সমললৈ যাওক

ভাৰতৰ ৰামচাৰ ক্ষেত্ৰসমূহৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভাৰতত বৰ্তমান ৮৫ টা ৰামচাৰ ক্ষেত্ৰ আছে। এইবোৰ ৰামচাৰ সন্মিলনৰ অধীনত "আন্তৰ্জাতিক গুৰুত্ব"ৰ আৰ্দ্ৰভূমি হিচাপে স্বীকৃতিপ্ৰাপ্ত। ১৯৭১ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে ইৰানৰ ৰামচৰ চহৰত অনুষ্ঠিত ‘ৰামচৰ সন্মিলন’ৰ যোগেদি বিশ্বজুৰি আৰ্দ্ৰভূমিসমূহৰ সংৰক্ষণৰ আইন প্ৰণয়ন কৰা হয়। ডব্লিউডব্লিউএফ-ইণ্ডিয়াৰ মতে, আৰ্দ্ৰভূমিসমূহ ভাৰতৰ আটাইতকৈ বেছি বিপদাপন্ন পৰিস্থিতি তন্ত্ৰ। অৰণ্য ধ্বংস, ভূমিৰ লৱণৰ পৰিমাণ বৃদ্ধি, অত্যধিক পানী জমা হোৱা, জল প্ৰদূষণ, আক্ৰমণ প্ৰজাতি, অত্যধিক বিকাশ আৰু পথ নিৰ্মাণে দেশৰ আৰ্দ্ৰভূমি ক্ষতিগ্ৰস্ত কৰিছে।[1] ২০২১ চনৰ আগষ্ট মাহলৈকে ভাৰতত ৪৬টা স্বীকৃতিপ্ৰাপ্ত ৰামচাৰ ক্ষেত্ৰ আছে।[2]

অৱস্থান

[সম্পাদনা কৰক]
ভাৰতৰ ৰামচাৰ ক্ষেত্ৰসমূহৰ তালিকা is located in India
ভাৰতৰ ৰামচাৰ ক্ষেত্ৰসমূহ

ক্ষেত্ৰসমূহ

[সম্পাদনা কৰক]

২০২১ চনৰ আগষ্ট মাহলৈকে ভাৰতত ৪৬ টা ৰামচাৰ ক্ষেত্ৰ আছে।[3][4][5]

