সমললৈ যাওক

ভাৰতীয় দাৰ্শনিকৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভাৰতীয় দৰ্শন, ভাৰতীয় উপমহাদেশৰ সভ্যতাই গঢ়ি তোলা চিন্তাৰ প্ৰতিফলন আৰু ব্যৱস্থা। ইয়াৰ ভিতৰত গতানুগতিক (আস্তিক) দুয়োটা পদ্ধতি যেনে- ন্যায়, বৈশেষিক, সাংখ্য, যোগ, পূৰ্ব-মিমাংসা (বা মিমাংসা), আৰু বেদান্ত (অদ্বৈত, দ্বৈত, ভেদভেদ, বিশিষ্টদ্বৈত), আৰু অগতানুগতিক (নাস্তিকা) ব্যৱস্থা, যেনে বৌদ্ধ, জৈন ধৰ্ম, অজিৱিকা, অজ্ঞান, চাৰ্বাক ইত্যাদি। লগতে অন্যান্য ধাৰা, যেনে ৰাসেস্বৰ, পাণিন্য, প্ৰত্যভিজন, পশুপতি শৈৱ ধৰ্ম, শৈৱ ধৰ্ম ইত্যাদি। ভাৰতীয় চিন্তাধাৰাই বিভিন্ন দাৰ্শনিক সমস্যাৰ প্ৰতি চিন্তিত হৈ আহিছে, তাৰ ভিতৰত উল্লেখযোগ্য যে পৃথিৱীৰ প্ৰকৃতি (ব্ৰহ্মাণ্ডবিজ্ঞান), বাস্তৱৰ প্ৰকৃতি (আধ্যাত্মিকতা), যুক্তি, জ্ঞানৰ প্ৰকৃতি (এপিষ্টেম'লজি), নৈতিকতা, আৰু ধৰ্ম দৰ্শন আদি। সৰ্বকালৰ কিছুমান বিখ্যাত আৰু প্ৰভাৱশালী দাৰ্শনিক ভাৰতীয় উপমহাদেশৰ আছিল যেনে বুদ্ধ, নাগাৰ্জুন, আদি শংকৰ আদি।[1][2][3]

এই তালিকা খ্ৰীষ্টীয় ১৪ শতিকালৈকে।

নাম জীৱন ধাৰা টোকা
দীৰ্ঘতমা খৃ:পূ: ১৪ শতিকা
অৱৎসৰ খৃ:পূ: ১৪ শতিকা
অসিত ঋষি খৃ:পূ: ১৪ শতিকা ঋকবেদত ভৱিষ্যদ্বক্তা ঋষি
বৃহস্পতি খৃ:পূ: ১৪ শতিকা
লোপামুদ্ৰা খৃ:পূ: ১২ শতিকা অগস্ত্যৰ পত্নী
অগস্ত্য খৃ:পূ: ১২ শতিকা লোপামুদ্ৰাৰ স্বামী আৰু সপ্তৰ্ষিসকলৰ এজন
অত্ৰি খৃ:পূ: ১২ শতিকা সপ্তৰ্ষিসকলৰ এজন
ভৰদ্বাজ খৃ:পূ: ১২ শতিকা সপ্তৰ্ষিসকলৰ এজন
বশিষ্ঠ খৃ:পূ: ১২ শতিকা সপ্তৰ্ষিসকলৰ এজন
শ্ৱাকল্য খৃ:পূ: ১২ শতিকা ঋগবেদৰ পদপথ বিশ্লেষণৰ দিশত কৰা আদিম প্ৰচেষ্টাসমূহৰ ভিতৰত তেওঁৰ বিশ্লেষণ অন্যতম
সাংখ্যয়ান সাংখ্যযান ব্ৰাহ্মণৰ প্ৰণেতা
বাল্মিকী খৃ:পূ: ১১ শতিকা বাল্মিকী ৰামায়ণৰ লেখক আৰু সংস্কৃত সাহিত্যৰ প্ৰথম কবি বা আদি কবি হিচাপে তেওঁক শ্ৰদ্ধা কৰা হয়।
