সমললৈ যাওক

ভাৰতী আচৰেকৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাৰতী আচৰেকৰ
জন্ম ১৫ অক্টোবৰ, ১৯৫৭ (৬৭ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৮০ - বৰ্তমান
পিতৃ-মাতৃ অমৰ বাৰ্মা (পিতৃ)
মাণিক বাৰ্মা (মাতৃ)


ভাৰতী আচৰেকৰ (ইংৰাজী: Bharati Achrekar; ১৫ অক্টোবৰ ১৯৫৭) এগৰাকী মাৰাঠী আৰু হিন্দী থিয়েটাৰ, চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী।[1] তেওঁ বহুকেইখন চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও দূৰদৰ্শন ধাৰাবাহিক ‘ৱাগলে কি দুনিয়াৰ মিচেছ ৱাগলে’ চৰিত্ৰটোত ৰূপায়ণ কৰি প্ৰখ্যাত হৈছিল।[2] পিছত তেওঁ ‘ৱাগলে কি- দুনিয়া – নয়ী পীড়ি নয়ে কিচ্ছে’ত ৰাধিকা ৱাগলেৰ চৰিত্ৰত অভিনয় কৰিছে।[3][4] তেওঁৰ পুত্ৰ সিদ্ধাৰ্থ আচৰেকৰে ভাৰতীয় ৰক-বেণ্ড কালাৰব্লাইণ্ডত ৰাম সম্পথৰ সৈতে লিড গীটাৰ বজাইছিল।

বাসু চেটাৰ্জী পৰিচালিত হিন্দী ছবি ‘অপনে পৰায়ে’ৰ জৰিয়তে ভাৰতীয়ে অভিনয়ত আত্মপ্ৰকাশ কৰে। এই ছবিখন ১৯১৭ চনৰ শৰৎ চন্দ্ৰ চেটাৰ্জীৰ দ্বাৰা ৰচিত বাংলা উপন্যাস নিস্কৃতিৰ আধাৰত নিৰ্মিত।[5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "बासु चटर्जी को याद करते हुए भारती आचरेकर ने कहा- 'फिल्ममेकिंग में था थिएटर का स्टाइल'" (hi ভাষাত). Dainik Jagran. https://www.jagran.com/entertainment/bollywood-vishesh-bharti-achrekar-share-an-interesting-bollywood-anecdote-about-basu-chatterjee-20351675.html। আহৰণ কৰা হৈছে: 12 July 2020. 
  2. "Bharti Achrekar makes a comeback - Times of India". The Times of India. http://timesofindia.indiatimes.com/tv/news/hindi/Bharti-Achrekar-makes-a-comeback/articleshow/11793701.cms. 
  3. "Everything about Wagle ki Duniya ― Nayi Peedhi Naye Kissey". https://indianexpress.com/article/entertainment/television/everything-we-know-about-wagle-ki-duniya-nayi-peedhi-naye-kissey-7170034/. 
  4. "Actress Bharati Achrekar feels family support is essential in the pandemic" (en ভাষাত). Tribuneindia News Service. Archived from the original on 8 October 2022. https://web.archive.org/web/20221008181624/https://www.tribuneindia.com/news/lifestyle/actress-bharati-achrekar-feels-family-support-is-essential-in-the-pandemic-265156। আহৰণ কৰা হৈছে: 11 February 2022. 
  5. "'Mard hoti toh collector hoti' — Basu Chatterjee's Apne Paraye is a study in family dynamics" (en-US ভাষাত). ThePrint. 16 January 2022. https://theprint.in/features/reel-take/mard-hoti-toh-collector-hoti-basu-chatterjees-apne-paraye-is-a-study-in-family-dynamics/804340/। আহৰণ কৰা হৈছে: 11 February 2022. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]