ক্ৰমিক নং নাম[4] অৱস্থান অন্তৰ্ভূক্তি মাটিকালি;(কিঃমিঃ) আলোকচিত্ৰ
অষ্টমুদি হ্ৰদকেৰালা
8°57′N 76°35′E / 8.95°N 76.583°E / 8.95; 76.583 (Ashtamudi Wetland)
১৯ আগষ্ট ২০০২৬১৪
ব্যাস সংৰক্ষণ ৰিজাৰ্ভপঞ্জাব
31°23′N 75°11′E / 31.383°N 75.183°E / 31.383; 75.183 (Beas Conservation Reserve)
২৬ ছেপ্টেম্বৰ ২০১৯৬৪
ভিতৰকণিকা মেনগ্ৰোভওড়িশা
20°39′N 86°54′E / 20.65°N 86.9°E / 20.65; 86.9 (Bhitarkanika Mangroves)
১৯ আগষ্ট ২০০২৬৫০
ভুজ আৰ্দ্ৰভূমিমধ্য প্ৰদেশ
23°14′N 77°20′E / 23.233°N 77.333°E / 23.233; 77.333 (Bhoj Wetland)
১৯ আগষ্ট ২০০২৩২
চন্দ্ৰ তালহিমাচল প্ৰদেশ
32°29′N 77°36′E / 32.483°N 77.6°E / 32.483; 77.6 (Chandra Taal)
৮ নৱেম্বৰ ২০০৫০.৪৯
চিল্কা হ্ৰদওড়িশা১ অক্টোবৰ ১৯৮১১১৬৫
দীপৰ বিলঅসম১৯ আগষ্ট ২০০২৪০
পূব কলকাতা আৰ্দ্ৰভূমিপশ্চিম বংগ১৯ আগষ্ট ২০০২১২৫
হাৰিকে আৰ্দ্ৰভূমিপঞ্জাব২৩ মাৰ্চ ১৯৯০৪১
১০ হকেৰা আৰ্দ্ৰভূমিজম্মু আৰু কাশ্মীৰ৮ নৱেম্বৰ ২০০৫১৩.৭৫
১১ কাঞ্জ্লি আৰ্দ্ৰভূমিপঞ্জাব২২ জানুৱাৰী ২০০২১.৮৩
১২ কেওলাদেও ৰাষ্ট্ৰীয় উদ্যানৰাজস্থান১ অক্টোবৰ ১৯৮১২৮.৭৩
১৩ কেশ্ব'পুৰ-মিয়ানী সমূদায় ৰিজাৰ্ভ পঞ্জাব২৬ ছেপ্টেম্বৰ ২০১৯৩৪
১৪ কল্লেৰু হ্ৰদঅন্ধ্ৰ প্ৰদেশ১৯ আগষ্ট ২০০২৯০১[6]
১৫ লকটক হ্ৰদমণিপুৰ২৩ মাৰ্চ ১৯৯০২৬৬
১৬ নালসৰোবৰ পক্ষী অভয়াৰণ্যগুজৰাট২৪ ছেপ্টেম্বৰ ২০১২১২৩
১৭ নান্দুৰ মধমেশ্বৰ পক্ষী অভয়াৰণ্যমহাৰাষ্ট্ৰ২১ জুন ২০১৯১৪
১৮ নাংগল অভয়াৰণ্যপঞ্জাব২৬ ছেপ্টেম্বৰ ২০১৯
১৯ নৱাবগঞ্জ পক্ষী অভয়াৰণ্যউত্তৰ প্ৰদেশ১৯ ছেপ্টেম্বৰ ২০১৯
২০ পাৰ্বতী আৰগা পক্ষী অভয়াৰণ্যউত্তৰ প্ৰদেশ২ ডিচেম্বৰ ২০১৯
২১ পইণ্ট কেলিমিয়াৰ বন্যপ্ৰাণী আৰু পক্ষী অভয়াৰণ্যতামিলনাডু১৯ আগষ্ট ২০০২৩৮৫
২২ পং ডাম হ্ৰদহিমাচল প্ৰদেশ১৯ আগষ্ট ২০০২১৫৬.৬২
২৩ ৰেণুকা হ্ৰদহিমাচল প্ৰদেশ৮ নৱেম্বৰ ২০০৫০.২
২৪ ৰোপড় আৰ্দ্ৰভূমিপঞ্জাব২২ জানুৱাৰী ২০০২১৩.৬৫[7]
২৫ ৰুদ্ৰসাগৰ হ্ৰদত্ৰিপুৰা৮ নৱেম্বৰ ২০০৫২.৪
২৬ চমন পক্ষী অভয়াৰণ্যউত্তৰ প্ৰদেশ২ ডিচেম্বৰ ২০১৯
২৭ সমসপুৰ পক্ষী অভয়াৰণ্যউত্তৰ প্ৰদেশ৩ অক্টোবৰ ২০১৯
২৮ সাম্ভৰ হ্ৰদৰাজস্থান২৩ মাৰ্চ ১৯৯০২৪০
২৯ চান্দি পক্ষী অভয়াৰণ্যউত্তৰ প্ৰদেশ২৬ ছেপ্টেম্বৰ ২০১৯
৩০ সৰচাই নাৱাৰ ঝিলউত্তৰ প্ৰদেশ১৯ ছেপ্টেম্বৰ ২০১৯
৩১ সস্থামকট্টা হ্ৰদকেৰালা১৯ আগষ্ট ২০০২৩.৭৩
৩২ সুন্দৰবনপশ্চিম বংগ১ ফেব্ৰুৱাৰী ২০১৯৪২৩০
৩৩ মানসৰ হ্ৰদজম্মু আৰু কাশ্মীৰ৮ নৱেম্বৰ ২০০৫৩.৫[8]
৩৪ ছ' মৰিৰীলাডাখ১৯ আগষ্ট ২০০২১২০
৩৫ উজনি গংগা নদীউত্তৰ প্ৰদেশ৮ নৱেম্বৰ ২০০৫২৬৫.৯
৩৬ ভেমবান্দ-কল আৰ্দ্ৰভূমিকেৰালা১৯ আগষ্ট ২০০২১৫১২.৫
৩৭ উলাৰ হ্ৰদজম্মু আৰু কাশ্মীৰ২৩ মাৰ্চ ১৯৯০১৮৯
৩৮ আচান বেৰেজউত্তৰাখণ্ড২১ জুলাই ২০২০৪.৪৪
৩৯ কাবৰ হ্ৰদ পক্ষী অভয়াৰণ্যবিহাৰ২১ জুলাই ২০২০২৬.২
৪০ কিথাম হ্ৰদউত্তৰ প্ৰদেশ১৩ নৱেম্বৰ ২০২০৪.৩১
৪১ লোনাৰ হ্ৰদমহাৰাষ্ট্ৰ১৩ নৱেম্বৰ ২০২০৪.২৭
৪২ ছ' কাৰলাডাখ১৭ নৱেম্বৰ ২০২০৯৫.৭৭
৪৩ চুলতানপুৰ ৰাষ্ট্ৰীয় উদ্যানহাৰিয়ানা১৪ আগষ্ট ২০২১১৪২.৫
৪৪ ভিন্দাৱাছ অভয়াৰণ্যহাৰিয়ানা১৪ আগষ্ট ২০২১৪.১১
৪৫ থল হ্ৰদগুজৰাট১৪ আগষ্ট ২০২১৬.৯৯
৪৬ ৱাধবন আৰ্দ্ৰভূমিগুজৰাট১৪ আগষ্ট ২০২১১০.৩৮

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]