বেদব্যাস খৃ:পূ: নৱম শতিকা মহাভাৰতৰ ৰচক
মহীদাস ঐতৰেয়-ঐতৰেয় ব্ৰাহ্মণ খৃ:পূ: নৱম শতিকা
গাৰ্গী খৃ:পূ: অষ্টম শতিকা যাজ্ঞবল্ক্যৰ সৈতে তৰ্ক
মৈত্ৰেয়ী খৃ:পূ: অষ্টম শতিকা অদ্বৈত যাজ্ঞবল্ক্যৰ পত্নী
আৰুণি খৃ:পূ: অষ্টম শতিকা[4] লিখিত ইতিহাসৰ প্ৰথমগৰাকী দাৰ্শনিক
ঘোষা খৃ:পূ: দশম শতিকা-খৃ:পূ: অষ্টম শতিকা
যাজ্ঞবল্ক্য খৃ:পূ: অষ্টম-সপ্তম শতিকা[5][6][4] অদ্বৈত প্ৰস্তুত কৰাৰ কৃতিত্ব
শাণ্ডিল্য খৃ:পূ: অষ্টম শতিকা শাণ্ডিল্য বিদ্যাৰ বাবে পৰিচিত, বিদ্যা বা দৰ্শনৰ শিক্ষাৰ এটা গোট
প্ৰতাৰ্দনা খৃ:পূ: অষ্টম শতিকা
বৌদ্ধযান খৃ:পূ: অষ্টম শতিকা বিশিষ্টাদ্বৈতবাদ
প্ৰৱাহন জয়ৱালী খৃ:পূ: অষ্টম শতিকা বিদ্যা বা দৰ্শনৰ শিক্ষাৰ সমষ্টি পঞ্চগনি বিদ্যাৰ বাবে পৰিচিত
শকতায়ন খৃ:পূ: অষ্টম শতিকা নিৰুক্ত (ব্যুৎপত্তিবিদ)
ৰাইকভ খৃ:পূ: অষ্টম শতিকা
সত্যকাম জাবালা খৃ:পূ: অষ্টম শতিকা
শুক্ৰাচাৰ্য খৃ:পূ: অষ্টম শতিকা ৰাজনৈতিক দৰ্শন শুক্ৰনীতিৰ ৰচক
পাৰ্শ্বনাথ খৃ:পূ: অষ্টম শতিকা জৈন ধৰ্ম ২৩ নং তীৰ্থংকৰ আৰু লিপিবদ্ধ ইতিহাসৰ কৰ্ম দৰ্শনৰ অন্যতম প্ৰাচীন প্ৰতিনিধি
পিপ্পলাড়া খৃ:পূ: অষ্টম শতিকা তেওঁ অথৰ্ববেদ শিক্ষা প্ৰদান কৰা পিপ্পালাড়া চিন্তাধাৰাৰ প্ৰতিষ্ঠাপক আছিল।
শ্বেতস্বতাৰা খৃ:পূ: অষ্টম শতিকা
সুশ্ৰুত খৃ:পূ: অষ্টম শতিকা সুশ্ৰূত সংহিতা, চৰক সংহিতা আৰু অস্তাংগ হৃদয় (আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞানৰ অন্যতম মহান ত্ৰিলজী হিচাপে গণ্য কৰা আৰু বিভিন্ন ধৰণৰ অস্ত্ৰোপচাৰৰ ওপৰত)ৰ বাবে কৃতিত্ব।
অষ্টবক্ৰ খৃ:পূ: সপ্তম শতিকা
শ্বেতকেতু খৃ:পূ: সপ্তম শতিকা দাৰ্শনিক আৰুণিৰ নাতি
কপিল খৃ:পূ: ষষ্ঠ শতিকা সাংখ্য সাংখ্য দৰ্শনৰ প্ৰতিষ্ঠাপক হিচাপে কৃতিত্ব দিয়া হয়, নিৰামিষভোজৰ সপক্ষে যুক্তি আগবঢ়ায়
আলৰা কালাম খৃ:পূ: ষষ্ঠ শতিকা সাংখ্য পালি কেনন শাস্ত্ৰ অনুসৰি তেওঁ গৌতম বুদ্ধৰ প্ৰথম শিক্ষক আছিল।
