সমললৈ যাওক

ভীলী ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভীলী
भीली, ભીલી

দেৱনাগৰী লিপিত লিখা “ভীলী” শব্দ
থলুৱা অঞ্চল ভাৰত
অঞ্চল ভিল প্ৰদেশ (দাদৰা আৰু নগৰ হাভেলী আৰু দামন আৰু দিউ, মধ্য প্ৰদেশ, গুজৰাট, ৰাজস্থান, মহাৰাষ্ট্ৰ)
জাতীয়তা ভিল জনগোষ্ঠী
স্থানীয় ভাষিক
[1]
ভাষা পৰিয়াল
লিখন প্ৰণালী দেবনাগৰী লিপি, গুজৰাটী লিপি[2]
ভাষা সংকেত
ISO 639-3 Variously:
bhb  ভীলী (ভাগোৰিয়া, ভিলবোলী, পাটেলিয়া)
gas  আদিবাসী গৰাসিয়া
gra  ৰাজপুত গৰাসিয়া (ডুঙৰি)
গ্লোটোলগ bhil1251  ভীলী[3]
rajp1235  ৰাজপুত গৰাসিয়া[4]
adiw1235  আদিবাসী গৰাসিয়া[5]
২০১১ চনত ভাৰতৰ জিলাভিত্তিক ভীলী ভাষাভাষীৰ শতাংশ

ভীলী (भीली, ભીલી) হৈছে পশ্চিম-মধ্য ভাৰতৰাজস্থান, গুজৰাট, মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশ ৰাজ্যত কথিত এটা পশ্চিম ইণ্ডো-আৰ্য ভাষা[6] এই ভাষাটোৰ আন নামসমূহৰ ভিতৰত ভিলবোলী অন্তৰ্ভুক্ত, আৰু ভীলী ভাষাৰ কেইবাটাও ৰূপক গৰাসিয়া বুলি কোৱা হয়। ভীলী হৈছে ভিল ভাষাসমূহৰ এটা সদস্য, যিসমূহ গুজৰাটী ভাষা আৰু ৰাজস্থানী ভাষাৰ সৈতে ঘনিষ্ঠভাৱে সম্পৰ্কিত। এই ভাষাটো সাধাৰণতে দেৱনাগৰী লিপি ব্যৱহাৰ কৰি লিখা হয়। ভীলী ভাষাৰ ভাৰতত কোনো চৰকাৰী মৰ্যাদা নাই।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Statement 1: Abstract of speakers' strength of languages and mother tongues - 2011". Office of the Registrar General & Census Commissioner, Indiawww.censusindia.gov.in. http://www.censusindia.gov.in/2011Census/Language_MTs.html আহৰণ কৰা হৈছে: 2018-07-07.
  2. "ScriptSource - Bhili". http://scriptsource.org/cms/scripts/page.php?item_id=language_detail&key=bhb আহৰণ কৰা হৈছে: 2017-02-13.
  3. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "ভীলী". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/bhil1251.
  4. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "ৰাজপুত গৰাসিয়া". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/rajp1235.
  5. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "আদিবাসী গৰাসিয়া". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/adiw1235.
  6. Ishtiaq, M. (1999). Language Shifts Among the Scheduled Tribes in India, A Geographical Study. প্ৰকাশক Delhi: Motilal Banarsidass Publishers. ISBN 9788120816176. https://books.google.com/books?id=fkIgsfb95rAC.