মই ইয়াত তুমি তাত
অৱয়ব
"মই ইয়াাত তুুুুমি তাত" কবি কুন্তলা কল্যাণী সন্দিকৈৰ দ্বিতীয় কাব্যগ্ৰন্থ | গ্ৰন্থখন প্ৰকাশ পাইছিল ২০২১ চনৰ ডিচেম্বৰ মাহত |
উদ্ধৃতি
[সম্পাদনা কৰক]১. "অনভিজ্ঞ কিশোৰৰ দৰে আঁকোৰ-গোঁজ হৈ কৈ উঠোঁ --
অকলেই চলাম বাঢ়নী পানীত জীৱনৰ নাও |"
২. "বিদায় বেলা আকৰ্ষণ তীব্ৰতৰ হোৱাটো স্বাভাৱিক"
৩. "আচম্বিতে বৰ দ্ৰুত লয়ত শেষ হৈ গ'ল সুখৰ আয়ুস |"
৪. "তুমি আহিবা, জিৰাবা,
মোৰ সাগ্ৰহ আতিথ্যত কৰ্পূৰ হৈ উৰি যাব
আমাৰ দীৰ্ঘ বিচ্ছেদৰ ক্লান্তি,"
তথ্যসূত্ৰ
[সম্পাদনা কৰক][1] সন্দিকৈ, কুুুুুুুন্তলা কল্যাণী (ডিচেম্বৰ, ২০২১), মই ইয়াত তুুুুমি তাত, সংস্কৃতি প্ৰকাশন, পৃৃৃৃষ্ঠা নং ৯, ১৩, ২৫, ২৭
- ↑ লেখকৰ উপাধি, লেখকৰ নাম (প্ৰকাশৰ মাহ, চন). কিতাপখনৰ নাম. প্ৰকাশনৰ নাম আৰু ঠিকনা. পৃষ্ঠা. পৃষ্ঠা নং.