উড়াক্কা ৰামাপুত্ত খৃ:পূ: ষষ্ঠ শতিকা গৌতম বুদ্ধৰ আন এজন শিক্ষক
পাণিনি খৃ:পূ: ষষ্ঠ শতিকা[7] পাণিনি স্কুলৰ প্ৰৱৰ্তক
পঞ্চশিখা খৃ:পূ: ষষ্ঠ শতিকা সাংখ্য
অসুৰী খৃ:পূ: ষষ্ঠ শতিকা সাংখ্য কপিলৰ শিষ্য
যস্কা খৃ:পূ: ষষ্ঠ শতিকা-খৃ:পূ: পঞ্চম শতিকা[7] নিৰুক্ত (ব্যুৎপত্তিবিদ)
বৃহস্পতি চাৰ্বাক
অক্ষপদ গৌতম খৃ:পূ: ষষ্ঠ শতিকা ন্যায় ন্যায় স্কুলৰ প্ৰতিষ্ঠাতা বুলি গণ্য কৰা হয়
কণাদ খৃ:পূ: ষষ্ঠ শতিকা বৈশেশিকা বৈশেশিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক হিচাপে কৃতিত্ব লাভ কৰা, যুক্তি আৰু বাস্তৱবাদ প্ৰয়োগ কৰি পৰমাণুবাদী তত্ত্বৰ প্ৰস্তাৱ দি বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু অস্তিত্বৰ ব্যাখ্যা কৰা আৰু মানৱ ইতিহাসৰ অন্যতম প্ৰাচীন পৰিচিত পদ্ধতিগত বাস্তৱবাদী অন্তৰ্নিহিততা।
পুৰাণ কাচ্চাপ খৃ:পূ: ষষ্ঠ শতিকা অনৈতিকতা
অজিতা কেশকাম্বালি খৃ:পূ: ষষ্ঠ শতিকা চাৰ্বাক অজিতাই উচ্চেদাবাদ (মৃত্যুৰ পিছত বিনাশৰ মতবাদ) আৰু তাম-জীৱম-তাম-সাৰিৰাম-বাদ (আত্মা আৰু শৰীৰৰ পৰিচয়ৰ মতবাদ) প্ৰস্তাৱ কৰিছিল, যিয়ে চিৰন্তন আত্মাৰ পৃথক অস্তিত্বক অস্বীকাৰ কৰিছিল।
পয়াসী খৃ:পূ: ষষ্ঠ শতিকা চাৰ্বাক
পাকুধা কাচ্চায়ানা খৃ:পূ: ষষ্ঠ শতিকা শ্বাশ্বতবাদ পাৰমাণৱিকতাবাদ দৰ্শনৰ প্ৰতিষ্ঠাপক হিচাপে কৃতিত্ব দিয়া হৈছে
মাক্ষালি গোছালা খৃ:পূ: ষষ্ঠ শতিকা আজিৱিকা
সঞ্জয় ভালাথিপুত্ত খৃ:পূ: ষষ্ঠ শতিকা অজ্ঞান
মহাবীৰ খৃ:পূ: ষষ্ঠ শতিকা জৈনধৰ্ম অনেকান্তবাদ (বহুপক্ষীয় বাস্তৱ)ৰ নীতি শিকাইছিল: সদ্ বাদ আৰু ন্যায়বাদ
গৌতম বুদ্ধ খৃ:পূ: ষষ্ঠ শতিকা বৌদ্ধমতৰ প্ৰতিষ্ঠাতা
সৰিপুত্ৰ খৃ:পূ: ষষ্ঠ শতিকা বৌদ্ধধৰ্ম বুদ্ধৰ দুজন প্ৰধান পুৰুষ শিষ্যৰ ভিতৰত তেওঁক প্ৰথম বুলি গণ্য কৰা হয়
কানিয়ান পুংগুণ্ড্ৰনৰ খৃ:পূ: পঞ্চম শতিকা সংগম যুগৰ দাৰ্শনিক
আচাৰ্য পিংগলা খৃ:পূ: পঞ্চম শতিকা
