ্মন (২০১৩, ডিচেম্বৰ). "ভাৰতীয় চিন্তা". অসম পাবলিচিং কোম্পানি. পৃষ্ঠাসমূহ: ২৬১. 
  2. পৰমানন্দ মজুমদাৰ (২০১৭). "শিৱনাথ বৰ্মন অভিনন্দন গ্ৰন্থ". বিপঞ্চিতা প্ৰকাশন. 
  3. "Janasadharan Assamese Newspaper". Archived from the original on 7 January 2013. https://web.archive.org/web/20130107105101/http://www.assamjournal.com/2011/11/janasadharan-assamese-newspaper-online.html। আহৰণ কৰা হৈছে: 8 November 2012. 
  4. "আৰ্কাইভ কপি". Archived from the original on 2022-05-01. https://web.archive.org/web/20220501100659/https://www.asomiyapratidin.in/researcher-writerr-dr-shivnath-varmanoza-hemchandra-barua-language-sahitya-sadhana-award-and-padma-shri-veeruwala-rava-were-conferred-the-hemkosh-pran-devanandbarua-samaj-chetna-award/। আহৰণ কৰা হৈছে: 2022-05-02. 
  5. "বিশিষ্ট শিক্ষাবিদ ড° শিৱনাথ বৰ্মনলৈ ছগনলাল জৈন বঁটাৰ সন্মান". https://www.etvbharat.com/.+৩১ জানুৱাৰী, ২০২২. https://www.etvbharat.com/assamese/assam/state/kamrup-metropolitan/saganlal-jain-award-to-dr-sivanath-barman/assam20220131113115659। আহৰণ কৰা হৈছে: ৩১ মে, ২০২২.