ভিক্টোৰিয়া ঝড্ৰক
| ভিক্টোৰিয়া ঝড্ৰক | |
|---|---|
২০০৮ চনত ঝড্ৰক | |
| জন্ম | ৩ মাৰ্চ, ১৯৭৩ (৫২ বছৰ) কিয়ভ, ইউক্ৰেইনৰ ছোভিয়েট সমাজবাদী গণৰাজ্য |
| অন্য নাম |
|
| শিক্ষানুষ্ঠান |
|
| দাম্পত্যসঙ্গী |
|
ভিক্টোৰিয়া ঝড্ৰক উইলছন[1] (জন্ম ৩ মাৰ্চ, ১৯৭৩) এগৰাকী আমেৰিকান পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী, লেখিকা আৰু মডেল। ১৯৯৪ চনৰ অক্টোবৰ মাহত তেওঁ প্লেবয়ৰ প্লেমেট আছিল। ২০০২ চনৰ জুন মাহত তেওঁ পেণ্টহাউছ আলোচনীৰ পেট অৱ দ্য মান্থ হিচাপে পৰিগণিত হয়, পিছলৈ তেওঁলোকৰ ২০০৪ চনৰ পেণ্টহাউছ পেট অৱ দ্য ইয়েৰ হিচাপে নিৰ্বাচিত হয়। ঝড্ৰক এজন নন-প্ৰেকটিচিং এটৰ্নী, এজন ক্লিনিকেল চাইক'লজিষ্ট আৰু চেক্স থেৰাপিষ্টো।
প্ৰাথমিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]ঝড্ৰকৰ জন্ম হৈছিল ১৯৭৩ চনৰ ৩ মাৰ্চ তাৰিখে,[2] তেতিয়াৰ ইউক্ৰেইনৰ ছোভিয়েট সমাজবাদী গণৰাজ্যৰ ৰাজধানী কিয়ভত।[3] আমেৰিকালৈ প্ৰব্ৰজন কৰাৰ পিছত ঝড্ৰকে ৱেষ্ট চেষ্টাৰ বিশ্ববিদ্যালয়ত স্নাতক অধ্যয়ন কৰে, ভিলানোভা ইউনিভাৰ্চিটি স্কুল অৱ ল'ৰ পৰা জেডি লাভ কৰে আৰু পি.এইচ.ডি. ড্ৰেক্সেল বিশ্ববিদ্যালয়ৰ পৰা মনোবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।[4]
মডেলিং কেৰিয়াৰ
[সম্পাদনা কৰক]১৯৯৪ চনৰ আগষ্ট মাহত ঝড্ৰকক ফিলাডেলফিয়াৰ "বেষ্ট বিউটি"ৰ মুকুট পিন্ধোৱা হয়। একেই বছৰৰে অক্টোবৰ মাহত তেওঁ ভিক্ট'ৰিয়া নিকা ঝড্ৰক হিচাপে প্লেবয় চেণ্টাৰফল্ড হৈ পৰিল।[4][3]
ঝড্ৰকে পেণ্টহাউচত তেওঁলোকৰ জুন ২০০২ চনৰ পেট অৱ দ্য মান্থ হিচাপে অভিনয় কৰিছিল। তেওঁ ২০০৪ চনত পেণ্টহাউচ পেট অৱ দ্য ইয়েৰ হিচাপে নিৰ্বাচিত হয়।[4] লিন থমাছৰ পিছত তেওঁ দ্বিতীয় চেণ্টাৰফল্ড যিয়ে প্লেবয় প্লেমেট আৰু পেণ্টহাউচ দুয়োটাতে পেট হিচাপে স্থান লাভ কৰে।
ফিল্মোগ্ৰাফী
[সম্পাদনা কৰক]- ২০০৯ – গাইট টু গ্ৰেট ছেক্স
- ২০০৭ – বেষ্ট অৱ ফেচচিটিং POV 3
- ২০০৬ – এচেচ অৱ ফেচ ডেচ্ট্ৰাকচন
- ২০০৬ – ছ'ল'ইৰ'টিকা ৯
- ২০০৫ – ফ'ৰ ইয়ৰ এচ ওনলি
- ২০০৫ – Assturbators 2
- ২০০৫ – থ্ৰীচ কাম্পেনি
- ২০০৪ – লেচবিয়ান ইন লাষ্ট
- ২০০৪ – ডাৰ্ক ছাইড
- ২০০৩ – টেম্পাৰেচন (প্ৰলোভন)
- ২০০৩ – ছ'ল'ইৰ'টিকা ৪
- ২০০২ – Bare-Skinned Captives
- ২০০০ – চেণ্টাৰফল্ড ক'ডছ: গাৰ্লফ্ৰেণ্ড — বেপা
- ১৯৯৮ – Satin Smoke
- ১৯৯৮ – ষ্টাৰ অৱ জয়পুৰ
কিতাপ
[সম্পাদনা কৰক]যৌনতাৰ ওপৰত ঝড্ৰকে কেইবাখনো কিতাপ লিখিছে, যাৰ ভিতৰত আছে দ্য এনাটমী অৱ প্লেজাৰ আৰু ড° জেড অন স্ক'ৰিং: হাউ টু পিক আপ, চেডুচ এণ্ড হুক আপ উইথ হট ৱিমেন।[5][2]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Victoria Zdrok সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Victoria Zdrok সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Wilson, Victoria Zdrok; Wilson, John (2011). The 30-Day Sex Solution: How to Build Intimacy, Enhance your Sex Life, and Strengthen Your Relationship on One Month's Time. প্ৰকাশক New York: Adams Media. ISBN 978-1-6055-0680-7.[পৃষ্ঠা নং প্ৰয়োজন]
- ↑ 2.0 2.1 "Zdrok, Victoria Alexandrovna, 1973-". প্ৰকাশক Washington, D.C.: Library of Congress; Linked Data Service; LC Name Authority File (LCNAF). https://id.loc.gov/authorities/names/n2007041953.html। আহৰণ কৰা হৈছে: May 16, 2025.
- ↑ 3.0 3.1 "From Russia, With Brains". Playboy খণ্ড 41 (10): 94–105. October 1994. ISSN 0032-1478. https://archive.org/details/playboy-2019-fall/1994/PLAYBOY%201994%2010/page/n109/mode/1up?view=theater.
- ↑ 4.0 4.1 4.2 Gross, Dan (January 17, 2008). "Ex-Playmate wrote the book". The Philadelphia Inquirer. ISSN 0885-6613. https://www.inquirer.com/philly/entertainment/celebrities/20080117_Dan_Gross__Ex-Playmate_wrote_the_book.html.
- ↑ Zdrok, Victoria (2008). Dr. Z on Scoring: How to Pick Up, Seduce and Hook Up with Hot Women. প্ৰকাশক New York: Simon & Schuster. পৃষ্ঠা. 350. ISBN 978-1-4165-5155-3. https://archive.org/details/drzonscoringhowt00zdro/page/350/mode/1up?view=theater.