ডাণ্ডামিচ খৃ:পূ: চতুৰ্থ শতিকা
কালানোছ খৃ:পূ: চতুৰ্থ শতিকা
চাণক্য খৃ:পূ: চতুৰ্থ শতিকা ৰাজনৈতিক দৰ্শন তেওঁক ভাৰতৰ ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিৰ ক্ষেত্ৰখনৰ অগ্ৰণী হিচাপে গণ্য কৰা হয়।
জৈমিনি খৃ:পূ: চতুৰ্থ শতিকা মীমাংসা মীমাংসা ধাৰাৰ প্ৰৱৰ্তক
মোগ্গলিপুত্ত-তিচ্চা খৃ:পূ: তৃতীয় শতিকা বৌদ্ধ ধৰ্ম
অভয়াৰ খৃ:পূ: তৃতীয় শতিকা সংগম যুগৰ কবি
ব’গাৰ খৃ:পূ: তৃতীয় শতিকা তামিলনাডুৰ ১৮টা বিখ্যাত সিদ্ধাৰৰ ভিতৰত অন্যতম
কোৰাক্কাৰ খৃ:পূ: তৃতীয় শতিকা তামিলনাডুৰ ১৮টা বিখ্যাত সিদ্ধাৰৰ ভিতৰত এজন
পতঞ্জলি খৃ:পূ: দ্বিতীয় শতিকা পাণিনীয় যোগ স্কুলৰ প্ৰৱৰ্তক
নাগসেনা খৃ:পূ: দ্বিতীয় শতিকা বৌদ্ধ ধৰ্ম
কাত্যায়ন খৃ:পূ: দ্বিতীয় শতিকা
বদৰায়ণ খৃ:পূ: দ্বিতীয় শতিকা বেদান্ত বদৰায়ণক বেদান্ত ব্যৱস্থাৰ মূল গ্ৰন্থ বেদান্তসূত্ৰ অৰ্থাৎ ব্ৰহ্মসূত্ৰ লিখা বুলি গণ্য কৰা হয়।
মনু খৃ:পূ: দ্বিতীয় শতিকা মনুস্মৃতিৰ লেখক
থিৰুভাল্লুৱাৰ খৃ:পূ: ১ম শতিকা
শবৰ খৃ: ১ম শতিকা মীমাংসা শবৰ-ভাষ্যম ৰচনা কৰিছিল, পূৰ্ব মীমাংসা সূত্ৰৰ টীকা মীমাংসাসূত্ৰ-ভাষা নামেৰেও জনাজাত[8]
লাকুলিছা প্ৰথম শতিকা পশুপাত শৈৱবাদ
অশ্বঘোষ প্ৰথম শতিকা বৌদ্ধ ধৰ্ম তেওঁক প্ৰথম সংস্কৃত নাট্যকাৰ বুলি বিশ্বাস কৰা হয়, আৰু কালিদাসৰ আগৰ ভাৰতীয় সৰ্বশ্ৰেষ্ঠ কবি বুলি গণ্য কৰা হয়।
গুণধৰ প্ৰথম শতিকা জৈন ধৰ্ম
সৰ্বজ্ঞ ৰামেশ্বৰ ৰাসেশ্বৰ
গোবিন্দ ভাগৱত ৰাসেশ্বৰ
বাৎসায়ন প্ৰথম শতিকা "কামসূত্ৰ"ৰ বাবে বিখ্যাত
নাগাৰ্জ্জুন দ্বিতীয় শতিকা[4] বৌদ্ধ ধৰ্ম মাধ্যমকাৰ প্ৰতিষ্ঠাত
কপিলাৰ দ্বিতীয় শতিকা
কুণ্ডকুণ্ডা দ্বিতীয় শতিকা জৈনধৰ্ম
উমাস্বতী দ্বিতীয় শতিকা জৈন ধৰ্ম তত্ত্বাৰ্থধিগম-সূত্ৰৰ ৰচক[8]
Samantabhadra 2nd century CE Jainism He was a proponent of the Jaina doctrine of Anekantavada.
