মঙলদৈ মহাবিদ্যালয়
অৱয়ব
মঙলদৈ মহাবিদ্যালয় | |
---|---|
মঙলদৈ কলেজ | |
মূলমন্ত্ৰ | TOMOSO MA JYOTIRGAMAYA |
ইংৰাজীত মূলমন্ত্ৰ | "From darkness, lead me to light" |
স্থাপিত | ১৯৫১ |
ধৰণ | ৰাজহুৱা খণ্ড |
ধৰ্মীয় ভুক্তি | গুৱাহাটী বিশ্ববিদ্যালয় |
সভাপতি | জয়কান্ত চহৰীয়া |
অধ্যক্ষ | ড° কমলা কান্ত বৰা |
Visitor | বসন্ত দাস |
শৈক্ষিক কৰ্মচাৰী | ৬৫ |
প্ৰশাসনিক কৰ্মচাৰী | ১৩ |
আন শিক্ষাৰ্থী | National Cadet Corps (India) |
স্থান | মঙলদৈ, অসম, ভাৰত |
ৱেবছাইট | www |
১৯৫১ চনত স্থাপিত মঙলদৈ মহাবিদ্যালয় অসমৰ দৰং জিলাৰ মঙলদৈত অৱস্থিত এখন উল্লেখযোগ্য স্নাতক শিক্ষাৰ মহাবিদ্যালয়। এই মহাবিদ্যায়খন ১৯৫১ চনত তদানীন্তন মহকুমা বিষয়া প্ৰয়াত অমিয় ভূষণ দাসগুপ্ত আৰু জিলাখনৰ বহু আগশাৰীৰ নাগৰিকৰ অগ্ৰণী প্ৰচেষ্টাত প্ৰতিষ্ঠা হৈছিল। এই ব্যক্তিসকলৰ প্ৰেৰণাৰ মূল উৎস আছিল জিলাখনত উচ্চ শিক্ষাৰ প্ৰসাৰৰ বাবে জনসাধাৰণৰ ইচ্ছাক বাস্তৱ ৰূপ দিয়া। মঙলদৈ হাবিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1]
বিভাগসমূহ
[সম্পাদনা কৰক]বিজ্ঞান
[সম্পাদনা কৰক]- পদাৰ্থ বিজ্ঞান
- গণিত
- ৰসায়ন বিজ্ঞান
- পৰিসংখ্যা
- কম্পিউটাৰ বিজ্ঞান
- উদ্ভিদ বিজ্ঞান
- প্ৰাণীবিজ্ঞান
কলা
[সম্পাদনা কৰক]- ভূগোল
- অসমীয়া
- ইংৰাজী
- বডো
- সংস্কৃত
- আৰবী
- শিক্ষা
- অৰ্থনীতি
- দৰ্শন
- ৰাজনীতি বিজ্ঞান
- ইতিহাস
বৃত্তিগত স্নাতক পাঠ্যক্ৰম
[সম্পাদনা কৰক]- চিকিৎসা পৰীক্ষাগাৰ আৰু আণৱিক নিদান প্ৰযুক্তি (ML&MDT)
- খাদ্য প্ৰক্ৰিয়াকৰণ প্ৰযুক্তি[2]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "About Mangaldai College". প্ৰকাশক Mangaldai: Mangaldai Collegemangaldaicollege.org. https://www.mangaldaicollege.org/about.php। আহৰণ কৰা হৈছে: 2025-04-16.
- ↑ "Departments". Mangaldai Collegemangaldaicollege.org. https://www.mangaldaicollege.org/alldepartments.php। আহৰণ কৰা হৈছে: 2025-04-16.