সমললৈ যাওক

মছনবী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মছনবী, ১৪৯০ চনৰ এটা কেলিগ্ৰাফিক নমুনা, মেভলানা মিউজিয়াম, কনিয়া, তুৰ্কী

মছনবী (ইংৰাজী: Masnavi; পাৰ্চী: مثنوی معنوی) হৈছে ৰুমিয়ে লিখা এখন বিস্তৃত পাৰ্চী মছনৱী (এটা কাব্য সংকলন) আৰু চুফীবাদৰ ইতিহাসত এখন অন্যতম প্ৰভাৱশালী গ্ৰন্থ। ই ছখন কবিতাৰ এটি গ্ৰন্থ শৃংখলা যি একেলগে প্ৰায় ২৫,০০০ পদ বা ৫০,০০০ শাৰীৰে গঠিত।[1][2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ Allamah Mohamad Taghi Jafari, Tafsir Masnavi
  2. ↑ Karim Zamani, Tafsir Masnavi Ma'navi