ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১২-১৩)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
# থিয়েটাৰ (প্ৰযোজক) নাটক নাট্যকাৰ অভিনয়ত
বৃন্দাৱন থিয়েটাৰ
(গণেশ ৰায় মেধি (বংকিম))
ময়ূৰী তোমাক ভাল পাওঁ অভিজিত ভট্টাচাৰ্য প্ৰসেনজিৎ, মুনমী ফুকন,
চিন্ময় কটকী, চম্পক শৰ্মা,
কল্পনা শৰ্মা আদি[1][2]
জবাব চম্পক শৰ্মা
অঞ্জলি অভিজিত ভট্টাচাৰ্য
থিয়েটাৰ ভাগ্যদেৱী
(সুবোধ মজুমদাৰ)
দুচকু অভিজিত ভট্টাচাৰ্য যতীন বৰা, সংগীতা ডেকা,
সঞ্জীৱ শৰ্মা, বিনয় ডেকা,
শ্ৰীমন্ত মাধৱ দত্ত, দেৱজিত শৰ্মা,
গুঞ্জন চৌধুৰী, ৰুবুল কলিতা,
অৰ্চনা পূজাৰী, মুনু শইকীয়া আদি[3]
জোনাক মুনিন বৰুৱা
মৰম এজাক ধুমুহা অভিজিত ভট্টাচাৰ্য
শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰ
(বিশ্ব শইকীয়া)
চিত্ৰহাৰৰ মধুবালা
(পৰিচালনাঃ প্ৰদীপ নিশিথ)
প্ৰদীপ নিশিথ মমী ডেকা, প্ৰদীপ নিশিথ,
অৰুণ হাজৰিকা, জেফি বক্সী
গজেন চৌধুৰী, গুণেন বৰা,
পল্লৱী বৰা, জুলি শইকীয়া,
মনজ্যোৎস্না, গীতাৱলী বৰা, আদি[4]
এখনি নীলা চাদৰ
(পৰিচালনাঃ ৰাজেশ ভূঞা)
সমৰেন্দ্ৰ্ বৰ্মন
লটকণৰ লটি-ঘটি সেৱাব্ৰত বৰুৱা
আৱাহন থিয়েটাৰ
(কৃষ্ণ ৰয়)
তেজ অভিজিৎ ভট্টাচাৰ্য ৰবি শৰ্মা, মৈত্ৰেয়ী প্ৰিয়দৰ্শিনী,
ভূপেন ডেকা, অৰুণ বৰা,
অভিজিৎ গোস্বামী, চন্দন বৰা,
জোনালী দেৱী, নীলিমা ডেকা,
পপী শৰ্মা আদি[2]
প্ৰশান্ত ফুকনৰ প্ৰেমপত্ৰ অভিজিৎ ভট্টাচাৰ্য
গৃহযুদ্ধ' মুনিন বৰুৱা
কহিনুৰ থিয়েটাৰ
(ৰতন লহকৰ)
হিয়াত এপাহি গোলাপ অভিজিৎ ভট্টাচাৰ্য তপন দাস, আঙুৰলতা,
ধৰ্মেন্দ্ৰ নাথ, দুলুমনি ডেকা,
হীৰেন মেধি, দীপক তালুকদাৰ,
তুষাৰ প্ৰীতম, জিতু ডেকা,
ৰাজশ্ৰী বৰা, গিৰিজা শৰ্মা,
নৱ দত্ত, পংকজ বৰা,
ৰঞ্জুশ্ৰী বৰা আদি[2]
এৰাবাটৰ সুৰ অভিজিৎ ভট্টাচাৰ্য
জেদ অভিজিত ভট্টাচাৰ্য
সেন্দূৰ হেমন্ত দত্ত
ৰাজতিলক থিয়েটাৰ
(দুলুমনি দাস, পৃষ্ঠপোষক: সুশান্ত বিশ্ব শৰ্মা)
সপোনৰ শেষ নাই নিৰ্মল দাস মৃদুল ভূঞা, বৰষাৰাণী বিষয়া,
দ্বিপেন ভূঞা, উৎপল ঠাকুৰীয়া,
দীপক কলিতা, বন্দনা ডেকা,
মুকিব আহমেদ, সত্যব্ৰত বৰুৱা,
মনোজ সাউদ, নিৰঞ্জন দাস,
গীতাঞ্জলি বৰা আদি[2]
ৰণহুংকাৰ অভিজিৎ ভট্টাচাৰ্য
মাজনীৰ মনৰ মানুহ অভিজিৎ ভট্টাচাৰ্য
প্ৰাগজ্যোতিষ থিয়েটাৰ
(দীপ দাস)
গ্লেমাৰ অৱতাৰ সিং অৰুণ বেজবৰুৱা, অশ্বিনী বৰুৱা,
প্ৰদীপ বৰা, তপন শইকীয়া,
ফ্ৰেংকি, পল ফুকন,
অংকিতা আদি[2]
