ভূমি (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। ভূমি শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে:

  • − পানীৰে ঢাকি নৰখা পৃথিৱীৰ শুকান পৃষ্ঠভাগ
  • − প্ৰকৃতিৰ পৰা পোৱা সকলো ধৰণৰ সম্পদকে অৰ্থবিজ্ঞানত 'ভুমি' বুলি কোৱা হয়।
  • − ত্ৰিভুজৰ ভূমি
  • − সংখ্যা প্ৰণালী এটাক তথা গণনা প্ৰণালীক প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা এটা একক সংখ্যা।
  • - পৃথিৱী মাতৃক প্ৰতিনিধিত্ব কৰা হিন্দু দেৱী৷