মঙহ দহাৰ গোন্ধ (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(মঙহ দহাৰ গোন্ধৰ পৰা পুনঃনিৰ্দেশিত)
মঙহ দহাৰ গোন্ধ
পৰিচালক মৃণাল ডেকা
কাহিনী মানস ছাগ্ৰা
প্ৰযোজক আৰতি ৰীলছ
দেশ ভাৰত
ভাষা অসমীয়া

মঙহ দহাৰ গোন্ধ (ইংৰাজী: Mongoh Dohar Gondh) হ’ল এখন অসমীয়া ছুটি ছবি। ছবিখন পৰিচালনা কৰিছে মৃণাল ডেকাই। ছবিখনে ত্ৰয়োদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ চুটি ছবিৰ শিতানত তৃতীয় পুৰস্কাৰ লাভ কৰিছিল। কথাছবিখন একাদশ দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱ ২০২১-লৈও নিৰ্বাচিত হৈছিল।[1][2]

মুক্তি[সম্পাদনা কৰক]

ছবিখনে এমএক্স প্লেয়াৰত মুক্তি লাভ কৰিছে।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]