তোমাৰ প্ৰেমৰ শপত সমৰেন্দ্ৰ বৰ্মন
মই আৰু মোৰ ঐশ্চৰ্য ৰায় অভিজিৎ ভট্টাচাৰ্য
অমৰাৱতী থিয়েটাৰ
(ৰবীন তালুকদাৰ)
ৰং কিনিবা কোনে সেৱাব্ৰত বৰুৱা ভৱেশ বৰুৱা, তাৰক দাস,
দ্বিপন ভৰালী, দুলাল শৰ্মা,
পুলক শৰ্মা, অলকেশপ্ৰাণ মহন্ত,
ভ্ৰান্তি, মধুস্মিতা আদি[2]
অহংকাৰ সমৰেন্দ্ৰ বৰ্মন
ভীষ্ম অভিজিৎ ভট্টাচাৰ্য
ইতিহাস থিয়েটাৰ
(ফণীধৰ তালুকদাৰ)
ৰাজনীতি সমৰেন্দ্ৰ বৰ্মন ৰাজীৱ গোস্বামী, কবিতা চুতীয়া,
দীপ বৈশ্য, যোগেশ কাশ্যপ,
নিৰ্মল দত্ত, ৰাগ ঐনিতম,
চন্দনা শৰ্মা আদি[2]
দাদা সেৱাব্ৰত বৰুৱা
বীৰ সমৰেন্দ্ৰ বৰ্মন
১০ হেঙুল থিয়েটাৰ
(সংকল্পজিৎ হাজৰিকা)
বাৰমাহ বাৰদিন নিৰঞ্জন পৰাশৰ প্ৰস্তুতি পৰাশৰ, বিপুল বৰা,
আলোকজ্যোতি, ভাস্কৰ তামুলী,
যতীনজিৎ বৰুৱা, ৰেখা লাহন,
পাপৰি, ৰাজকুমাৰ আদি[2]
অস্ত্ৰ মুনিন বৰুৱা
বিজয়া দশমী অভিজিৎ ভট্টাচাৰ্য
১১ বৰদৈচিলা থিয়েটাৰ
(নজৰুল ইছলাম)
ধেমলিতে ধুমুহা শ্যামসুন্দৰ জালান আকাশদ্বীপ, বিৰাজবল্লভ,
মুহি বৰা, কৃষ্ণমণি নাথ,
প্ৰণৱ শৰ্মা, অমৰ মোক্তাব,
ভাস্কৰ বৰ্মন, ঋতুৰাজ,
ৰাজদ্বীপ, নিশা কাশ্যপ,
ননী দেৱী, কণিকা বৰ্মন,
প্ৰিয়া কাশ্যপ আদি[2]
দখল-২ সেৱাব্ৰত বৰুৱা
মৃত্যু তোমাক চালাম অভিজিৎ ভট্টাচাৰ্য
১২ থিয়েটাৰ সূৰুয
(মনোজ বৰগোহাঞি)
মনে বিচাৰে কইনা অৱতাৰ সিং জিতু গগৈ, মাচুম শইকীয়া,
ৰাতুল বড়া, হেমন্ত হাজৰিকা,
দ্বিপেন বৰুৱা, কল্যাণ চমুৱা,
নন্দেশ্বৰ কলিতা, বিজু বৰা,
মিছ বিস্মিতা, কাকলি আদি[5]
অজলাৰ বিয়াৰ উৰুলি দিলীপ বৰা
প্ৰশান্ত সাগৰ নীলমণি দত্ত
মোক স্বামী নালাগে ভৱেন বৰুৱা

লগতে চাওক[সম্পাদনা কৰক]

২০১১ বৰ্ষৰ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ত্ৰিকোণ প্ৰেমৰ কাহিনীৰে বৃন্দাবনত 'ময়ূৰী তোমাক ভাল পাওঁ', চিত্ৰবাণী পৃষ্ঠা, আমাৰ অসম, ১৬ মে, ২০১২
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 2.8 মণ্টু শইকীয়া, ৫০ বছৰত ভ্ৰাম্যমাণ থিয়েটাৰ, পূৰ্বাচল, 'আমাৰ অসম' কাকতৰ দেওবৰীয়া আলোচনী, ১২ আগষ্ট, ২০১২
  3. মনোৰঞ্জন কলিতা, অভিজিতৰ 'দুচকু'ক লৈ থিয়েটাৰ ভাগ্যদেৱীৰ বিশেষ আয়োজন, সাপ্তাহান্তিক, আমাৰ অসমৰ পৰিপূৰিকা, ১৯ মে, ২০১২
  4. বিপ্লৱ চেতিয়া, শংকৰদেৱত 'চিত্ৰহাৰৰ মধুবালা', সাপ্তাহান্তিক, আমাৰ অসমৰ পৰিপূৰিকা, ২৮ জুলাই, ২০১২
  5. মনোজ মাধৱ, ২৭ আগষ্টত 'সূৰুয'ৰ যাত্ৰাৰ শুভাৰম্ভ, সাপ্তাহান্তিক, 'আমাৰ অসম' কাকতৰ শনিবৰীয়া পৰিপূৰিকা, ২৫ আগষ্ট, ২০১২