ভৈৰৱী ঠাট
অৱয়ব
| হিন্দুস্তানী ধ্ৰুপদী সংগীত | |||||||
|---|---|---|---|---|---|---|---|
| ধাৰণা | |||||||
| প্ৰকাৰ | |||||||
|
|||||||
| ঠাট | |||||||
| অলংকাৰ | |||||||
| বাদ্যযন্ত্ৰ | |||||||
|
|||||||

ভৈৰৱী হৈছে ভাৰতীয় উপমহাদেশৰ হিন্দুঃস্থানী সংগীতৰ দহটা মৌলিক ঠাটৰ ভিতৰত এটা। ইয়াক এই ঠাটৰ ভিতৰত এটা ৰাগৰ নাম হিচাপেও জনা যায়।[1]
বিৱৰণ
[সম্পাদনা কৰক]ভৈৰৱী সকলো কোমল স্বৰ, ঋষভ, গান্ধাৰ, ধৈৱত, নিষাদ ব্যৱহাৰ কৰে। ভৈৰৱী ৰাগত সংৰচনা গাঁৱতে গায়কসকলে ১২টা স্বৰ ব্যৱহাৰ কৰাৰ স্বাধীনতা লয়। ভৈৰৱী ৰাগৰ নাম শক্তি বা বিশ্ব জীৱন শক্তিৰ নাৰীসুলভ দিশৰপৰা আহিছে, যাক শিৱ (ভৈৰৱ)ৰ সংগীনি হিচাপে ব্যক্তিগতভাৱে প্ৰকাশ কৰা হয়।
ৰাগসমূহ
[সম্পাদনা কৰক]ভৈৰৱী ঠাটৰ অন্তৰ্গত ৰাগসমূহৰ ভিতৰত আছে:
উল্লেখ
[সম্পাদনা কৰক]- ↑ Bor, Joep; Rao, Suvarnalata (1999) (en ভাষাত). The Raga Guide: A Survey of 74 Hindustani Ragas. Nimbus Records with Rotterdam Conservatory of Music. পৃষ্ঠা. 3. ISBN 9780954397609. https://books.google.com/books?id=jCnoMgEACAAJ.