ভাৰতী ছিয়াল
অৱয়ব
ভাৰতী ছিয়াল | |
---|---|
![]() ২০১৯ চনত শ্বিয়াল | |
বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি | |
কাৰ্যকাল ২০২০ - ২০২৩ চন | |
ৰাষ্ট্ৰপতি | জগত প্ৰকাশ নদ্দা। |
সংসদৰ সদস্য, লোকসভা | |
কাৰ্যকাল ১৬ মে' ২০১৪ – জুন ২০২৪ | |
পূৰ্বসূৰী | ৰাজেন্দ্ৰসিংহ ৰাণা। |
উত্তৰসূৰী | নিমুবেন বাম্ভনীয়া। |
সমষ্টি | ভৱনগৰ |
গুজৰাট বিধানসভাৰ সদস্য। | |
কাৰ্যকাল ২০১২ চন – ২০১৪ চন | |
পূৰ্বসূৰী | ভৱনবেন মাকৱানা |
উত্তৰসূৰী | শিৱভাই গোহিল |
সমষ্টি | তালাজা |
ব্যক্তিগত তথ্য | |
জন্ম | ২৩ মাৰ্চ, ১৯৬৪ (৬১ বছৰ) ভৱনগৰ, গুজৰাট, ভাৰত |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি |
দাম্পত্যসঙ্গী | ডাঃ ধীৰুভাই বি শিয়াল |
সন্তান | ২ |
বাসস্থান | ভৱনগৰ, গুজৰাট। |
পেচা | চিকিৎসা প্ৰেকটিচনাৰ |
ৱেবছাইট | https://drbhartishyal.com |
১৪ ডিচেম্বৰ, ২০১৬ চন-ৰ তথ্য উৎস: [1] |
ভাৰতী ধীৰুভাই ছিয়াল (ইংৰাজী: Bharti Dhirubhai Shiyal)এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে গুজৰাটৰ ভৱনগৰৰ পৰা ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হৈছিল। ইয়াৰ পূৰ্বে ২০১২ চনত ভৱনগৰ জিলাৰ তালাজা[1]ৰ পৰা গুজৰাট বিধানসভালৈ নিৰ্বাচিত হৈছিল। পেছাত তেওঁ আয়ুৰ্বেদিক চিকিৎসক-পৰামৰ্শদাতা।[2] গুজৰাটৰ কলি সম্প্ৰদায়ৰ।[3] তেওঁ বিজেপিৰ এগৰাকী ৰাষ্ট্ৰীয় উপ-সভানেত্ৰী।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Talaja (Gujarat) Assembly Constituency Elections". Elections.in. https://www.elections.in/gujarat/assembly-constituencies/talaja.html। আহৰণ কৰা হৈছে: 10 July 2021.
- ↑ "Winning cure: BJP, Congress turn to doctors". The Times of India. 25 November 2012. http://timesofindia.indiatimes.com/home/specials/gujarat-assembly-elections/Winning-cure-BJP-Congress-turn-to-doctors/articleshow/17355919.cms। আহৰণ কৰা হৈছে: 10 July 2021.
- ↑ "BJP-Congress eye Koli votes to combat AAP in Bhavnagar Lok Sabha seat" (en ভাষাত). India Today. April 28, 2014. https://www.indiatoday.in/elections/gujarat/story/bhavnagar-lok-sabha-constituency-koli-community-aap-rajendrasinh-rana-190720-2014-04-28। আহৰণ কৰা হৈছে: 2021-01-20.
- ↑ "Bhavnagar MP now nat'l VP of BJP". The Times of India. 27 September 2000. https://timesofindia.indiatimes.com/city/ahmedabad/bhavnagar-mp-now-natl-vp-of-bjp/articleshow/78341667.cms। আহৰণ কৰা হৈছে: 10 July 2021.