Ilango Adigal 2nd century CE Jainism
Isvarakrsna 3rd century CE Samkhya
Aryadeva 3rd century CE Buddhism Aryadeva was a student of Nagarjuna and contributed significantly to the Madhyamaka
Asanga 4th century CE[4] Buddhism One of the founder of the Yogachara. He is known as one of the seventeen Nalanda masters.
Aviddhakarṇa Charvaka
Vasubandhu 4th century CE Buddhism one of the founder of the Yogachara .He is known as one of the seventeen Nalanda masters.
Dignāga 4th century CE Buddhism One of the Buddhist founders of Indian logic (hetu vidyā).
Pakṣilasvāmin Vātsyāyana 4th century CE Nyaya
Haribhadra 4th century CE Jainism
Pujyapada 5th century CE Jainism
Buddhaghosa 5th century CE Buddhism
Vatsyayana 5th century CE Nyaya
Kambalasvatara Charvaka
Bodhidharma 5th century CE Buddhism
Kamandaka 5th century CE Kautilyan(Chanakya)School of diplomacy
Bhartṛhari 5th century CE Paniniya
গুণভদ্ৰ 5th century CE Buddhism
Maticandra 5th century CE Samkhya
Siddhasena 5th century CE Jainism
Dharmakirti 6th century CE Buddhism He was also one of the primary theorists of Buddhist atomism
Prabhākara 6th century CE Mimansa Founder of Pravakar School
Prashastapada 6th century CE Vaisheshika
Bhāviveka 6th century CE Buddhism In Tibetan Buddhism Bhāviveka is regarded as the founder of the Svātantrika tradition of the Mādhyamaka school of Buddhism
Bodhiruci 6th century CE Buddhism
Bhavivikta 6th century CE Nyaya
Dharmapala 6th century CE Buddhism
Manikyanandi 6th century CE Jainism
Śīlabhadra 6th century CE Buddhism
Udyotakara 6th century CE Nyaya-Vaisheshika synthesis
Bhatta Narayana 6th century CE Buddhism
Purandara Charvaka
Sthiramati 6th century CE Buddhism
Paramartha 6th century CE Buddhism
Gaudapada 6th century CE Advaita
Buddhapālita 6th century CE Buddhism
Buddhapālita 6th century CE Buddhism
Kumārila Bhaṭṭa 7th century CE[7] Mimansa
Jinabhadra 7th century CE Jainism
Buddhaguhya 7th century CE Buddhism A key figure in Theravāda Buddhism and the author of the Visuddhimagga.[8]
Chandragomin 7th century CE Buddhism Chandragomin was a teacher at Nalanda Monastic University
Pushpadanta 7th century CE Jainism
Bhartṛprapañca 7th century CE Bhedabheda
Govinda Bhagavatpada 7th century CE Advaita He was the Guru of the Adi Shankara.
Rājāna 7th century CE Samkhya Wrote the longest commentary on Sankhya-Karika called Yukti-dīpikā, “Light on the arguments”
Bhutabali 7th century CE Jainism
Jayarāśi Bhaṭṭa 8th century CE Ajnana He is known for his radical skepticism
Kumudendu 8th century CE Jainism
Adi Shankara 8th century CE[4] Advaita He is credited by some with unifying and establishing the main currents of thought in Hinduism.
