সমললৈ যাওক

ভূপেন শৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভূপেন শৰ্মা
জন্ম ১৭ ছেপ্টেম্বৰ, ১৯৫৩ (৭২ বছৰ)
পেচা সাহিত্যিক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা স্নাতকোত্তৰ
উল্লেখনীয় কৰ্মৰাজি উপন্যাস, গল্প

ভূপেন শৰ্মা (ইংৰাজী: Bhupen Sharma) এজন বিশিষ্ট ঔপন্যাসিক আৰু গল্পকাৰ। জীৱন আৰু জগতৰ প্ৰতি সজীৱ সঁহাৰিৰে চিৰন্তন প্ৰমূল্য আৰু মানৱতাৰ অনুসন্ধানেই ভূপেন শৰ্মাৰ প্ৰধান বক্তব্য। ১৯৭৪ চনত সাহিত্য প্ৰকাশে আয়োজন কৰা উপন্যাস প্ৰতিযোগিতাত উড্ডীন উত্তৰীয় নামৰ উপন্যাসখন শ্ৰেষ্ঠ বিবেচিত হৈছিল।[1]

১৯৫৩ চনৰ ১৭ চেপ্তেম্বৰত ভূপেন শৰ্মাৰ জন্ম হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

ৰচনাসমূহ

[সম্পাদনা কৰক]

গল্প সংকলন

[সম্পাদনা কৰক]
  • ভোগ আৰু শ (১৯৯৭)
  • প্ৰেয় প্ৰতিভাসিক (১৯৯৮)

উপন্যাস

[সম্পাদনা কৰক]
  • উড্ডীন উত্তৰীয়
  • কাঠৰ ঘোঁৰা (১৯৭৮)
  • খাদু মাঈনছিৰা আৰু সময়ৰ চিতা‌-উৎস (১৯৯৩)
  • পুণ্য প্ৰয়াগ

সম্পাদিত গ্ৰন্থ

[সম্পাদনা কৰক]
  • দিনেশ শৰ্মাৰ নিৰ্বাচিত গল্প (২০০৫)
  • তবিউল হুছেইনৰ নিৰ্বাচিত ৰসোত্তীৰ্ণ
  • ৰচনা সম্ভাৰ (২০০৫)

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. কথা বৰণ্যে ১০০, শোণিত বিজয় দাস, মুনীন বায়ন, গুৱাহাটী: কথা প্ৰকাশন, পৃষ্ঠা - ২৫৩