Totakacharya 8th century CE Advaita He was a disciple of Ādi Śaṅkara
Virasena 8th century CE Jainism
Śāntarakṣita 8th century CE Buddhism
Virūpa 8th century CE Buddhism
Acharya Vamana 8th century CE Vamana's investigation into the nature of a Kāvya is known as theory of Riti
Hastamalakacharya 8th century CE Advaita He was a disciple of Adi Shankara, Hastamalaka founded a matha by name Idayil Matham in Thrissur, Kerala
Jñānagarbha 8th century CE Buddhism
Padmapadacharya 8th century CE Advaita A follower of Adi Shankara
Vimalamitra 8th century CE Buddhism
Udbhatabhatta Charvaka
Maṇḍana Miśra 8th century CE Initially Mimansa, then Advaita
Nammalvar 8th century CE one of the twelve alvar saints
Ubaya Bharti 8th century CE Mimansa Wife of Maṇḍana Miśra, Famous for debate with Adi Sankara
Nimbarkacharya 8th century CE He founded Nimbarka Sampradaya, one of four main traditions of Hindu sect Vaishnavism
Śāntarakṣita 8th century CE Buddhism
Vidyananda 8th century CE Jainism
Śālikanātha 8th century CE Mimansa
Vajrabodhi 8th century CE Buddhism one of the eight patriarchs in Shingon Buddhism.
Aparajita 8th century CE Jainism He defended the practice of Digambara monks of being nude
Śubhakarasiṃha 8th century CE Buddhism one of the eight patriarchs in Shingon Buddhism.
Akalanka 8th century CE Jainism
Baladevācārya 8th century CE Father of Sridhara
Haribhadra 8th century CE Buddhism Disciple of Śāntarakṣita
Bhāskara 8th century CE Bhedabheda
Dharmottara 8th century CE Buddhism
Ravigupta 8th century CE Buddhism
Jayanta Bhatta 9th century CE Nyaya
Anandavardhana 9th century CE Ānandavardhana is credited with creating the dhvani theory.
Adikavi Pampa 9th century CE Jainism
Sridhara 9th century CE
Vācaspati Miśra 9th century CE Advaita
Vasugupta 9th century CE Pratyabhijna
Bhatta Kallata 9th century CE Pratyabhijna Pupil of Vasugupta
Gunabhadra 9th century CE Jainism He co-authored Mahapurana along with Jinasena.
Bhasavarajna 10th century CE Nyaya
Udayana 10th century CE Nyaya
Śaṅkaranandana 10th century CE Buddhism
Ratnavajra 10th century CE Buddhism
Utpaladeva 10th century CE Pratyabhijna
Laksmanagupta 10th century CE Pratyabhijna son and disciple of Utpaladeva, and teacher of Abhinavagupta
Abhinavagupta 10th century CE
Kshemaraja 10th century CE Pratyabhijna disciple of Abhinavagupta
Nemichandra 10th century CE Jainism
Nathamuni 10th century CE Vishishtadvaita
Somānanda 10th century CE Vishishtadvaita
Indrabhuti 10th century CE Buddhism
Yamunacharya 10th century CE Vishistadvaita
Amritchandra 10th century CE Jainism
Jñanasrimitra 11th century CE Buddhism
Mahapurna 11th century CE
Yadava Prakaasa 11th century CE Advaita One of the teachers of Ramanuja
Atīśa 11th century CE Buddhism
Ratnakīrti 11th century CE Buddhism
Jinamitra 11th century CE Jainism
Jnanasribadara 11th century CE Buddhism
Bhoja 11th century CE
Nimbarkacharya 11th century CE Dvaitadvaita
Prabhācandra 11th century CE Jainism
Basavanna (c. 1131–1167 CE) Lingayatism Socio-religious reforms, Anubhava Mantapa, Vachana literature
Avvaiyar 12th century CE Famous for collection of single-line quotations" Aathichoodi"
Pillai Lokacharya 12th century CE Vishishtadvaita
Vardhamana Upadhyaya 12th century CE Nyaya
Ramanuja 12th century CE Vishishtadvaita
Mamaidev 12th century CE
Basava 12th century CE Shaivism Founder of Lingayatism
Siddheshwar 12th century CE Shaivism
Parasara Bhattar 12th century CE Vishishtadvaita
Naropa 12th century CE Buddhism
Vedanta Desika 12th century CE Vishishtadvaita
Vidyaranya 12th century CE Advaita
Khana 12th century CE
Akka Mahadevi 12th century CE Shaivism
Hemachandra 12th century CE Jainism
Shri Harsha 12th century CE
Abhayakaragupta 12th century CE Buddhism
Jayaratha 12th century CE
Someshvara III 12th century CE
Madhvacharya 13th century CE Dwaita Considered the chief proponent of 'Dwaita'
Vimuktatman 13th century CE Advaita
Yādavaprakāśa 13th century CE Advaita
Dnyaneshwar 13th century CE Advaita
Akshobhya Tirtha 13th century CE Dwaita
Narahari Tirtha 13th century CE Dwaita
Meykandar 13th century CE Shaivism.
Chakradhar Swami 13th century CE Dwaita
Trivikrama Panditacharya 13th century CE Dwaita Disciple of Madhvacharya
Amalananda 13th century CE Advaita
বিষ্ণু তীৰ্থ ১৩শ শতিকা দ্বৈত মধ্বাচাৰ্যৰ ভাতৃ
প্ৰকাশাত্মন ১৩শ শতিকা অদ্বৈত
পদ্মনাভ তীৰ্থ ১৩শ শতিকা দ্বৈত মধ্বাচাৰ্যৰ শিষ্য
নাৰায়ণ পণ্ডিতাচাৰ্য ১৩শ শতিকা দ্বৈত
জয় তীৰ্থ ১৪শ শতিকা দ্বৈত হৰিদাস আন্দোলনৰ এগৰাকী প্ৰতিষ্ঠাতা হিচাপে গণ্য কৰা হয়
লাল্লা ১৪শ শতিকা প্ৰত্যভিজ্ঞ
মাধৱ তীৰ্থ ১৪শ শতিকা দ্বৈত ৩য় পূজাৰী মাধৱাচাৰ্য পীঠৰ
শ্ৰীপদৰাজ ১৪শ শতিকা দ্বৈত হৰিদাস আন্দোলনৰ এজন হিচাপে ধৰা হয়
কবীন্দ্ৰ তীৰ্থ ১৪শ শতিকা দ্বৈত
গংগেশ উপাধ্যায় ১৪শ শতিকা[7] ন্যায় তেওঁ নব্য-ন্যায়(নতুন ল’জিক) ধাৰা প্ৰতিষ্ঠা কৰিছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Category Archives: Indian Philosophy". ep.utm.edu. https://iep.utm.edu/category/traditions/indian/। আহৰণ কৰা হৈছে: 2021-05-04. 
  2. Watts, Alan (1975). Psychotherapy, East and West. Vintage Books. ISBN 0394716094. https://books.google.com/books?id=SmmyQgAACAAJ. 
  3. Walpola Rahula, Theravadin (1959). What the Buddha Taught. Oneworld Publications. ISBN 0-8021-3031-3. https://www.exoticindiaart.com/book/details/what-buddha-taught-NAS684/. 
  4. 4.0 4.1 4.2 4.3 4.4 Ben-Ami Scharfstein (1998), A comparative history of world philosophy: from the Upanishads to Kant, Albany: State University of New York Press, pp. 9-11
  5. Frits Staal (2008). Discovering the Vedas: Origins, Mantras, Rituals, Insights. Penguin Books. পৃষ্ঠা. 3. ISBN 978-0-14-309986-4. https://books.google.com/books?id=HcE23SjLX8sC&pg=PA3. , Quote: "Yajnavalkya, a Vedic sage, taught..."
  6. Patrick Olivelle (1998). Upaniṣads. Oxford University Press. পৃষ্ঠা. 3, 52–71. ISBN 978-0-19-283576-5. https://books.google.com/books?id=f9-2jV7sRuEC&pg=PA52. 
  7. 7.0 7.1 7.2 7.3 "Approximate Chronology of Indian Philosophers". Stanford Encyclopedia of Philosophy. https://plato.stanford.edu/entries/language-india/chronology.html। আহৰণ কৰা হৈছে: 2022-02-22. 
  8. 8.0 8.1 8.2 Adamson, Peter; Ganeri, Jonardon (2020). Classical Indian philosophy. A history of philosophy without any gaps. প্ৰকাশক Oxford: Oxford University Press. ISBN 978-0-19-885176-9. OCLC on1140164020. https://www.worldcat.org/title/on1140164020.